Author: editor

উইম্বলডনৰ ৫ কোটি পাউণ্ড হ’ব পুৰষ্কাৰৰ ধন

অল ইংলেণ্ড ক্লাবৰ বিষয়াসকলে ঘোষণা কৰে যে উইম্বলডনৰ মুঠ পুৰষ্কাৰৰ ধন অভিলেখ ৫ কোটি পাউণ্ড (প্ৰায় ৬ কোটি ৪০ লাখ আমেৰিকান ডলাৰ) লৈ বৃদ্ধি হ’ব, প্ৰতিজন একক চেম্পিয়নে ২৭ লাখ…

নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এনটিএলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিল আৰু অনিয়ম সম্পৰ্কীয় আৱেদনৰ শুনানি গ্ৰহণ কৰে। ইফালে, আদালতে নীট পৰীক্ষা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ক চিবিআই তদন্ত বিচাৰি কৰা আবেদনৰ ওপৰত…

জিলা ভিত্তিত বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী

অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ সৌজন্যত পৰিবেশ শিক্ষা কাৰ্যক্ৰমৰ অধীনত আৰু ভেৰালদী ৰুৰেল ডেভেলপমেণ্ট এচোছিয়েচনৰ উদ্যোগত ১৩ জুনত ক্লাৱ ৰাইনো,বৰপেটাত পুৱা ১০ বজাৰ পৰা জিলা ভিত্তিত বহনক্ষম সামগ্ৰী/…

কানকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ

ৰংজুলি বনাঞ্চলিক কাৰ্যালয় আৰু শিমলীতোলা আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কানকাটাত নিশা হাতীৰ জাকটোৱে কানকাটা গাওৰ মকিবুল হকৰ ধানৰ ভৰাল ঘৰ ভাঙি লণ্ডভণ্ড কৰি প্ৰায় ১৬ কুইন্টল ধান খাই তহিলং কৰাৰ…

চামৰালি বজাৰত আৰক্ষীৰ বৃহৎ অভিযান

হোজাইৰ মোৰাঝাৰৰ চামৰালি বজাৰত আৰক্ষীয়ে এক গোপন সুত্ৰ পম খেদি চলোৱা এই অভিযানত জব্দ দুটাকৈ বন্ধুক৷ হোজাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু মোৰাঝাৰ ,চৌধুৰীবজাৰ আৰক্ষীৰ যৌথ অভিযানতজব্দ কৰে দুটাকৈ বন্ধুক ৷…

অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মান্নানৰ দেহাৱসান

আলোপতি নিবাসী তথা ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক আব্দুল মান্নানৰ মংগলবাৰৰ দিনা নিজ বাসভৱনত কিডনী,মধুমেয় আৰু হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল…

ভাৰতৰ নতুন সেনা প্ৰধান হ’ব লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী

লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী নতুন সেনা প্ৰধান হ’ব। তেওঁ বৰ্তমানৰ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেৰ স্থান ল’ব। চৰকাৰে মঙলবাৰে নিশা এই ঘোষণা কৰে। লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে বৰ্তমান সেনাৰ উপ-প্ৰধান হিচাপে…

চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি…

হোজাই কৰ্মচাৰী পৰিষদৰ ত্ৰিংশত্তম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন সম্পন্ন

হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ত্ৰিংশত্তম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন ৮ আৰু ৯ জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে লামডিং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত লামডিং আজাদ হিন্দ পাব্লিক লাইব্ৰেৰী আৰু ৰেলৱে’ ইনষ্টিটিউটত অনুষ্ঠিত হয়।…

৫০০ বছৰ পুৰণি ব্ৰঞ্জৰ মূৰ্তি ভাৰতক উভতাব অক্সফৰ্ড বিশ্ববিদ্যালয়ে

ব্ৰিটেইনৰ প্ৰতিষ্ঠিত অক্সফৰ্ড বিশ্ববিদ্যালয়ে তামিলনাডুৰ এটা মন্দিৰৰ পৰা চুৰি হোৱা বুলি বিশ্বাস কৰা এজন সন্তৰ ৫০০ বছৰ পুৰণি ব্ৰঞ্জৰ মূৰ্তি ভাৰতক উভতাই দিবলৈ সন্মত হৈছে। বিশ্ববিদ্যালয়খনৰ এছমোলিয়ান সংগ্ৰহালয়ৰ দ্বাৰা জাৰি…