Author: Dipshikha

এক ভয়ংকৰ পথ দু*ৰ্ঘটনা,প্ৰা*ণ হেৰুৱালে বহুজনে

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰায় ৫৫ জনলোকে। জানিব পৰা মতে এখন যাত্ৰীবাহী বাছে কেইবাখনো বাহনত খুন্দা মাৰি পৰি যায় দ’ খাৱৈত। যাৰ ফলত এই ঘটনা সংঘটিত হয়।বৰ্তমানেও অঞ্চলটোত…

আপোনাৰ ছালখন উজ্জ্বল আৰু ধুনীয়া হোৱাটো বিচাৰে নেকি

সকলোৱে উজ্বল আৰু ধুনীয়া ছাল বিচাৰে নহয়নে? ইয়াৰ বাবে আপুনি হয়তো বহুটো বিউটি প্ৰডাক্টছ ব্যৱহাৰ কৰে।আপোনাক জনাওঁ যে আপুনি ঘৰুৱা উপায় অৱলম্বন কৰিও আপোনাৰ ছালখন ধুনীয়া কৰি ৰাখিব পাৰে।যদি আপুনি…

২৫হহাজাৰ মূল্যৰ এখন বিশেষ গামোছা

এশ বা দুশ নহয়, হাজাৰটকীয়া মূল্যৰ এখন গামোচা ! গামোচা খনৰ বাবে নিলামত দাম উঠিল বৃহৎ ধনৰাশি । ঠাই বিশেষে প্ৰতিটো সামগ্ৰীৰ মূল্য ভিন্ন হৈ পৰে।যদি এখন গামোচাই ধৰ্মীয় উপসনাস্থলীত…

অমিতাৰ গুটিসমূহ বাৰু আপুনি কি কৰে

সাধাৰণতে অমিতা খোৱাৰ পিছত মানুহে অমিতাৰ গুটিবোৰ জাবৰ বুলি গণ্য কৰি পেলাই দিয়ে। কিন্তু আমি যদি অমিতাৰ গুটিৰ গুণাগুণৰ বিষয়ে জানো, তেতিয়া এই ভুল কেতিয়াও নকৰোঁ। অমিতাৰ গুটি ঔষধি গুণেৰে…

অসম কন্যাই আজুৰি আনিলে সোণৰ পদক

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ একাদশ দিনটোত অসমলৈ আহিল বিশেষ খবৰটো। দুগৰাকীকৈ অসমীয়া মহিলা বক্সাৰে লাভ কৰিলে সোণৰ পদক। লগতে আন দুজন পুৰুষ বক্সাৰে আঁজুৰিলে ৰূপৰ পদক। দীৰ্ঘবিৰতিৰ…

অ’এন জি চিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ

পুনৰ প্ৰতিবাদ কৰিলে ৰাজপথত।এইবাৰ পুৱাৰ ভাগতেই ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই কৰিলে অনিৰ্দিষ্টকালীন পথ অৱৰোধ। কুঁৱলী ভেদি ছাত্ৰ সংগঠনটোৱে অ’এন জি চিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । সৰুপথাৰ সমজিলাৰ আৰ্থ-সামাজিক…

জুইত জ্বলিছে বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ।বাংলাদেশত লক্ষ্য কৰি লোৱা হৈছে আৱামী লীগৰ নেতাৰ ঘৰ। অগ্নিসংযোগ কৰা হৈছে তেওঁলোকৰ বাসগৃহত। একে সময়তে বুলডজাৰ ব্যৱহাৰ কৰিও ভাঙি পেলোৱা হৈছে। এনে তাণ্ডৱ আৰু অগ্নিসংযোগক লৈ উদ্বেগ…

পুনৰ আটক দুই বাংলাদেশীক

শেহতীয়াকৈ পুনৰ অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই বাংলাদেশীক আটক কৰে আৰক্ষীয়ে । ইফালে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত…

উত্তৰ প্ৰদেশৰ ফতেহপুৰত ৰেল দু*ৰ্ঘটনা

উত্তৰ প্রদেশৰ ফতেহপুৰত ৰে’ল দুৰ্ঘটনা। দুখন মালগাড়ীৰ মাজত সংঘৰ্ষ। যাৰ ফলত লাইনচ্যুত হ’ল কেইবাটাও দবা। দুৰ্ঘটনাটোত বৰ্তমানলৈকে হতাহত হোৱাৰ খবৰ নাই অহা। ৰে’ল আৰক্ষীয়ে এতিয়াও সদৰি কৰা নাই কোনো তথ্য।…

গেছ চিলিণ্ডাৰ পৰিবাহী ট্ৰাকত অগ্নিকাণ্ড

আজি পুৱা গেছ চিলিণ্ডাৰ পৰিবাহী এখন ট্ৰাকত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ধাৰাবাহিকভাৱে বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে…