Author: Paromita

দেশৰ প্ৰশাসনীয় ব্যৱস্থাত নতুন যুগৰ সূচনাঃ দিল্লীত পি এম অ’ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

“নাগৰিক দেৱো ভৱঃ” – এই মূল মন্ত্ৰক বুকুত বান্ধি শুকুৰবাৰে নতুন দিল্লীৰ কেন্দ্ৰীয় সচিবালয় কমপ্লেক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৱল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েই…

বাজেট অধিৱেশনৰ বিৰতি; অহা ৯ মাৰ্চত পুনৰ মিলিত হ’ব সংসদৰ দুয়োখন সদন

সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ কাম-কাজ অন্ত পৰাৰ পাছত শুকুৰবাৰে দুয়োখন সদনৰে কাৰ্যসূচী অহা ৯ মাৰ্চলৈ স্থগিত ৰাখে অধ্যক্ষই। যোৱা ২৮ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হোৱা এই অধিৱেশনৰ…

ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিবঃ উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য

“ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিব, ই কোনো বিতৰ্কৰ বিষয় হ’ব নোৱাৰে!” -কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনাক লৈ সৃষ্টি হোৱা তীব্ৰ বাকযুদ্ধৰ মাজতে শুকুৰবাৰে এইদৰে এক তীব্ৰ সকীয়নী দিয়ে উত্তৰ…

বাংলাদেশৰ নতুন সংসদত একমাত্ৰ হিন্দু প্ৰতিনিধিঃ বি এন পিৰ বিজয়ৰ মাজতে হ্ৰাস পালে সংখ্যালঘুৰ আসন

বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে বৃহৎ জয় সাব্যস্ত কৰিলেও নতুন সংসদত হিন্দু প্ৰতিনিধিৰ সংখ্যা মাত্ৰ এজনলৈ হ্ৰাস পোৱা পৰিলক্ষিত হয়। তাৰিক ৰহমানৰ নেতৃত্বত বি…

প্ৰখ্যাত বাতৰি পৰিৱেশিকা সৰলা মহেশ্বৰীৰ দেহাৱসান! অন্ত পৰিল সংবাদ জগতৰ এক সোণালী যুগৰ

অন্ত পৰিল ভাৰতীয় সংবাদ জগতৰ এক সুৱৰ্ণ অধ্যায়ৰ। আশী আৰু নব্বৈৰ দশকৰ ভাৰতীয় দূৰদৰ্শনৰ প্ৰসিদ্ধ বাতৰি পৰিৱেশিকা সৰলা মহেশ্বৰীয়ে বৃহস্পতিবাৰে দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে। ৭১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা…

NPPত যোগদান উত্তৰ-পূবৰ জনপ্ৰিয় জনজাতীয় নেতা ডেনিয়েল লাংথাছাৰ

ডিমা হাচাওৰ ৰাজনৈতিক সমীকৰণত এক নতুন জোকাৰণি তুলি আজি শাসকীয় দলটোৰ শক্তি বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা হয় এক বিশাল যোগদান কাৰ্যসূচীৰ। মাইবাঙৰ দিশ্ৰু পথাৰত অনুষ্ঠিত এই সন্মিলনত জিলাখনৰ প্ৰভাৱশালী নেতা…

তেজপুৰত ‘অৰণ্য মানৱ’ যাদৱ পায়েঙলৈ অসম নক্ষত্ৰ বঁটা; বনধ্বংসৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীলৈ পত্ৰ

অসমৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে অৰণ্য মানৱ হিচাপে খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙক বুধবাৰে প্ৰদান কৰা হয় অসম নক্ষত্ৰ বঁটা ২০২৬। অসমীয়া সুৰক্ষা মঞ্চৰ দশম প্ৰতিষ্ঠা দিৱস উপলক্ষে…

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঘৃণা ভাষণৰ গোচৰ; নতুন আবেদনৰ শুনানিৰ বিষয়ে বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত ঘৃণা ভাষণৰ অভিযোগ সন্দৰ্ভত দাখিল হোৱা এখন নতুন আবেদনৰ শুনানি গ্ৰহণৰ বিষয়টো উচ্চতম ন্যায়ালয়ে বিবেচনা কৰিব। বুধবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত…

ডাউন টাউন হস্পিটালৰ মেগা হেল্থ মেলা ২০২৬ উদ্বোধন

৩৭তম বাৰ্ষিকী উদযাপনৰ আৰম্ভণি উপলক্ষে, ডাউন টাউন হস্পিটালে দিঘালী পুখুৰীৰ ওচৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰ (এনচিপি ফিল্ড)ত দুদিনীয়া বহু প্ৰত্যাশিত ডাউন টাউন হেল্থ মেলা ২০২৬ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানটো প্ৰাগ…

গৌৰৱ গগৈ আদালতলৈ গ’লে নিজেই বিপদত পৰিব; বঢ়মপুৰত বিজেপিৰ সভাত মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

দেশৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰাকমূহূৰ্তত নগাঁৱৰ বঢ়মপুৰত অনুষ্ঠিত বিজেপিৰ এক সাংগঠনিক সভাত আজি অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এই অনুষ্ঠানৰ পাছতেই সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ…