Author: Dipshikha

যাদৱ পায়েঙৰ সপোনৰ আন এক প্ৰকল্পত লাগিল জুই

ৰাজ্যৰ গৌৰৱ যাদৱ পায়েঙৰ সপোনৰ আন এক প্ৰকল্পত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত নতুনকৈ গঢ়ি তোলা ‘মূলাই কাঠনি ২.০’ত সংঘটিত এই নাৰকীয়…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বৃদ্ধি পাইছে পৰ্যটকৰ আগমন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্য়াঘ্ৰ সংৰক্ষিত বনাঞ্চলত বিগত কেইবছৰমানৰ পৰা পৰ্যটকৰ আগমন বৃদ্ধি পাইছে । ২০২৫ চনৰ ২৭ ডিচেম্বৰলৈকে উপলব্ধ চৰকাৰী পৰ্যটনৰ তথ্যই দেশী আৰু বিদেশী পৰ্যটকৰ সংখ্য়া প্ৰকাশ কৰাৰ…

দেশৰ সৰ্বোচ্চ শিশু বঁটা ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’-ৰে সন্মানিত হৈছে বৈভৱ

দেশৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত আজি নিজৰ লীগ মেচত নামিছে বৈভৱৰ দল বিহাৰ। প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচত বিহাৰক এক শক্তিশালী আৰম্ভণি দিছিল বৈভৱে। কিন্তু দ্বিতীয়খন মেচত আজি বৈভৱে…

বাংলাদেশত গণপ্ৰহাৰৰ বলি হৈ প্ৰাণ হেৰুৱাইছে আন এজন হিন্দুয়ে

বাংলাদেশত গণপ্ৰহাৰৰ বলি হৈ প্ৰাণ হেৰুৱাইছে আন এজন হিন্দুলোকে ৷ দিপু চন্দ্ৰ দাসৰ পিছত দেশখনত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক সাৱটি লোৱা দ্বিতীয়জন ব্যক্তি হৈছে অমৃত মণ্ডল ৷ বুধবাৰে নিশা সংঘটিত…

আজিৰে পৰা ৰেল টিকটৰ মূল্য বাঢ়িব

আজিৰ পৰা ৰে’ল যাত্ৰা কৰোতে যাত্ৰীসকলে ভৰিব লাগিব অধিক ধন। পূৰ্বৰ তুলনাত ৰে’ল টিকটৰ দাম বৃদ্ধি কৰা হৈছে। কিয়নো ২৫ ডিচেম্বৰত ৰে’ল মন্ত্ৰালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি কয়, ২১৫ কিঃমিঃ…

কেইবাখনো জিলা আযুক্তৰ সাল-সলনি

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল। কেইবাখনো জিলা আযুক্তৰ সাল-সলনি। নিৰ্বাচনৰ পূৰ্বে কেইবাগৰাকী বিষয়াক বদলি কৰাৰ বিপৰীতে নতুন ঠাইত নিযুক্তি প্ৰদান কৰা হৈছে।সুমিত সত্তৱন, আই এ এছ (আৰ আৰ ২০১৫), জিলা উপায়ুক্ত,…

আজি বৰদিন

আজি ২৫ ডিচেম্বৰ। খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । বিশেষ দিনটোত ৰাজ্য়ৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছে কেৰ’লৰ ধ্বনি । কেৱল খ্ৰীষ্টান ধৰ্মীয় লোকেই নহয় সকলো…

ভয়ংকৰ দুৰ্ঘটনা

তামিলনাডুৰ কুড্ডালোৰ জিলাৰ এঝুথুৰৰ সমীপত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । তিৰুচিৰ পৰা চেন্নাই অভিমুখী ৰাজ্যিক এক্সপ্ৰেছ পৰিবহণ নিগমৰ বাছ এখনৰ দুখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ।…

চুলি আৰু ছালৰ বাবে: চুলি সৰা কমায়, গুৰি মজবুত কৰে, আৰু ছাল উজ্জ্বল কৰে এইবিধ খাদ্যই

শীতকালত আমলখি খালে বহু উপকাৰ পোৱা যায়। আমলখি আমাৰ স্বাস্থ্যৰ বাবে ভাল। ই ছালৰ পৰা চুলিলৈ, প্ৰায় সকলো দিশতে উপকাৰ সাধন কৰে। গতিকে আমলখি খালে শৰীৰে কি কি উপকাৰ লাভ…

বিদ্যুৎ উৎপাদন আৰম্ভ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বা এনএইচপিচি বিগ ডেম, যাক লৈ দীৰ্ঘদিন ধৰি চলি আহিছে প্ৰতিবাদ, এই নদীবান্ধৰ বিৰুদ্ধে হৈছিল ৰক্তাক্ষয়ী আন্দোলনো। কিন্তু তাৰ পাছতো এই নদীবান্ধ সম্পূৰ্ণ হৈ উঠিল। উত্তৰ…