Assam বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত উপস্থিত থকাৰ নিৰ্দেশ শিক্ষাৰ্থীক; তীব্ৰ প্ৰতিক্ৰিয়া আছুৰ March 9, 2026 Paromita বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশ ল’বলৈ শিক্ষাৰ্থীক হেঁচা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগক লৈ এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। দলীয় কাৰ্যসূচীত শিক্ষাৰ্থীৰ অংশগ্ৰহণ বাধ্যতামূলক কৰাক লৈ আছুৱে তীব্ৰ…
Assam সাংবাদিকৰ কেমেৰাত বন্দী মেঘালয় সীমান্তবৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত বিলুপ্তপ্ৰায় প্ৰজাতিৰ ভালুকৰ বিচৰণৰ দৃশ্য March 9, 2026 Sonakshi Sarkar গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যত শেহতীয়াকৈ বিলুপ্তিপ্ৰায় প্ৰজাতিৰ কলা ৰঙৰ ভালুকৰ বিচৰণ কৰি থকা দৃশ্য কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে জ্যেষ্ঠ সাংবাদিক তথা পৰিবেশকৰ্মী জোন…
Assam আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ২০২৬ উদযাপন; বিশিষ্ট নাৰী আৰু সফল মহিলা কৰ্মীক সন্মান প্ৰদান March 9, 2026 Sonakshi Sarkar এচিয়ান ইনষ্টিটিউট অৱ নাৰ্চিং এডুকেচনৰ (AINE) সহযোগত আজি জি এন আৰ চি হাস্পতালৰ দিছপুৰৰ প্ৰেক্ষাগৃহত এক অনুপ্ৰেৰণাদায়ক কাৰ্যসূচীৰে ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ২০২৬’ উদযাপন কৰে । এই অনুষ্ঠানত বিশিষ্ট অতিথি, স্বাস্থ্যসেৱা…
Assam তাজমহল দৰ্শনৰ স্মৃতি বুকুত লৈয়েই চিৰবিদায়! আমেৰিকান আক্ৰমণত নিহত ৮৭ ইৰানী নৌসেনা March 7, 2026 Paromita প্ৰেমৰ প্ৰতীক তাজমহলৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি দেশলৈ উভতি যোৱাৰ মাত্ৰ কেইটামান দিনৰ পাছতেই মাজ সাগৰত কৰুণ মৃত্যুক সাৱটি ল’লে ৮৭ গৰাকী ইৰানী নৌসেনাই। আন্তঃৰাষ্ট্ৰীয় জলসীমাত আমেৰিকান চাবমেৰিনৰ আক্ৰমণত ইৰানী…
Assam ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত “আশীৰ্বাদ মাহ”ৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ March 7, 2026 Sonakshi Sarkar ২০২৫-২৬ বিত্তীয় বৰ্ষ শেষ হ’বলৈ সন্মুখত মাত্ৰ এটা মাহ! ইফালে সন্মুখত যিহেতু অসম বিধানসভাৰ নিৰ্বাচন, সেয়েহে যানবাহনৰ চলাচল আৰু ব্যস্ততা যথেষ্ট বৃদ্ধি পাব। এই সময়চোৱাত ৰাজ্যৰ ৰাজপথত প্ৰতি মুহূৰ্ততে দুৰ্ঘটনামুক্ত…
Assam ইৰানত আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ১৩৩২ জন নিহত March 7, 2026 Sonakshi Sarkar ৰাষ্ট্ৰসংঘত ইৰানৰ স্থায়ী প্ৰতিনিধি আমিৰ ছাইদ ইৰভানীয়ে উল্লেখ কৰিছে যে ২৮ ফেব্ৰুৱাৰীৰ পৰা দেশত আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ১৩৩২ জন সাধাৰণ নাগৰিক নিহত হৈছে। শনিবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা…
Assam হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীৰ, জৰুৰী অৱতৰণ March 7, 2026 Paromita ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য। লক্ষ্ণৌৰ লা মাৰ্টিনিয়াৰ কলেজ হেলিপেডৰ পৰা উৰা মৰাৰ কিছু সময় পাছতেই হেলিকপ্টাৰখনত ধৰা পৰে গুৰুতৰ যান্ত্ৰিক বিজুতি।…
Assam মন্দিৰ আৰু নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিনিয়োগ কৰিব ৪৩৩ কোটি টকাঃ মুখ্যমন্ত্ৰীৰ ঘোষণা March 7, 2026 Sonakshi Sarkar ৰাজ্যৰ মন্দিৰ আৰু নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৪৩৩ কোটি টকাৰ বিশাল বিনিয়োগৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। শনিবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।…
Assam আন্তর্জাতিক মহিলা দিৱসত আইটিচি সানৰাইজে ‘উদ্যইনী’ মঞ্চ উন্মোচন কৰি অসমৰ মহিলাৰ পৰিবর্তনশীল অৱদানক সন্মান জনালে March 6, 2026 Paromita অসমৰ জনসমাজৰ সৈতে গভীৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আইটিচি সানৰাইজ স্পাইচে আন্তর্জাতিক মহিলা দিৱস উপলক্ষে “উদ্যইনী” নামৰ এক মঞ্চ আয়োজন কৰে। এই উদ্যোগটোৰ লক্ষ্য আছিল ৰাজ্যজুৰি সমাজত ইতিবাচক পৰিবর্তন…
Assam গুৱাহাটীত ৮ মাৰ্চত ‘বসন্তবিলাস’ সাংস্কৃতিক অনুষ্ঠান March 6, 2026 Paromita সমাগত বসন্ত ঋতুক সাদৰ সম্ভাষণ জনাবলৈ অহা ৮ মাৰ্চ, দেওবাৰে আদাবাৰীস্থিত অটল উদ্যানত আয়োজন কৰা হৈছে এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান—‘বসন্তবিলাস’। কলাসমন্বয় গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোত বসন্তৰ ৰঙ, সুৰ…