Business আমেৰিকাত গঠন হ’ল নতুন ৰাজনৈতিক দল July 6, 2025 Dipshikha আমেৰিকাত নতুন ৰাজনৈতিক দল “আমেৰিকা পাৰ্টি”ৰ কথা ঘোষণা কৰিছে ইলন মাস্কে। যিয়ে ড’নাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ দুটা দলীয় ব্যৱস্থাক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাব। মাস্কৰ লক্ষ্য হৈছে গুৰুত্বপূৰ্ণ ছিনেট আৰু হাউছৰ আসনত…
Business গো মাতাৰ সন্দৰ্ভত পুনৰ কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ July 4, 2025 Dipshikha পুনৰ কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে বিৰোধী দল কংগ্ৰেছক গো মাতা কোৰবানী দিয়া সন্দৰ্ভত মাত মতাৰ সাহস নাই বুলি কয়।সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৰ্মাই কয় যে,…
Business হীৰুদা নোহোৱা হোৱা আজি ১৩ টা বছৰ হ’ল July 4, 2025 Dipshikha হীৰুদা নোহোৱা হোৱা আজি ১৩ টা বছৰ হ’ল। মৃত্যুৰ দিনটোত অনুৰাগীসকলৰ সশ্ৰদ্ধ সোঁৱৰণ প্ৰিয় কবিগৰাকীক, ৰাজ্যৰ ভিন্ন প্ৰান্তত গীতে-মাতে স্মৰণ ‘সুগন্ধি পখিলা’ৰ কবিক।শব্দৰ যাদুৰে সকলোকে মোহাৱিষ্ট কৰি ৰখা এইগৰাকী কবিয়ে…
Business অসম সন্তানৰ সাফল্য July 3, 2025 Dipshikha আমেৰিকাত অসম সন্তানৰ সাফল্য। লং জাম্পত সোণৰ পদক অৰ্জন এথলীট ৰিম্পী বুঢ়াগোহাঁইৰ। WORLD POLICE MEETৰ প্ৰতিযোগিতাত এই সাফল্য। আলাবামাৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। ২৭ জুনৰ পৰা ৬ জুলাইলৈ…
Business দোৰোণ বনৰ উপকাৰীতা জানেনে June 29, 2025 Dipshikha দোৰোণ বনৰ ঔষধি গুণ নহৰু, নেমুটেঙা, তুলসী আৰু অমৰ লতাতকৈ কোনো গুণে কম নহয় বুলিব পাৰি ৷ ইয়াৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই ৷ গতিকে সৰু ডাঙৰ সকলো লোকে নিশ্চিন্ত মনে…
Business শিৱসাগৰবাসীৰ বাবে ভাল খবৰ June 28, 2025 Dipshikha অৱশেষত বন্ধ হ’ল শিৱসাগৰৰ গেছ নিৰ্গমন। যোৱা দুসপ্তাহ ধৰি ONGC ৰ ৰীগৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছিল। বহু প্ৰচেষ্টাৰ অন্তত আজি এই গেছ নিৰ্গমন বন্ধ হয়।প্ৰায় ২টা সপ্তাহ ধৰি…
Business পুনৰ চলিব উচ্ছেদ June 28, 2025 Dipshikha লখিমপুৰত চলিব এক বৃহৎ উচ্ছেদ অভিযান । যাৰ বাবে প্ৰশাসনে সাজু কৰিছে আৰক্ষী, চি আৰ পি এফ কমাণ্ডো । মাথোঁ এদিনৰ পাছতে এটা বৃহৎ গ্ৰেজিং বেদখলদাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ…
Business আজি ৰাভা দিৱস June 20, 2025 Dipshikha আজি ২০ জুন। সমগ্ৰ ৰাজ্যই আজি কলাগুৰুক স্মৰণ কৰি পালন কৰিব বিষ্ণু প্ৰসাদ ৰাভা দিৱস। অসমীয়া সমাজ-সংস্কৃতিলৈ ৰাভাৰ অৱদান অতুলনীয়।তেওঁ আছিল একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ,সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক…
Business উত্তৰাখণ্ডৰ কেদাৰনাথত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত June 15, 2025 Dipshikha আজি পুৱা উত্তৰাখণ্ডৰ কেদাৰনাথত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই সমগ্ৰ দুৰ্ঘটনা সংঘটিত হৈছে গৌৰীকুণ্ড অঞ্চলৰ সমীপত। এই দুৰ্ঘটনাত হেলিকপ্টাৰত থকা ৭ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হয়। বেয়া বতৰৰ বাবেই…
Business সোৱণশিৰি নদী বান্ধত আতংক June 13, 2025 Dipshikha সোৱণশিৰি নদীত এন এইচ পি চিৰ বৃহৎ নদীবান্ধৰ আতংক ৷ গেৰুকামুখৰ অতি ঠুনুকা পাহাৰত ২০০০ মেগাৱাট শক্তিসম্পন্ন এই বৃহৎ নদীবান্ধক লৈ এতিয়া আতংকিত সোৱণশিৰি বান্ধটোৰ নামনিৰ ৰাইজ ।শেহতীয়াকৈ পুনৰ বান্ধটোৰ…