Author: Dipshikha

কাৰ্বিভূমিত আজিও উত্তপ্ত পৰিস্থিতি

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হয়। জিলাখনত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৮ জন আৰক্ষীকে ধৰি কমেও ৪৫ জন লোক…

পুনৰ আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা

তুৰস্কত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত লিবিয়াৰ সামৰিক প্ৰধান মহম্মদ আলী আহমেদ আল হাদ্দাদকে ধৰি ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। লিবিয়াৰ প্ৰধানমন্ত্ৰী আব্দুল-হামিদ দ্বেইবাহে…

গেছৰ পৰা পৰিত্ৰাণ পাব এইবিধ খাদ্য খালে

অমিতা এবিধ সুস্বাদু ফল আৰু ই শৰীৰৰ বাবেও বহু উপকাৰিতা সাধন কৰে । যদি আমি কওঁ যে, ই স্বাস্থ্য উপকাৰিতাৰ ভঁৰাল তেন্তে হয়তো ভুল নহ’ব । অমিতাই ওজন হ্ৰাস কৰাত…

পুনৰ বিমান অঘটন

আহমেদাবাদৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ হৃদয় বিদাৰক দৃশ্যই এতিয়াও কঁপাই তোলে প্ৰতিজন মানুহৰ হৃদয়। আজি পুৱা যেন তেনে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰাই কথমপি প্ৰাণ ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। কোনো…

জেলৰ পৰা ওলাব পাৰে অমৃতপ্ৰভা মহন্ত

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত আজিৰ পৰা কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ মাজতে গোচৰটোৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ…

কাবুলি বুটৰ উপকাৰী গুণৰ বিষয়ে জানেনে

দুৰ্বল জীৱনশৈলী, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ আৰু ভুল খাদ্যাভ্যাসৰ বাবেই সম্প্ৰতি অধিকাংশ লোক ৰোগীয়া হৈ পৰিছে। যদি এই স্বাস্থ্য সমস্যাবোৰ সময়মতে সমাধান কৰা নহয়, তেনেহ’লে ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ…

বুঢ়া লুইতৰ বুকুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা অনুষ্ঠান

পুৱাই বুঢ়া লুইতৰ বুকুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা অনুষ্ঠান’৷ দেওবাৰে পুৱাই চৰাইদেউ জাহাজত নৌকা বিহাৰ কৰি ৰাজ্যৰ ২৫ শিক্ষাৰ্থীৰে মত-বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আভ্যন্তৰীণ জল পৰিবহণৰ…

উত্তৰ-পূৰ্বাঞ্চলৰ সাৰ উদ্যোগটোলৈ আজি এক ঐতিহাসিক দিন

উত্তৰ-পূৰ্বাঞ্চলৰ সাৰ উদ্যোগটোলৈ আজি এক ঐতিহাসিক দিন ৷ নামৰূপত ১২. ৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে ৷নামৰূপ সাৰ কাৰখানাৰ চৌহদত ইতিমধ্যে আৰম্ভ হৈছে ভূমি পূজন…

বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে

দেশৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰদূষণে ইতিমধ্যে চৰম সীমা অতিক্ৰম কৰিছে । জানিব পৰা মতে, দেওবাৰে দিল্লীৰ বায়ুৰ সূচাংকৰ তীব্ৰ অৱনতি ঘটিছে আৰু উত্তৰ ভাৰতৰ…

ৰাজ্যত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

নগাঁও জিলাৰ কামপুৰত যোৱা মাজনিশা সংঘটিত ভয়ংকৰ পথ দুঘটনাই ৰাজ্যজুৰি এক শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ভয়ংকৰ দুৰ্ঘটনাত দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত শোকাৱহভাৱে মৃত্যু ঘটে ৭টাকৈ বন্য হস্তীয়ে। আনহাতে গুৰুতৰভাৱে…