Author: Sonakshi Sarkar

দ্য ডাউন টাউন স্কুল-ৰ ছাত্ৰ-ছাত্ৰীয়ে আকৌ এবাৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে

ছাত্ৰ-ছাত্ৰীসকলে ২৩ মে’ৰ পৰা ২৫ মে’ ২০২৬ লৈকে Delhi Public School Khanapara-ত অনুষ্ঠিত হোৱা DPSK Youth Conclave 2026-ত সন্মানীয় Most Promising Delegation Award লাভ কৰিবলৈ সক্ষম হৈছে। এই সাফল্যই শিক্ষাৰ্থীসকলৰ…

ক্ৰীড়া সম্পৰ্কীয় বিবাদ সমাধানৰ দিশত ভাৰত চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ

ক্ৰীড়া সম্পৰ্কীয় বিবাদৰ ক্ষিপ্ৰ আৰু ব্যয়বহুল সমাধানৰ দিশত ভাৰত চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ক্ৰীড়া মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন (ৰাষ্ট্ৰীয় ক্ৰীড়া ব’ৰ্ড)ৰ নিয়ম, ২০২৬ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন (ৰাষ্ট্ৰীয়…

প্লে অফত প্ৰৱেশ কৰা চতুৰ্থ দল ৰাজস্থান ৰয়েলছ

৭০খন লীগ মেচৰ অন্তত চাৰিটা দলে আই পি এল ২০২৬ প্লে অফৰ বাবে চূড়ান্ত হৈছে৷ দেওবাৰে মুম্বাই ইণ্ডিয়ানছ (এম আই)ক পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত…

৫.৪৫ মিটাৰৰ সৈতে প’ল ভল্ট ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে দেৱ কুমাৰ মীনা-কুলদীপ কুমাৰে

দেওবাৰে ২৯ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন চেম্পিয়নশ্বিপত পুৰুষৰ প’ল ভল্ট ইভেণ্টত ৫.৪৫ মিটাৰ উচ্চতা অতিক্ৰম কৰি মধ্যপ্ৰদেশৰ দুগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৰাঁচী প্ৰতিযোগিতাত…

মুদ্ৰাস্ফীতিৰ নায়ক মোদীঃ ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিক লৈ প্ৰধানমন্ত্ৰীক আক্ৰমণ ৰাহুল গান্ধীৰ

মাত্ৰ ১০ দিনৰ ভিতৰত ধাৰাবাহিকভাৱে চতুৰ্থবাৰৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলপতি ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘মুদ্ৰাস্ফীতিৰ নায়ক মোদী’…

একেখন ঘৰতে দুই মেয়ৰ; ব্ৰিটেইনত ভাৰতীয় মাতৃ-পুত্ৰৰ বিৰল নজিৰ

ব্ৰিটেইনৰ পৌৰ সভাৰ নিৰ্বাচনত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল ভাৰতীয় মূলৰ এহাল মাতৃ-পুত্ৰ। সদ্য সমাপ্ত পৌৰ নিৰ্বাচনত পুত্ৰৰ পাছত এইবাৰ মেয়ৰ নিৰ্বাচিত হ’ল মাতৃও। সংবাদ সংস্থা পি টি আইয়ে প্ৰকাশ…

বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰৰ চাঞ্চল্যকৰ মন্তব্য; বহু অধিবক্তাৰ ডিগ্ৰী ভুৱা বুলি অভিযোগ

ভাৰতৰ আদালতসমূহত ওকালতি কৰি থকা প্ৰায় ৩৫ ৰ পৰা ৪০ শতাংশ লোকৰে আইনৰ ডিগ্ৰী সম্পূৰ্ণ ভুৱা। নতুন দিল্লীত এক বিশেষ সাক্ষাৎকাৰত এই বিস্ফোৰক দাবী কৰে জ্যেষ্ঠ অধিবক্তা তথা বাৰ কাউন্সিল…

অসম বিধানসভাত ইউচিচি বিধেয়ক দাখিল; অহা ২৭ মে’ত চূড়ান্ত বিতৰ্ক অনুষ্ঠিত হ’ব

ৰাজ্যখনত সম নাগৰিক সংহিতা বলৱৎ কৰাৰ দিশে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি সোমবাৰে বিধানসভাৰ বিশেষ অধিৱেশনত উত্থাপন কৰা হ’ল বহু চৰ্চিত ইউচিচি বিধেয়ক। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয়…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতৰ আতংক; ধুমুহা-বৰষুণৰ তীব্ৰ সতৰ্কতা জাৰি

ৰাজ্যৰ আকাশত হঠাতে দেখা দিয়া প্ৰতিকূল বতৰৰ বাবেই অসমৰ বিভিন্ন প্ৰান্তত বিগত তিনি দিনত বজ্ৰপাতৰ ফলত কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে কমেও পাঁচজন লোকে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই…

শিলচৰ বাইপাছত ড্ৰাগছ বেহাৰ বিৰুদ্ধে বৃহৎ অভিযান, হেৰ’ইনসহ এজন আটক

কাছাৰ জিলাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত থকা আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতে শিলচৰ বাইপাছৰ সমীপত জব্দ কৰা হৈছে প্ৰায় ৫০ লাখ টকা মূল্যৰ হেৰ’ইন। জিলাখনত ড্ৰাগছৰ অবৈধ কাৰবাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ…