Sports ২০২৫-২৬ ইউৰোপা লীগৰ চেম্পিয়ন এষ্টন ভিলা May 21, 2026 Sonakshi Sarkar ইউৰোপীয় ফুটবলৰ বাবে ৩০ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২০২৫-২৬ ইউৰোপা লীগ খিতাপ দখল কৰিলে এষ্টন ভিলাই। বুধবাৰে নিশা অনুষ্ঠিত হোৱা ফাইনেলত এষ্টন ভিলাই একপক্ষীয়ভাৱে জাৰ্মানীৰ ফ্ৰেইবাৰ্গক ৩-০ গ’লত পৰাস্ত কৰে।…
Sports ৰোনাল্ডোৰ নেতৃত্বত ফিফা বিশ্বকাপৰ বাবে পৰ্তুগালৰ দল ঘোষণা May 21, 2026 Sonakshi Sarkar ২০২৬ৰ ফিফা বিশ্বকাপৰ বাবে পৰ্তুগালে ঘোষণা কৰিছে দল। তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে পুনৰবাৰ দলটোক নেতৃত্ব দিব৷ অভিলেখ ষষ্ঠ বিশ্বকাপত খেলা অভিজাত খেলুৱৈৰ গ্ৰুপত যোগদান কৰিব ৪১ বছৰীয়া ৰোনাল্ডোৱে।অৱশ্যে এই তালিকাত…
Business দিল্লীত প্ৰচণ্ড গৰমৰ প্ৰকোপ; সৰ্বোচ্চ উষ্ণতা ৪৬ ডিগ্ৰীলৈ বৃদ্ধিৰ সম্ভাৱনা May 21, 2026 Sonakshi Sarkar সমগ্ৰ উত্তৰ ভাৰতজুৰি অব্যাহত থকা ভয়াৱহ গ্ৰীষ্মপ্ৰবাহে এতিয়া বিপৰ্যস্ত কৰি তুলিছে সাধাৰণ জনজীৱন। প্ৰচণ্ড গৰমৰ এই সংকটপূৰ্ণ প্ৰেক্ষাপটৰ মাজতে দেশৰ ৰাজধানী দিল্লীত বৃহস্পতিবাৰে তীব্ৰ গ্ৰীষ্মপ্ৰবাহে সাধাৰণ জনজীৱন ব্যাহত কৰি তোলে।…
Business উৰণকালীন জৰুৰী পৰিস্থিতিত মানবতাৰ নিদৰ্শন, নৱজাতকক বচালে ডাঃ ৰাজশ্ৰী দাসে May 21, 2026 Sonakshi Sarkar ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী এখন চলন্ত বিমানত হঠাতে অসুস্থ হৈ পৰা নৱজাতক শিশুক চিকিৎসা কৰি সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰা ডিগবৈৰ চিকিৎসক ডাঃ ৰাজশ্ৰী দাসৰ মহানুভৱতাই এতিয়া চর্চা লাভ কৰিছে।…
Business ‘অপাৰেচন সিন্দূৰ’ক লৈ আন্তর্জাতিক মঞ্চত ৰাজনাথ সিং ৰ বক্তব্য, ভাৰতৰ সামৰিক সক্ষমতাৰ উল্লিখন May 21, 2026 Sonakshi Sarkar অপাৰেচন সিন্দূৰ এক শক্তিশালী, আত্মবিশ্বাসী আৰু সক্ষম ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ এক বলিষ্ঠ নিদৰ্শন। দক্ষিণ কোৰিয়াত বসবাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে এক মতবিনিময় অনুষ্ঠানত বুধবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰতিৰক্ষা…
Business নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰিল তেলভৰ্তি টেংকাৰ, শিৱসাগৰত চাঞ্চল্য May 21, 2026 Sonakshi Sarkar বিপৰীত দিশৰ পৰা অহা এখন বাছক বাট এৰি দিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হ’ল এখন তেল পৰিবাহী টেংকাৰ। শিৱসাগৰ জিলা ৰুদ্ৰসাগৰত বুধবাৰে সন্ধিয়া প্ৰায় ৮ বজাত এই…
Business বিৰোধী দলপতি পদক লৈ জল্পনা-কল্পনা, কেন্দ্ৰীয় নেতৃত্বৰ সংকেতলৈ চাই আছে অসম কংগ্ৰেছ May 21, 2026 Sonakshi Sarkar অসম বিধানসভাৰ পৰৱৰ্তী বিৰোধী দলপতি নিৰ্বাচনৰ সন্দৰ্ভত দলৰ কেন্দ্ৰীয় কমাণ্ডৰ চূড়ান্ত সিদ্ধান্তলৈ অপেক্ষা কৰিব অসম প্ৰদেশ কংগ্ৰেছে। বুধবাৰে এই কথা স্পষ্টকৈ ইংগিত দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে। নতুন দিল্লীত…
Business অসম বিধানসভাত আজিৰে পৰা বাজেট অধিৱেশন, নতুন বিধায়কসকলৰ শপত গ্ৰহণেৰে আৰম্ভ হ’ব কাৰ্যসূচী May 21, 2026 Sonakshi Sarkar আজিৰে পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন গুৰুত্বপূৰ্ণ অধিৱেশন। ৰাজ্যত এনডিএ মিত্ৰজোঁটে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰা আৰু ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ…
Assam অসমৰ মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাবাসী অসমীয়া সমাজৰ ; নামঘৰৰ অতিথিশালা নিৰ্মাণৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান May 20, 2026 Sonakshi Sarkar গুৱাহাটীৰ পৰা মাত্ৰ এক বা ডেৰ ঘণ্টা সময়ৰ বাট তথা চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ…
Sports পাকিস্তানৰ বিৰুদ্ধে টেষ্টত ক্লীন ছুইপ বাংলাদেশৰ May 20, 2026 Sonakshi Sarkar বাংলাদেশ ক্ৰিকেট দলৰ সন্মুখত আত্মসমৰ্পণ পাকিস্তানৰ। চিলেটত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত বাংলাদেশে পাকিস্তানক ৭৮ ৰানত পৰাস্ত কৰে। এই জয়েৰে বাংলাদেশে ২-০ত শৃংখলা দখল কৰে।প্ৰথমবাৰৰ বাবে পাকিস্তানে বাংলাদেশত টেষ্ট শৃংখলাত পৰাস্ত হোৱাই…