Author: Paromita

বন্দে ভাৰতৰ খাদ্যত জীৱন্ত পোক! ৫০ লাখ টকাৰ জৰিমনাৰে খাদ্য বিক্ৰেতাৰ ঠিকা বাতিল ৰেল মন্ত্ৰালয়ৰ

আকৌ অভিলাসী বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল জীৱন্ত পোক! শেহতীয়াকৈ এগৰাকী যাত্ৰীয়ে বন্দে ভাৰত এক্সপ্ৰেছত যোগান ধৰা খাদ্যত পোক পোৱাৰ বিষয়ে সদৰী কৰাৰ পাছতে দেশজুৰি পুনৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।…

মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পূৰ্ণ: অসম বিধানসভা নিৰ্বাচনৰ বাবে ৭৮৯ গৰাকী প্ৰাৰ্থীৰ আবেদন বৈধ হিচাপে ঘোষণা

অসম বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া সকলো ১২৬ টা সমষ্টিতে শেহতীয়াভাৱে সম্পূৰ্ণ হৈছে। এই প্ৰক্ৰিয়াৰ অন্তত ৰাজ্যজুৰি মুঠ ৭৮৯ গৰাকী প্ৰাৰ্থীৰ আবেদন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বৈধ…

দুই লাখ নিযুক্তি আৰু ২৫ হাজাৰ টকীয়া সাহায্যৰ প্ৰতিশ্ৰুতিঃ বজালীত নিৰ্বাচনী ৰণশিঙা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

হিতাধিকাৰীৰ ৰাজনীতিৰে সমাগত বিধানসভা নিৰ্বাচনৰ জেওৰা পাৰ কৰাৰ কুচকাৱাজ ৰচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বজালী জিলাৰ ভৱানীপুৰ-সৰভোগ সমষ্টিত এখন বিশাল নিৰ্বাচনী জনসভাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুৱক-যুৱতী…

মহাকাশত অসমৰ চকু; বান নিয়ন্ত্ৰণ আৰু সীমান্ত সুৰক্ষাৰ বাবে ৰাজ্যৰ নিজাকৈ উপগ্ৰহ প্ৰক্ষেপণৰ প্ৰস্তুতি

বানপানীৰ পৰা পৰিত্ৰাণ আৰু সীমান্তৰ নিৰাপত্তা সুদৃঢ় কৰাৰ লক্ষ্যৰে অসমে মহাকাশত নিজাকৈ এক নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ দিশত খোজ পেলাইছে। দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হিচাপে অসমে একাধিক পৃথিৱী-পৰ্যবেক্ষণকাৰী উপগ্ৰহৰ বাবে…

৩০ খনতকৈও অধিক বাহনৰ গৰাকী হাগ্ৰামা পত্নী সেউলী মহিলাৰী; মনোনয়নৰ শপতনানামাত প্ৰকাশ বিশাল সম্পত্তি

কিমান ধনী বিপিএফৰ মুৰব্বী তথা বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী সেউলী ব্ৰহ্ম মহিলাৰী? কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী ৰূপে শেহতীয়াকৈ দাখিল কৰা মনোনয়নৰ সময়ত প্ৰদান কৰা শপতনানামাত পোহৰলৈ আহিছে হাগ্ৰামা পত্নীৰ বিশাল…

শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে শপতনামাত তথ্য গোপনৰ গুৰুতৰ অভিযোগ

শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে মঙলবাৰে উত্থাপন হয় তথ্য গোপনৰ এক গুৰুতৰ অভিযোগ। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিজেপি প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰৰ শপতনামাত থকা বিসংগতিৰ…

লালু প্ৰসাদ যাদৱৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ; লেণ্ড ফৰ জব গোচৰত অব্যাহত থাকিব চিবিআইৰ তদন্ত

ৰে’ল বিভাগত নিযুক্তিৰ বিনিময়ত ভূমি কেলেংকাৰিত অভিযুক্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চিবিআই-য়ে ৰুজু কৰা এজাহাৰ খাৰিজ কৰিবলৈ মঙলবাৰে অস্বীকাৰ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আৰজেডি মুৰব্বীগৰাকীৰ লগতে তেওঁৰ…

বাক্সা কাৰাগাৰত আৰক্ষীৰ গুলীচালনা! কৰ্তব্যৰত অৱস্থাতে কনিষ্টবলৰ আত্মহননৰ চেষ্টা

বাক্সাৰ জিলা কাৰাগাৰত মঙলবাৰে এগৰাকী কৰ্তব্যৰত আৰক্ষী কনিষ্টবলে নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহননৰ চেষ্টা চলোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জুবিন গাৰ্গৰ গোচৰৰ পাঁচজন অভিযুক্তক বন্দী কৰি ৰখা এই কাৰাগাৰৰ…

নিৰ্বাচনী আয়োগৰ পত্ৰত বিজেপিৰ মোহৰ! কেৰালাত তীব্ৰ বিতৰ্কৰ মাজতে নিলম্বিত হ’ল সহকাৰী শাখা বিষয়া

কেৰালাৰ বিধানসভা নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নিৰ্বাচনী আয়োগৰ এক পত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চীল থকাক কেন্দ্ৰ কৰি সোমবাৰে আৰম্ভ হয় এক প্ৰচণ্ড ৰাজনৈতিক বিতৰ্কৰ। ২০১৯ চনৰ নিৰ্বাচনী নিৰ্দেশনা সম্বলিত এখন চৰকাৰী…

যোৰহাটত গৌৰৱ গগৈৰ নিৰ্বাচনী যুঁজৰ যাত্ৰা আৰম্ভ; শক্তি প্ৰদৰ্শনেৰে দাখিল কৰিলে মনোনয়ন পত্ৰ

অসম বিধানসভা নিৰ্বাচনৰ ৰণক্ষেত্ৰত পদাৰ্পণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লোকসভাৰ বিৰোধী উপ-দলপতিগৰাকীয়ে সোমবাৰে এক বিশাল শোভাযাত্ৰাৰ অন্তত যোৰহাট বিধানসভা সমষ্টিৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। জিলা আয়ুক্তৰ…