Author: Mohini

প্ৰথম বাৰৰ বাবে ভাৰতত উপস্থিত হৈছে  আ’য়াৰিছ  পপ-ৰক ব্ৰেণ্ড “দ্য স্ক্ৰিপ্ট

প্ৰথম বাৰৰ বাবে ভাৰতত উপস্থিত হৈছে আ’য়াৰিছ পপ-ৰক ব্ৰেণ্ড “দ্য স্ক্ৰিপ্ট”। শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া চেৰী ব্লছম ফেষ্টিভেলৰ বাবে আইৰিছ পপ-ৰক ব্ৰেণ্ডটো মঙলবাৰে শ্বিলঙত উপস্হিত হয়। মঙলবাৰে আবেলি শ্বিলং বিমানবন্দৰত তেওঁলোকে…

ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আচঁনিৰ  শুভাৰম্ভ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আচঁনিৰ…

২০০ৰো অধিক কণ্ঠশিল্পীয়ে চানমাৰি খেলপথাৰত গীতেৰে স্মৰণ কৰিব প্ৰাণৰ শিল্পীগৰাকীক

বিগত তিনিটা দশক জুৰি অসমীয়া সংগীতৰ একক, অনন্য, অতুলনীয় আৰু এক অম্লান সত্ত্বা হিচাপে প্রতিগৰাকী অসমীয়াৰ বুকুৰ আপোন হৈ পৰা জুবিন গার্গৰ আকস্মিক আৰু অনাকাংক্ষিত মৃত্যুত সমগ্র ৰাজ্যবাসী ম্রিয়মাণ হৈ…

টিন ইণ্ডি ফিল্ম এৱাৰ্ড ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’

বাংগালুৰুৰ আৰ ভি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা টিন ইণ্ডি ফিল্ম এৱাৰ্ডছ (টি আই এফ এ) ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শিত হয় অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’। ১০ নৱেম্বৰৰ পৰা ১৪…

কামৰূপ মহানগৰ CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতা

কামৰূপ মহানগৰ CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতাৰে উকিল সন্থাৰ প্ৰতিবাদী সমদল। সোমবাৰে উকলি সন্হা, গুৱাহাটীৰ উদ্যোগত প্ৰায় দুই শতাধিক অধিবক্তাই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এই স্থানান্তৰ অবৈধ, একপক্ষীয় স্থানান্তৰ…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদী পদযাত্ৰা

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটী মহানগৰীত প্ৰতিবাদী সমদল। অসম জাতীয় জনগোষ্ঠীয় ২৫ টা দল সংগঠনৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। খানাপাৰা খেলপথাৰৰ পৰা ওলোৱা এই প্ৰতিবাদী পদযাত্ৰাত কেইবাশতাধিক লোকে…

গুৱাহাটী মহানগৰীক লৈ  বিশেষ পদক্ষেপ গ্ৰহণ  গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী মহানগৰীক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে। গুৱাহাটী মহানগৰীৰ পথ নিৰ্মাণ , ৰাজহুৱা প্ৰশ্ৰাৱগাৰ , প্ৰেক্ষাগৃহ নিৰ্মাণৰ লগতে বিজুলী বাতি লগোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী…

বিকাশ অসমৰ আত্মসমৰ্পণ

অৱশেষত আত্মসমৰ্পণ কৰিলে বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব পদৰ বহিষ্কৃত নেতা বিকাশ অসমে। শনিবাৰে দিছপুৰ থানত আত্মসমৰ্পণ কৰে নেতাজনে। আত্মসমৰ্পণৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক।…

অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ বিয়োগ

বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক চৈয়দ চাদুল্লাৰ বিয়োগত। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩৩ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে চৈয়দ ছাদুল্লাই। ৭৭ বছৰ…

৭ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰিব গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট

গুৱাহাটী বাসীৰ বাবে সুখবৰ। নৱেম্বত মুকলি হ’ব গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা এই প্ৰকল্প পৰিদৰ্শন কৰি মুকলিৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে…