Author: Dipshikha

আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসম দিৱস

আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসম দিৱস। এই বিশেষ দিনটোতে ৰাজ্যৰ সকলো জনগোষ্ঠীকে সামৰি বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ…

ডিমা হাছাওক আৰক্ষী আৰু উগ্ৰপন্থী সংগঠনৰ মাজত হোৱা সংঘৰ্ষত এজন নিহত হয়

ডিমা হাছাওক আৰক্ষী আৰু উগ্ৰপন্থী সংগঠনৰ মাজত হোৱা সংঘৰ্ষত এজন নিহত হয়। এই নিহতজন মাৰ পিপলচ কোনভেচন ডেমক্ৰেটিক নামৰ সংগঠনটোৰ সদস্য আছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।তথ্য অনুসৰি, জিলাখনৰ মাহুৰ…

ভোটাৰ তালিকাৰ পৰা জুবিনৰ নাম কৰ্তন নকৰি এইদৰে লিখিলে BLO য়ে…

সমগ্ৰ ৰাজ্যতে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চলি আছে। ইয়াৰ অধীনত BLO সকলে প্ৰত্যেক ঘৰে ঘৰে গৈ ভোটাৰ সকলৰ শেহতীয়া তথ্য সংগ্ৰহ কৰিছে। সেই অনুসৰি জুবিন গাৰ্গৰ পৰিয়ালৰ তথ্য সংগ্ৰহৰ…

ঘূৰ্ণীবতাহ ‘দিত্বাহ’ৰ ফলত ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে

ঘূৰ্ণীবতাহ ‘দিত্বাহ’ৰ ফলত ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ঘূৰ্ণীবতাহ ‘দিত্বাহ’ৰ ফলত দেশখন প্ৰচুৰ ধুমুহা, বৰষুণৰ কবলত পৰে । ফলস্বৰূপে বানে সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি…

আজিৰ পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল

আজিৰ পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল, চমুকৈ BTCৰ শীতকালীন অধিৱেশন। পুনৰবাৰ BTC প্ৰধান হিচাপে হাগ্ৰামা মহিলাৰীৰ এয়া প্ৰথমখন অধিৱেশন। এই অধিৱেশনৰ আজি প্ৰথম দিনটোত অসম চৰকাৰৰ তিনিগৰাকী কেবিনেট মন্ত্ৰী…

সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে

সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে। বিগত সময়ছোৱাত বাংলাদেশী নাগৰিকৰ ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশৰ চেষ্টাৰ এনে বহুকেইটা ঘটনা পোহৰলৈ আহিছে। বিশেষকৈ অসমৰ সীমাৰে অনুপ্ৰৱেশৰ চেষ্টা কৰি বহু বাংলাদেশী…

ভাৰতৰ দ্বীপ ৰাষ্ট্ৰৰ কাষ পাইছেহি কালঘূৰ্ণী

অধিক ভয়ংকৰ হোৱা দিশে আগবাঢ়িছে পৰিস্থিতি। ইয়াক হয়তো মৃত্যুদূত বুলি ক’লেও ভুল নহ’ব। ইতিমধ্যে ভাৰতৰ দ্বীপ ৰাষ্ট্ৰৰ কাষ পাইছেহি কালঘূৰ্ণী । শ্ৰীলংকাত মিনিটৰ পিছত মিনিট বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। এই…

আপুনি জানেনে ৰঙালাওৰ গুটি স্বাস্থ্যৰ বাবে কিমান উপকাৰী ?

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বিশেষজ্ঞসকলে ফলমূল আৰু শাক-পাচলি খোৱাৰ পৰামৰ্শ দিয়ে ৷ বিশেষজ্ঞসকলৰ মতে বিভিন্ন শাক-পাচলিৰ পৰা আৰম্ভ কৰি শুকান ফল-মূললৈকে সকলো বস্তুৱেই শৰীৰৰ বাবে উপকাৰী ৷ ইয়াৰ উপৰিও বহুতো…

আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ভাৰতীয় তাৰকা দীপ্তি শৰ্মা

দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম। প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণৰ বাবে হোৱা এই মেগা নিলামত মুঠ ২৭৭ গৰাকী ক্ৰিকেটাৰৰ নিবিদা আগবঢ়োৱা হয়। এই নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত…

মনিপুৰত অসম ৰাইফলছৰ এক শিবিৰত সংঘটিত হৈছে এক ভয়াৱহ আক্ৰমণ

মনিপুৰত অসম ৰাইফলছৰ এক শিবিৰত সংঘটিত হৈছে এক ভয়াৱহ আক্ৰমণ। অচিনাক্ত বিদ্ৰোহী সংগঠনৰ এটা সশস্ত্ৰ দলে অসম ৰাইফলছৰ শিবিৰত এই ভয়ংকৰ আক্ৰমণ চলাইছে। এই আক্ৰমণত চাৰিজন জোৱান আহত হোৱা বুলি…