কাইলৈ অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন । এই পৰিষদীয় নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বিটিআৰৰ আনকেইখন জিলাৰ লগতে বাক্সা জিলা প্ৰশাসনো হৈছে সাজু । জিলাখনৰ সদৰ মুছলপুৰস্থিত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আজি ভোট গ্ৰহণৰ নথিপত্ৰৰ লগতে ভোটৰ বাকচসমূহ লৈ নিজৰ নিজৰ গন্তব্য় স্থানলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়া সকল । Share this:FacebookX Related Post navigation গুৰগাঁওস্থিত মেডাণ্ট হাস্পতালে এআই আৰু ডাটা এনালাইটিক্স ব্যৱহাৰ কৰি নিখুঁত কৰ্কট ৰোগৰ শেহতীয়া অগ্ৰগতিৰ ওপৰত বৃদ্ধি কৰে সজাগতা সৰুসজাইত অনুৰাগীক উদ্দেশ্যি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ক’লে এইদৰে….