Business আজি পুৱা মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা January 24, 2025 Dipshikha মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত শুকুৰবাৰে পুৱা সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। ভাণ্ডাৰাৰ সমীপৱৰ্তী এটা অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা কাৰখানাত সংঘটিত বিস্ফোৰণৰ ফলত ৬জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ৫জন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক…
Business ভয়ংকৰ অগ্নিকাণ্ড ফলত ৭৬জন লোকৰ মৃ*ত্যু January 22, 2025 Dipshikha এখন ৰিজৰ্টত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭৬ জনলোকৰ মৃত্যু হয়। জানিব পৰা মতে, এই হোটেলখনত প্ৰায় ২৩৪ গৰাকী অতিথি আছিল। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পশ্চিম তুৰস্কৰ এখন ৰিজৰ্টত…
Business ৪জন বাংলাদেশী নাগৰিকক আটক অসম আৰক্ষীৰ January 22, 2025 Dipshikha শেহতীয়াকৈ পুনৰ চাৰি বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে । অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এই চাৰিজন বাংলাদেশীক অসম আৰক্ষীয়ে বাধা দিয়াৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত…
Business মহাকুম্ভ মেলাত ভয়ংকৰ অঘটন January 20, 2025 Dipshikha অগ্নিকাণ্ডই বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কিয়নো বিস্ফোৰিত হৈছে এটাৰ পাছত আনটো চিলিণ্ডাৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত দ্ৰুতগতিত বিয়পি পৰিছে জুই ।অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে সমগ্ৰ মেলা অঞ্চলটোত এক বিশৃংখলতাৰ পৰিস্থিতি সৃষ্টি…
Business পুনৰ বাংলাদেশী নাগৰিকক আটক January 20, 2025 Dipshikha পুনৰ সীমান্তত আটক ২ বাংলাদেশী নাগৰিক। দেওবাৰে অসম আৰক্ষীয়ে বাংলাদেশী ২ মহিলাক আটক কৰি সীমান্তৰ সিটো পাৰলৈ উভতাই পঠিয়ায়।আটক কৰা ২ গৰাকী মহিলাৰ নাম লাৱন আৰু বিজলী বুলি জানিব পৰা…
Business ভয়ংকৰ বিস্ফোৰণ January 19, 2025 Dipshikha এক ভয়ংকৰ ঘটনা।তথ্য অনুসৰি, এই ঘটনাত কমেও ৭০জন লোক নিহত হৈছে।শনিবাৰে নাইজাৰৰ চুলেজা অঞ্চলৰ ওচৰত এই বিস্ফোৰণ সংঘটিত হয়, যেতিয়া কিছুমান লোকে জেনেৰেটৰ ব্যৱহাৰ কৰি এখন টেংকাৰৰ পৰা আন এখন…
Business ছেইফ আলী খানৰ আক্ৰমণকাৰীক আটক January 17, 2025 Dipshikha ছেইফ আলী খানৰ আক্ৰমণকাৰীক আটক। আৰক্ষীয়ে ইতিমধ্যে নিজৰ জিম্মাত লৈছে অভিযুক্তজনক। বৃহস্পতিবাৰে চুৰি কৰাৰ উদ্দেশ্যৰে ঘৰত প্ৰৱেশ কৰা লোকজনে ছুৰীৰে ছেইফক আক্ৰমণ কৰিছিল।১৬ জানুৱাৰী বৃহস্পতিবাৰে ছেইফ-কৰীণা কাপুৰৰ ঘৰত প্ৰৱেশ কৰিছিল…
Business পুনৰ গাজাত আক্ৰমণ January 17, 2025 Dipshikha যুদ্ধবিৰতি চুক্তি ঘোষণাৰ পিছত, এনে লাগিছিল যেন বিগত ১৫ মাহ ধৰি হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধ এতিয়া সমাপ্ত হ’ব। কিন্তু ভবা মতে নহ’ল। আকৌ এবাৰ গাজাত আক্ৰমণ ইজৰাইলৰ।আক্ৰমণত…
Business ভাৰতৰ বাবে আহিল এক সুখবৰ January 16, 2025 Dipshikha মহাকাশ অভিযানৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি স্থাপন কৰিলে ভাৰতে । স্পেচ ডকিং সম্পূৰ্ণ কৰা চতুৰ্থখন দেশত পৰিণত হৈছে ভাৰত । প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পুৱা ভাৰতীয়…
Business ৩০০ফুট দ খাৱৈত পৰিল বাছ January 16, 2025 Dipshikha মণিপুৰৰ ৰাজপথত প্ৰায় ৩০০ ফুট দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন। গুৰুতৰভাৱে আহত কেইবাগৰাকীও যাত্ৰী। CRPFৰ লগতে স্থানীয় ৰাইজে উদ্ধাৰ কৰে যাত্ৰীসকলক। আহত যাত্ৰীসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ। ননী জিলাৰ কটলেনত…