Assam অসমত ৪৮ হাজাৰ কোটিৰ উন্নয়নমূলক প্ৰকল্প; নিৰ্বাচনৰ প্ৰাকক্ষণত আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী March 13, 2026 Sonakshi Sarkar বিধানসভা নিৰ্বাচনৰ ডংকা বজাবলৈ আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ভ্ৰমণকালত তেওঁ কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত প্ৰায় ৪৮ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ…
Assam মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে দেশবাসীক অভয়বাণী কেন্দ্ৰীয় চৰকাৰৰ; ভাৰতত কোনো কাৰণতে নঘটে ইন্ধনৰ নাটনি March 12, 2026 Paromita দেশত নাটনি নহয় ইন্ধনৰ। চৰম উত্তেজনাপূৰ্ণ বৈশ্বিক পৰিস্থিতি আৰু ‘ষ্ট্ৰেইট অৱ হৰমুজ’ বন্ধ হৈ পৰাক লৈ সৃষ্টি হোৱা তীব্ৰ উৎকণ্ঠাৰ মাজতে আজি দেশবাসীক এই অভয়বাণী প্ৰদান কৰিলে কেন্দ্ৰীয় শক্তি মন্ত্ৰী…
Assam পশ্চিম এছিয়াৰ যুদ্ধত বিধ্বস্ত হ’ব পাৰে ভাৰতৰ অৰ্থনীতিঃ সংসদত আশংকা ৰাহুল গান্ধীৰ March 12, 2026 Paromita মধ্যপ্ৰাচ্যৰ ভয়ংকৰ যুদ্ধই এইবাৰ চৰম আঘাত হানিব পাৰে ভাৰতৰ অৰ্থনীতি আৰু শক্তি নিৰাপত্তাত! এই ভয়ংকৰ আশংকা ব্যক্ত কৰি আজি লোকসভাৰ মজিয়াত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিৰোধী দলপতি ৰাহুল গান্ধী।…
Assam অসম আৰক্ষীৰ অপাৰেচন প্ৰঘাত; বাংলাদেশৰ সন্ত্ৰাসবাদীৰ সৈতে মিতিৰালি কৰি গ্ৰেপ্তাৰ ২ জেহাদী March 12, 2026 Paromita বাংলাদেশভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে মিতিৰালি কৰি অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ জালত পৰিল দুই জেহাদী। মঙলবাৰে নিশা বজালী আৰু বৰপেটা জিলাত চলোৱা এক যুটীয়া অভিযানত জহিৰুল ইছলাম আৰু চাহিদুল ইছলাম…
Assam বাইহাটা-তেজপুৰৰ ১৩৬ কিলোমিটাৰ পথ হ’ব চাৰিলেনযুক্ত; ১৫,৪৩১ কোটি টকাৰ মেগা প্ৰকল্পত বিত্ত মন্ত্ৰালয়ৰ অনুমোদন March 12, 2026 Paromita ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আনি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী ১৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ চাৰিলেনযুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে। প্ৰায় ১৫,৪৩১ কোটি টকা…
Assam মণিপুৰত অপহৃত দুজনৰ মৃতদেহ উদ্ধাৰ; এনআইএ-ক অৰ্পণ অপহৰণ আৰু হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব March 12, 2026 Paromita মণিপুৰত অপহৃত দুজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (এনআইএ)ক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি সদনৰ…
Assam ইন্ধনৰ নাটনিক লৈ অপপ্ৰচাৰ চলালে হ’ব জেল; উৰাবাতৰি বিয়পোৱা দুষ্কৃতিকাৰীক অসম আৰক্ষীৰ কঠোৰ সকীয়নী March 12, 2026 Paromita ৰাজ্যত এলপিজি আৰু অন্যান্য পেট্ৰ’লিয়াম সামগ্ৰীৰ নাটনি হোৱা বুলি উৰাবাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষীয়ে। ছচিয়েল মিডিয়াযোগে আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে কোনো দুষ্কৃতিকাৰীয়ে জনসাধাৰণৰ…
Assam নিৰ্বাচনৰ পূৰ্বে চামগুৰিত চাঞ্চল্য; পৰিত্যক্ত স্কুটীৰ পৰা উদ্ধাৰ ২৭ লাখতকৈ অধিক নগদ ধন March 12, 2026 Paromita আগন্তুক নিৰ্বাচনৰ প্রাকক্ষণত নগাঁৱৰ চামগুৰিত এক পৰিত্যক্ত স্কুটীৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা-বৰজুৰী পথৰ কাষত ৰখাই থোৱা এখন…
Assam কাছাৰত অসম ৰাইফলছ আৰু আৰক্ষীৰ বৃহৎ সফলতা; ৩.৫ কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ ৫ সৰবৰাহকাৰী March 12, 2026 Paromita মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা এক যুটীয়া অভিযানত প্ৰায় ৩.৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰিলে অসম ৰাইফলছ আৰু কাছাৰ আৰক্ষীয়ে। কাছাৰ জিলাৰ কালাইনৰ সমীপৰ বুৰুঙা গাঁৱত চলোৱা এই অভিযানত হেৰ’ইনখিনিৰ সৈতে…
Assam ৰাজ্যৰ ৫,৬৯০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ চৰকাৰৰ; মুঠ চৰকাৰী চাকৰিৰ সংখ্যা ১.৬৪ লাখলৈ বৃদ্ধি March 12, 2026 Paromita ৰাজ্যৰ শিক্ষা আৰু শক্তি বিভাগত নতুনকৈ নিৰ্বাচিত ৫,৬৯০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি নিযুক্তিৰ এক বৃহৎ লক্ষ্যত উপনীত হ’ল অসম চৰকাৰ। খানাপাৰাত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…