হীৰুদা নোহোৱা হোৱা আজি ১৩ টা বছৰ হ’ল। মৃত্যুৰ দিনটোত অনুৰাগীসকলৰ সশ্ৰদ্ধ সোঁৱৰণ প্ৰিয় কবিগৰাকীক, ৰাজ্যৰ ভিন্ন প্ৰান্তত গীতে-মাতে স্মৰণ ‘সুগন্ধি পখিলা’ৰ কবিক।শব্দৰ যাদুৰে সকলোকে মোহাৱিষ্ট কৰি ৰখা এইগৰাকী কবিয়ে অসমীয়া সাহিত্যত গঢ়িছে স্বৰ্ণিল বাট ৷২০১২ চনৰ ৪ জুলাইত কাব্য অনুৰাগীসকলক কন্দুৱাই চিৰ দিনৰ বাবে আঁতৰি গৈছিল আপোন কবিগৰাকীয়ে ৷ জীৱন কালত ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পোৱাৰ লগতে লগতে বাঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *