Author: Sonakshi Sarkar

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ব্যৱসায়ী ৰঞ্জন দত্তৰ আৰ্থিক সাহায্য

ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিশিষ্ট সমাজসেৱী ৰঞ্জন দত্তই মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাক কাৰ্য্যালয়ত সাক্ষাৎ কৰি শেহতীয়া অসমৰ বান পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পোন্ধৰ লাখ এশ এটকাৰ সাহায্য আগবঢ়ায়। এই…

পৰেশ বৈশ্য ফাউণ্ডেচনৰ বঁটা প্ৰদান অনুষ্ঠান

বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতপৰেশ বৈশ্য ফাউণ্ডেচনে বিশিষ্ট শিক্ষাবিদ, সমালোচক ড. দয়ানন্দ পাঠকক শংকৰদেৱ অধ্যয়ন বঁটা আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড. মাধুৰ্য্যমণ্ডিত বৰুৱাক অসম-ইতিহাস…

ইউৰো ২০২৪ৰ ছেমি ফাইনেলত স্পেইন

মাইকেল মেৰিনোৰ অন্তিম মুহূৰ্তত অতিৰিক্ত সময়ৰ গ’লৰ ফলত স্পেইনে এক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আয়োজক জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপৰ (ইউৰো ২০২৪) ছেমি ফাইনেলত উপনীত হয়। নিৰ্ধাৰিত সময়লৈকে…

ভেনিজুৱেলাক পৰাস্ত কৰি কোপা আমেৰিকাৰ ছেমি ফাইনেলত কানাডা

কোপা আমেৰিকা কাপত ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় ফুটবল দল আৰু কানাডাৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা এক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেল খেল অমীমাংসিত ভাৱে সমাপ্ত হয়। যাৰ ফলত বিজয়ীক পেনাল্টি শ্বুটআউটৰ দ্বাৰা…

বিৰিণা গোষ্ঠী, অসমৰ জুলাই মাহৰ সাহিত্য আলাপ অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যুদিন পালন

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানটোত আধুনিক অসমীয়া সাহিত্যৰ স্বনামধন্য কবিগৰাকীৰ কাব্যকৃতি আৰু জীৱন-দৰ্শন সম্পৰ্কত আলোকপাত কৰি কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দৌলাশাল হাইস্কুলৰ নৱনিৰ্মিত পুথিভঁৰালত…

জনিয়াত খহনীয়াগ্ৰস্তক সাহায্য বিতৰণ

বৰপেটা জিলাৰ জনীয়াস্থিত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অগ্ৰণী বেচৰকাৰী সংস্থা আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত কাদং গাওঁৰ খহনীয়াগ্ৰস্ত দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়। বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাদংৰ বেঁকী নৈৰ…

জনিয়াত ৩ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী চুৰি

জনিয়া বজাৰৰ ছুৰীয়া বেটাৰী ষ্টোৰ্চৰ পৰা চোৰে তলা ভাঙি ইনভাৰ্টাৰ ছয়টা, ইৰিক্সাৰ বেটাৰী চাৰিটা আৰু ষ্টেপলেজাৰ দুটাকৈ লুটি নিয়ে। মুঠ প্ৰায় তিনি লাখ টকাৰ সম্পত্তি চোৰে লুটি নিয়া বুলি দোকানৰ…

পৰিবেশ সজাগতা সভা আৰু নাৰী কল্যাণ মঞ্চৰ স্মৃতিগ্ৰন্থ “তেজস্বিনী ” শুভ উন্মোচন

পৰিবেশ সজাগতা সভা আৰু নাৰী কল্যাণ মঞ্চৰ স্মৃতিগ্ৰন্থ “তেজস্বিনী ” শুভ উন্মোচন উপলক্ষে এখনি সভা হয় । বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে পৰিবেশন কৰা এটি সমবেত সংগীতেৰে সভাৰ শুভাৰম্ভ কৰা সভাত মঞ্চৰ সভাপতি…

‘কল্কি ২৮৯৮ এডি’ৰ ৩৪৩.৬ কোটি টকা উপাৰ্জন

বৃহৎ বাজেট আৰু মেগা ষ্টাৰ কাষ্টৰ সৈতে ‘কল্কি ২৮৯৮ এডি’ বোলছবিখনে দৰ্শকৰ হৃদয় জয় কৰিছে। চলচ্চিত্ৰখনৰ শক্তিশালী কাহিনীৰ পৰা ভিএফএক্স আৰু তাৰকা কলাকুশলীসকলৰ প্ৰদৰ্শনক যথেষ্ট আলোচনা হৈছে। ইয়াৰ সৈতে, এই…

ই ভি এমক বিশ্বাস কৰা নাছিলোঁ আৰু নকৰোঁ: অখিলেশ যাদৱ

লোকসভা অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছত ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত নিম্ন সদনত ভাষণ প্ৰদান কৰি সমাজবাদী পাৰ্টিৰ সভাপতি তথা সাংসদ অখিলেশ যাদৱে বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। অখিলেশ যাদৱে কয় যে…