Author: Dipshikha

নৱবৰ্ষৰ আৰম্ভণিতে অসমলৈ আহিল ভাল খবৰ

নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আহিছে এটা সু-খবৰ। ‘নিউয়ৰ্ক টাইমছ’ত প্ৰকাশ পাইছে ২০২৫ বৰ্ষত পৰ্যটকে ভ্ৰমণ কৰিব পৰা ৫২খন ঠাইৰ নাম। য’ত এই ঠাইসমূহৰ মাজত স্থান লাভ কৰিছে অসমে। আগশাৰীৰ…

মাঘ বিহুৰ প্ৰাকক্ষণত আহিল এটা বেয়া খবৰ

মাঘ বিহুৰ প্ৰাকক্ষণত মাজুলীবাসীৰ বাবে এটা বেয়া খবৰ। আজিৰ পৰা বন্ধ সকলো চৰকাৰী জাহাজ। কমলাবাৰী-অফলামুখ ফেৰীঘাটত বন্ধ চৰকাৰী ফেৰীসেৱা। জল পৰিবহণ বিভাগে যোগান দিব পৰা নাই ডিজেল। NRLক টকা দিব…

নলবাৰীত শীঘ্ৰেই মুকলি হব আন্তঃৰাষ্ট্ৰীয় ফুটবল ষ্টেডিয়াম

ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে আন এটা সুখবৰ৷ শীঘ্ৰে মুকলি হ’ব নলবাৰীত নিৰ্মীয়মাণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল ষ্টেডিয়াম৷ ১০ হাজাৰৰো অধিক দৰ্শকে একেলগে বহি উপভোগ কৰিব পাৰিব খেল৷ নলবাৰীৰ সৰিয়হতলীত পূৰ্ণগতিত চলিছে…

পুনৰ ভয়ংকৰ ভাইৰাছৰ সংক্ৰমণ

চীনত উৎপন্ন HMPV ভাইৰাছৰ উপস্থিতি ভাৰততো ধৰা পৰিছে। কৰ্ণাটকৰ ৰাজধানী চহৰ বাংগালুৰুত দুটি HMPV ভাইৰাছ আক্ৰান্ত ৰোগী ধৰা পৰা বুলি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) নিশ্চিত কৰিছে। জ্বৰত আক্ৰান্ত হোৱাৰ…

১৮বছৰৰ তলৰ শিশুয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব

সামাজিক মাধ্যমে শিশুসকলৰ ওপৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়ে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এতিয়াৰ পৰা ১৮ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিবলৈ অভিভাৱকৰ সন্মতি…

মুম্বাইত ভয়ংকৰ দু*ৰ্ঘটনা

এক ভয়ংকৰ দুৰ্ঘটনা নতুন বছৰৰ আৰম্ভণিতে সংঘটিত হৈছে ।দুৰ্ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ ধাৰাৱী অঞ্চলত । জানিব পৰা মতে সেই সময়ত ৰাস্তাৰ কাষত ৰখাই থোৱা আছিল ৬খন বাহন। তাৰ মাজতে এখন…

নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা এজনক আটক

আৰক্ষীৰ অজ্ঞাতে দুষ্ট চক্ৰই বিভিন্ন সময়ত চলাই গৈছে নিচাজাতীয় সামগ্ৰীৰ বেহা । সমান্তৰালভাৱে আৰক্ষীয়েও নিচাজাতীয় সমাগ্ৰী সৰবৰাহ ৰোধ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।এইবাৰ মণিপুৰত গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী…

গুৱাহাটীবাসীৰ বাবে বেয়া খবৰ

কাইলৈৰ পৰা ৫ জানুৱাৰীলৈ গুৱাহাটীত বন্ধ থাকিব পানী যোগান। পাইপ মেৰামতিৰ বাবে এই সিদ্ধান্ত জলব’ৰ্ডৰ।পুনৰ বিপদত গুৱাহাটীবাসী!অমিয় নগৰ, লীচুবাগান আৰু ৰামচাহিল DMAৰ অধীনৰ সকলো অঞ্চলত বন্ধ থাকিব পানী যোগান।চানমাৰি, ৰাজগড়,…

মহানগৰীত ছুনামি সদৃশ পৰিস্থিতি

পুুনৰ ফুটিল পানীৰ পাইপ। জাইকাৰ পাইপ ফুটি গুৱাহাটী মহানগৰীৰ খাৰঘূলি অঞ্চলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। মহানগৰীত পুনৰ অঘটন। পুনৰ এবাৰ খাৰঘূলিত ফুটিল পানীৰ পাইপ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰ…

আজি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এটা বিশেষ দিন

আজি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এটা বিশেষ দিন। আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুয়ে ভাৰতৰ মাটিত উত্তোলন কৰিছিল ত্ৰিৰংগা।১৯৪৩ চনৰ ২৯ ডিচেম্বৰত নেতাজী সুভাষ চন্দ্ৰ বসুয়ে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ…