Category: Assam

ইন্ধন সংকটত ককবকাই থকা বাংলাদেশলৈ সহায়ৰ হাত ভাৰতৰ; পাইপলাইনেৰে পঠোৱা হ’ল ৫০০০ টন ডিজেল

তীব্ৰ ইন্ধন সংকটৰ সন্মুখীন হোৱা চুবুৰীয়া দেশ বাংলাদেশলৈ সহায়ৰ হাত আগবঢ়ালে ভাৰতে। দুই দেশৰ মাজত হোৱা পাইপলাইন চুক্তি অনুসৰি পাইপলাইনেৰে ৫০০০ টন ডিজেলৰ প্ৰথমটো চালান আজি প্ৰেৰণ কৰা হয়। পাৰ্বতীপুৰ…

শিক্ষকৰ পাৰস্পৰিক বদলি প্ৰক্ৰিয়াত বৃহৎ সংশোধন; দুবছৰীয়া বাধ্যবাধকতা প্ৰত্যাহাৰ চৰকাৰৰ

ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বাবে এক সকাহৰ খবৰ কঢ়িয়াই আনিছে শিক্ষা বিভাগে। নতুনকৈ নিযুক্ত হোৱা শিক্ষকসকলক পাৰস্পৰিক বদলিৰ আবেদন জনোৱাৰ অনুমতি দিয়াৰ লগতে পূৰ্বৰ দুবছৰীয়া সময়সীমাৰ বাধ্যবাধকতাও এতিয়াৰ পৰা প্ৰত্যাহাৰ…

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং ইংতিৰ দেহাৱসান

ৰাজ্যৰ জনজাতীয় সমাজৰ স্বাৰ্থত দশকজুৰি কাম কৰি অহা এজন নিষ্ঠাবান ৰাজনীতিকক হেৰুৱালে ৰাজ্যৰ ৰাজনৈতিক মহলে। মঙলবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী…

অগপ ত্যাগ কৰি কংগ্ৰেছত যোগদান জয়ন্ত খাউণ্ডৰ; নতুন দিল্লীত সদস্যপদ গ্ৰহণ

অসম গণ পৰিষদ ত্যাগ কৰি সোমবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে জয়ন্ত খাউণ্ডে। নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু দলৰ জ্যেষ্ঠ পৰ্যবেক্ষক ডি কে শিৱকুমাৰৰ উপস্থিতিত…

ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত এন ডি এৰ তিনি প্ৰাৰ্থী; যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়োক বিজয়ী ঘোষণা

অসমৰ পৰা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে বিজেপি আৰু ইউ পি পি এলৰ তিনিওগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। সোমবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতে ৰিটাৰ্ণিং বিষয়া ৰাজীৱ ভট্টাচাৰ্যই…

পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ সংসদত আলোচনাৰ দাবী ৰাহুল গান্ধীৰ; মোদী চৰকাৰক তীব্ৰ আক্ৰমণ বিৰোধী দলপতিৰ

পশ্চিম এছিয়াৰ বৰ্তমানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ সংসদত আলোচনা কৰিবলৈ চৰকাৰে সন্মতি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। সোমবাৰে সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গান্ধীয়ে…

গুৱাহাটীবাসীৰ বাবে সুখবৰ; মঙলবাৰে মুকলি হ’ব অসমৰ দীৰ্ঘতম উৰণীয়া সেতু মহাৰাজ পৃথু ফ্লাইঅ’ভাৰ

গুৱাহাটী মহানগৰীৰ যান-জঁট সমস্যাৰ পৰা সকাহ দিবলৈ সাজু হৈ উঠিছে অসমৰ দীৰ্ঘতম উৰণীয়া সেতু। নুনমাটিৰ পৰা দীঘলীপুখুৰী সংযোগী প্ৰায় ৫.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘মহাৰাজ পৃথু উৰণীয়া সেতু’ কাইলৈ অৰ্থাৎ ১০ মাৰ্চ,…

পশ্চিম এছিয়াৰ উত্তেজনাৰ প্ৰভাৱ; ৭ ঘণ্টা উৰাৰ পাছত দিল্লীলৈ উভতিল মানচেষ্টাৰগামী ইণ্ডিগোৰ বিমান

পশ্চিম এছিয়াৰ উত্তপ্ত পৰিস্থিতিৰ বাবে সোমবাৰে মাজ আকাশৰ পৰাই দিল্লীলৈ উভতিবলৈ বাধ্য হ’ল ইণ্ডিগোৰ এখন আন্তঃৰাষ্ট্ৰীয় বিমান। নতুন দিল্লীৰ পৰা ব্ৰিটেইনৰ মানচেষ্টাৰ অভিমুখী বিমানখনে আকাশত প্ৰায় ৭ ঘণ্টা উৰাৰ পাছত…

ভাতৃৰ বিবাহত অংশ ল’বলৈ শ্বাৰ্জিল ইমামক ১০ দিনৰ অন্তৱৰ্তীকালীন জামিন আদালতৰ

২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ গোচৰত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা সক্ৰিয় কৰ্মী শ্বাৰ্জিল ইমামক সোমবাৰে ১০ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে দিল্লীৰ এখন আদালতে। ভাতৃৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ…

বিশ্বনাথত চৰকাৰী ভূমিত উচ্ছেদ অভিযান; চতিয়াত ৭৫ বিঘা ভূমি বেদখলমুক্ত প্ৰশাসনৰ

বিশ্বনাথৰ চতিয়াত সোমবাৰে পুৱাই চলিল জিলা প্ৰশাসনৰ উচ্ছেদৰ বুলডজাৰ। গাঁও চৰণীয়া পথাৰৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত প্ৰায় ৬৫ টা পৰিয়ালৰ অবৈধ নিৰ্মাণ উচ্ছেদ কৰা হয়। চৰকাৰী ভূমিৰ…