Author: Sonakshi Sarkar

আজি গুৱাহাটীত চেন্নাই ছুপাৰ কিংছৰে মুখামুখি ৰাজস্থান ৰয়েলছৰ

আজি গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ২০২৬ৰ তৃতীয়খন মেচ। আনহাতে, ৰাজস্থান ৰয়েলছৰ গৃহচহৰ গুৱাহাটীত এইবাৰৰ আই পি এল ২০২৬ৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব। য’ত ঘৰুৱা…

নিৰাপত্তা বাহিনীৰ সফলতা; মণিপুৰত অসম ৰাইফলছৰ হাতত ১৭ বিদ্ৰোহী গ্ৰেপ্তাৰ

মণিপুৰত অসম ৰাইফলসে গত সপ্তাহত ১৭ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰাৰ সফল অভিযানেৰে এক বৃহৎ কূটাঘাতৰ ষড়যন্ত্ৰৰ অভিশাপ মচি পেলাইছে। ২২ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ চলা ধাৰাবাহিক অভিযানত, নিষিদ্ধ সংগঠনৰ কেডাৰ…

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰচাৰ; হিমন্ত বিশ্ব শৰ্মাক সুবিধাবাদী আখ্যা গৌৰৱ গগৈ ৰ

আগন্তুক নিৰ্বাচনৰ বাবে দিছপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ দেওবাৰে এক ব্যাপক প্ৰচাৰ চলায় দলটোৰ কেইবাজনো শীৰ্ষ নেতাই। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেল…

জুবিনক্ষেত্ৰক বিশ্বমানৰ পৰ্যটন কেন্দ্ৰলৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি; কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ আহ্বান ডি. কে. শিৱাকুমাৰ ৰ

ক্ষমতালৈ কংগ্ৰেছ আহিলেই বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ শয়ন ক্ষেত্ৰ। দেওবাৰে জুবিনক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাই এই প্ৰতিশ্ৰুতি প্ৰদান কৰে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডি…

সাধাৰণ পৰিয়ালৰ পৰা ৰাজনীতিৰ মঞ্চলৈ; পুত্ৰৰ টিকট পোৱাৰ মুহূৰ্তত আৱেগিক পিতা-পুত্ৰ

তামিলনাডুৰ ৰাজনীতিত এতিয়া এক নতুন ধাৰাৰ সূচনা কৰিছে অভিনেতা তথা ‘তামিলাগা ভেট্ৰি কাজাগাম’ৰ মুৰব্বী থালাপতি বিজয়ে। ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ২৩৪ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সময়তে এক…

অসমত বিজেপিয়ে জয়ৰ হেট্ৰিক গঢ়িবঃ নিৰ্বাচনত কংগ্ৰেছক নিচিহ্ন কৰাৰ দাবীৰে এই মন্তব্য নীতিন নবীনৰ

অসমৰ ৰাজনৈতিক আকাশত এতিয়া নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো দলেই নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। এই উত্তপ্ত পৰিৱেশৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দেওবাৰে এক…

অসমত শক্তিশালী হ’বলৈ আম আদমী পাৰ্টিৰ প্ৰচেষ্টা; তাৰকা প্ৰচাৰক হিচাপে অৰবিন্দ কেজৰীৱাল আৰু ভগৱন্ত মান

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে আম আদমী পাৰ্টিয়ে। অসমৰ নিৰ্বাচনী যুঁজত বিশেষ গুৰুত্ব আৰোপ কৰি আপে আগশাৰীৰ নেতাসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰিছে। ৰাজ্যখনত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ…

২৯ মাৰ্চত দিছপুৰ প্ৰেছ ক্লাবৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

গুৱাহাটী মহানগৰীত কৰ্মৰত বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক- সংবাদ কৰ্মীক লৈ গঠিত দিছপুৰ প্ৰেছ ক্লাবে অহা ২৯ মাৰ্চত সো-গৌৰৱে ত্ৰয়োদশ বৰ্যত ভৰি দিব। প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উক্ত…

এবছৰত দেশৰ ১৭খন চহৰত ২২খন মেচ খেলিব টিম ইণ্ডিয়াই

টিম ইণ্ডিয়াৰ ২০২৬-২৭ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ঘৰুৱা ছিজনৰ সূচী প্ৰকাশ কৰিছে বিচিচিআইয়ে। এই ছিজনত ১৭খন চহৰত ২২খন মেচ (৯খন এদিনীয়া, ৫খন টেষ্ট, আৰু ৮খন টি-২০) অনুষ্ঠিত হ’ব। এই সময়ছোৱাত মুঠ চাৰিটা…

উদ্বোধনী অনুষ্ঠান অবিহনে কাইলৈ পৰা আৰম্ভ আই পি এল

কাইলৈ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ ১৯ সংখ্যক ছিজন। এই ছিজনৰ প্ৰথমখন মেচ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ…