Assam অসমৰ প্ৰাকৃতিক মহিমাৰে অনুপ্ৰাণিত ছিকিমৰ অৰ্কিড বিশেষজ্ঞ; আঠ বছৰীয়া গৱেষণাৰ অন্তত ফুলিল ‘সেউজীয়া কাজিৰঙা’ March 3, 2026 Paromita ছিকিমৰ বিশিষ্ট অৰ্কিড বিশেষজ্ঞ মোহন প্ৰধানে আঠ বছৰীয়া নিৰন্তৰ গৱেষণা আৰু বৰ্ণসংকৰণ প্ৰক্ৰিয়াৰ অন্তত উদ্ভাৱন কৰিছে অৰ্কিডৰ এক নতুন প্ৰজাতি। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি সন্মান জনাই বিশেষজ্ঞগৰাকীয়ে এই…
Assam মাইবাঙৰ পৰা তিনি শিশু সন্ধানহীন; উদ্ধাৰৰ বাবে পৰিয়ালৰ আকুল আবেদন March 3, 2026 Paromita ডিমা হাছাও জিলাৰ মাইবাং আৰক্ষী থানাৰ অন্তৰ্গত হৰিচন্দ্ৰপুৰৰ পৰা ১ মাৰ্চৰ দুপৰীয়াৰে পৰা তিনিটাকৈ শিশু সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন শিশু কেইটা ক্ৰমে ১২ বছৰীয়া ৰণু…
Assam অসম বিধানসভা নিৰ্বাচনৰ ৰণডংকা; ৪৬ খন আসনত জিকাৰ দাবীৰে নিৰ্বাচনী ৰণাঙ্গনত কংগ্ৰেছ March 3, 2026 Paromita অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত এতিয়া সৃষ্টি হৈছে এক তীব্ৰ উত্তজনাৰ। নিৰ্বাচন আয়োগে যিকোনো মুহূৰ্ততে সময়সূচী ঘোষণা কৰাৰ সম্ভাৱনাৰ মাজতে বিৰোধী কংগ্ৰেছে ৪৬…
Assam ৰাজ্যৰ সকলো মহাবিদ্যালয় হ’ব আৱাসিক; উচ্চশিক্ষাত ১০০ শতাংশ হোষ্টেলৰ পৰিকল্পনা চৰকাৰৰ March 3, 2026 Paromita অসমৰ উচ্চশিক্ষাৰ পৰিৱেশত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এতিয়া পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক পৰ্যায়ক্ৰমে সম্পূৰ্ণ আৱাসিক শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী লক্ষ্য লৈছে চৰকাৰে। সোমবাৰে ডিব্ৰু…
Assam ৰাজ্যৰ চাৰি জিলাত ঘোষণা স্থানীয় বন্ধ; ফাকুৱাৰ উছাহৰ মাজতে প্ৰশাসনৰ বিশেষ পদক্ষেপ March 3, 2026 Paromita ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি এতিয়া বিৰাজ কৰিছে এক পাৰাপাৰহীন উছাহৰ। আজি পবিত্ৰ দৌল যাত্ৰা আৰু কাইলৈ হোলী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে চাৰিওফালে। ফাকুৱা উপলক্ষে মৰিগাঁও, কামৰূপ মহানগৰ, নগাঁও আৰু…
Assam আমেৰিকা বিশ্বকাপত নেখেলিব পাৰে ইৰানে; যুদ্ধৰ পৰিৱেশৰ মাজতে ফুটবলক লৈ অনিশ্চয়তা March 2, 2026 Paromita আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলত ইৰানৰ অংশগ্ৰহণক লৈ এতিয়া তীব্ৰ অনিশ্চয়তাই দেখা দিছে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ইৰানে বিশ্বকাপৰ পৰা নাম…
Assam শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ; বজালীত তীব্ৰ চাঞ্চল্য March 2, 2026 Paromita বজালী জিলাৰ বঙালীপাৰাত অৱস্থিত ষ্টেলা মেৰিছ স্কুলত সোমবাৰে এক অনাকাংক্ষিত ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। বিদ্যালয়খনৰ এগৰাকী কম্পিউটাৰ শিক্ষকৰ বিৰুদ্ধে চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক শৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।…
Assam পৰাজয়ৰ গ্লানিৰ মাজতে পাকিস্তান ক্ৰিকেটত হাহাকাৰ; প্ৰতিজন খেলুৱৈক বিহা হ’ল ৫০ লাখৰ জৰিমনা March 2, 2026 Paromita টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ পৰ্যায়ৰ পৰা লজ্জাজনক বিদায় লোৱাৰ পাছতে পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকলৰ বিৰুদ্ধে অভূতপূৰ্ব কঠোৰ স্থিতি গ্ৰহণ কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। আইচিচিৰ এই গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত দুৰ্বল প্ৰদৰ্শনৰ বাবে এতিয়া…
Assam কেৱল চাহেই নহয়, ঔদ্যোগিক বিপ্লৱৰ দিশে দ্ৰুতগতিৰে আগবাঢ়িছে অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা March 2, 2026 Paromita অসম এতিয়া কেৱল চাহ উৎপাদনকাৰী ৰাজ্য হৈ থকা নাই, বৰঞ্চ দেশৰ এক বিচিত্ৰ ঔদ্যোগিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ এই বৃহৎ পৰিৱৰ্তনৰ কথা উল্লেখ কৰি…
Assam পূৰণ নহ’ব অগপৰ ইচ্ছা! বঢ়মপুৰত জিতু গোস্বামীয়েই হ’ব বিজেপিৰ প্ৰাৰ্থী March 2, 2026 Paromita অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাৰ লগে লগে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক নেতৃত্বই। দেওবাৰে বঢ়মপুৰৰ পুৰণিগুদামত অনুষ্ঠিত জন আশীৰ্বাদ…