Author: Sonakshi Sarkar

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে গুৱাহাটীত ফেৰী সেৱা সাময়িকভাৱে বন্ধ! দুদিনৰ বাবে যাত্ৰীয়ে ল’ব লাগিব বিকল্প পথ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বৃহস্পতিবাৰে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, ২০ ডিচেম্বৰৰ পৰা…

২০২৫ত বিদেশ ভ্ৰমণত শীৰ্ষত জেন-জি, ভাৰতীয় ভ্ৰমণকাৰীৰ পছন্দত পৰিৱর্তন

বিশ্বৰ ভ্ৰমণৰ ধাৰাত ২০২৫ চনত ভাৰতীয়সকলৰ পৰা হোৱা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ এক উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছে। ‘মিলেনিয়েল’ আৰু ‘জেন জি’ প্ৰজন্মৰ যুৱক-যুৱতীসকলে প্ৰায় ১০ খন ভ্ৰমণৰ ৯ খনেই পরিচালনা কৰিছে। ফিনটেক…

শিক্ষকৰ অনুপস্থিতিত ক্ষুব্ধ আদালত! তিনি মাহৰ ভিতৰত নতুন নীতি প্ৰস্তুতৰ নিৰ্দেশ চৰকাৰক

শিক্ষকৰ অনুপস্থিতিয়ে শিক্ষাৰ অধিকাৰ আইনক অৰ্থহীন কৰি পেলায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। এক পৰিদৰ্শনৰ সময়ত বিদ্যালয়ত অনুপস্থিত থকাৰ বাবে নিলম্বিত হোৱা একাংশ প্ৰাথমিক শিক্ষকৰ আবেদন খাৰিজ কৰি…

সংসদৰ শীতকালীন অধিবেশনৰ সমাপ্তি! বিৰোধীৰ প্ৰতিবাদৰ মাজতে অনিৰ্দিষ্টকাললৈ স্থগিত সদন

শুকুৰবাৰে সামৰণি পৰিল সংসদৰ শীতকালীন অধিবেশনৰ। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুকুৰবাৰে পুৱা সদনৰ কাম-কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। অধিবেশনৰ শেষৰ দিনটোত অধ্যক্ষগৰাকীয়ে নিজৰ কোঠাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু…

ভাৰতৰ সৈতে সম্পৰ্কত যতি! উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ ভাবুকিৰ পাছত এইবাৰ ভাৰতীয় উচ্চায়ুক্তক বহিষ্কাৰৰ দাবী বাংলাদেশী নেতাৰ

লাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক লৈ কৰা মন্তব্যৰ পৰা দূৰত্ব বজাই ৰাখিলেও, ছাত্ৰ নেতা হাচনাত আব্দুল্লাহ এতিয়াও নিজৰ স্থিতিত অটল। ভাৰতৰ ‘ছেভেন চিষ্টাৰ্ছ’ অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলক বিচ্চিন্ন কৰাৰ ভাবুকি দিয়াৰ পাছত…

উত্তৰ ভাৰতত কুঁৱলীৰ সন্ত্ৰাস! দিল্লীত ‘ৰেড এলাৰ্ট’ জাৰি, স্তব্ধ জনজীৱন

প্ৰকৃতিৰ ধূসৰ আৱৰণত আৱদ্ধ হৈ পৰিছে সমগ্ৰ উত্তৰ ভাৰত। শুকুৰবাৰে পুৱা পঞ্জাবৰ পৰা বিহাৰলৈকে বিস্তৃত এক ডাঠ কুঁৱলীৰ স্তৰে ইণ্ডো-গংগা সমভূমিৰ দৃশ্যমানতা একেবাৰে শূন্য কৰি পেলায়। এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি…

ইম্ফলত মাছভৰ্তি ট্ৰাক হাইজেক! নিষিদ্ধ সংগঠনৰ সদস্যসহ সাতজন গ্ৰেপ্তাৰ

মণিপুৰৰ ইম্ফল পশ্চিম জিলাত নিৰাপত্তা বাহিনীয়ে সফল অভিযানৰ মাধ্যতে সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে, যিবোৰ মাছভৰ্তি এখন ট্ৰাক হাইজেকৰ সৈতে জড়িত। ধৃতসকলৰ ভিতৰত চাৰিজন সদস্য ‘ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট’ (UNLF-Pambei) গোটৰ…

পাকিস্তানৰ সমৰ্থনত শ্লোগান! তিনি বছৰত কৰ্ণাটকত ১২টা গোচৰ ৰুজু চৰকাৰৰ

কৰ্ণাটক চৰকাৰে পাকিস্তানৰ সমৰ্থনত শ্লোগান দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে, য’ত যোৱা তিনিবছৰত মুঠ ১২ টা গোচৰ ৰুজু কৰা হৈছে। বিজেপি সদস্য চি টি ৰবিৰ এক প্ৰশ্নৰ উত্তৰ…

উত্তপ্ত বাংলাদেশ! জুলাই বিদ্ৰোহৰ নেতা শ্বৰীফ ওচমান হাদীৰ মৃত্যু, ভাৰতীয় উচ্চায়ুক্ত বন্ধৰ হুংকাৰ

অশান্তিৰ জুইত পুনৰ দহিছে চুবুৰীয়া দেশ বাংলাদেশ। যোৱা সপ্তাহত দুষ্কৃতিকাৰীৰ গুলীত আহত হোৱা জুলাই বিদ্ৰোহৰ অন্যতম অগ্ৰণী নেতা শ্বৰীফ ওচমান হাদীৰ চিকিৎসাধীন অৱস্থাত ছিংগাপুৰত মৃত্যু ঘটে। ঢাকাৰ বিজয় নগৰত নিৰ্বাচনী…

২০২৬ নহয়, ২০৩১ ৰ বাবেহে যুঁজক কংগ্ৰেছেঃ অখিল গগৈক ‘মনোৰঞ্জনৰ উৎস’ আখ্যা মুখ্যমন্ত্ৰীৰ

ৰাজনীতিৰ যুঁজ আৰম্ভ হোৱাৰ পূৰ্বেই বিৰোধীক লৈ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১৮ ডিচেম্বৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে কংগ্ৰেছে এতিয়া আগন্তুক ২০২৬…