অসমীয়াৰ বুকু শুধা কৰি অচিন দেশলৈ গ’লগৈ মৰমৰ জুবিন। অকালতে হাৰ্টথ্ৰৱক হেৰুৱাই ভাগি পৰিছে সকলো। আজি নিৰৱে হৈ ৰৈছে গুৱাহাটী মহানগৰ।জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ২০২৫ চনৰ ২০-২২ ছেপ্টেম্বৰলৈ ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাতস্থগিত থাকিব সকলো চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান, আনুষ্ঠানিক কাৰ্যসূচী আৰু ৰাজহুৱা উৎসৱ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে এই সিদ্ধান্ত। Share this:FacebookX Related Post navigation মছজিদত সংঘটিত হয় ভয়ংকৰ ড্ৰ’ণ আক্ৰমণ গুৰগাঁওস্থিত মেডাণ্ট হাস্পতালে এআই আৰু ডাটা এনালাইটিক্স ব্যৱহাৰ কৰি নিখুঁত কৰ্কট ৰোগৰ শেহতীয়া অগ্ৰগতিৰ ওপৰত বৃদ্ধি কৰে সজাগতা