Author: Dipshikha

পুনৰ নিষিদ্ধ মাংস জব্দ

পুনৰ নিষিদ্ধ মাংসসহ গাড়ী জব্দ আৰক্ষীৰ।অসম আৰক্ষীৰ বৃহৎ সফলতা।এইবাৰ ধুবুৰীৰ গৌৰীপুৰত বাহন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।জানিব পৰা মতে আৰক্ষীয়ে এএছ ১৭ চি ৬০০৮ নম্বৰৰ বলেৰ’ বাহনখনৰ লগতে প্ৰায় ৫০০…

আজি ৩১ জানুৱাৰী, ‘মে-ডাম-মে-ফী’

আজি ৩১ জানুৱাৰী, পবিত্ৰ ‘মে-ডাম-মে-ফী’ । আজিৰ দিনটোত টাই আহোম সকলে পূৰ্ব পুৰুষ সকলক সোঁৱৰি এই অনুষ্ঠান অনুষ্ঠিত কৰে। ‘মে-ডাম-মে-ফী’ৰ অৰ্থ হ’ল, মে মানে তৰ্পন কৰা, ডাম মানে মৃতকৰ আত্মা…

মহাত্মা গান্ধীৰ মৃ*ত্যু বাৰ্ষিকী

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী।৩০ জানুৱাৰীত বাপুৰ মৃত্যুবাৰ্ষিকীত সমগ্ৰ দেশে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ইয়াক শ্বহীদ দিৱস হিচাপে পালন কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু…

পুনৰ পানবজাৰ আৰক্ষীৰ জালত ট্রেডিং প্ৰৱঞ্চক

পাণবজাৰ আৰক্ষীৰ জালত ট্ৰেডিং প্ৰৱঞ্চক । ধৃত প্ৰৱঞ্চকটোৰ নাম অসীম গোৱেল । মহানগৰীৰ আঠগাঁৱৰ বাসিন্দা এই প্ৰৱঞ্চকটো । ট্ৰেডিং, শ্বেয়াৰ মাৰ্কেটৰ নামত ৮ কোটি টকা আত্মসাৎ । বহু লোকৰ পৰা…

ক্ৰীড়া সন্থাৰ খেলপথাৰত অঘটন

ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত অঘটন । হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু আৰক্ষী বিষয়াৰ। নলবাৰী যান-বাহন আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শকৰ মৃত্যু । সহকাৰী উপ-পৰিদৰ্শক ভূপেন কলিতাৰ আকস্মিক মৃত্যু। ষষ্ঠ অসম মাষ্টাৰ্ছ গেমছৰ মাজতে…

পুনৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক

পুনৰ অসম আৰক্ষীয়ে দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক । উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশত বাধা দিবৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ।একে সময়তে সীমান্তত নিয়মীয়া টহল অব্যাহত ৰাখিছে আৰক্ষীয়ে…

সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচিত

সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচিত। ২০০৫ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ যাত্ৰা আৰম্ভ কৰিছিল সমীৰণ ফুকনে। এতিয়া সমীৰণে নতুন সাধাৰণ সম্পাদক ৰূপে পৰৱৰ্তী…

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা

জুৱা খেলৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান। নগাওঁ আৰক্ষীৰ অভিযানকাৰী দলে চহৰ খনৰ লক্ষীনগৰত অভিযান চলাই জুৱা খেল চক্ৰৰ পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰে। অভিযানৰ সময়ত আৰক্ষীয়ে জুৱা খেলত ব্যৱহৃিত বিভিন্ন সামগ্ৰীও…

কলিয়াবৰত মাথাউৰি ভাঙি পৰিল বাইক আৰোহী

গণৰাজ্য দিৱসৰ আনন্দৰ মাজতে কালি নিশা কলিয়াবৰত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। ভগ্ন মথাউৰিৰ পৰা প্ৰায় ২০ ফুট তলত পৰিল বাইকসহ আৰোহী। এতিয়ালৈকে সন্ধান নাই বাইক আৰোহী যুৱকৰ।বাইক আৰোহীগৰাকী জখলাবন্ধাৰ…

ঘন কুঁৱলীৰ বাবে ব্যাহত হৈ পৰিছে স্বাভাৱিক জন জীৱন

কুঁৱলীৰ বাবে দেশৰ ভিন্ন প্ৰান্তত ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা। ঘন কুঁৱলীৰ বাবে যান-বাহন চলোৱা অসুবিধাৰ সন্মুখীন হৈছে চালকসকল। ইয়াৰ মাজতে ৰাজ্যৰ ২২খন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow…