Author: Dipshikha

অসমতো ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ

অসমতো ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ। ৰাজ্যৰ জনতাই ৰন্ধন গেছৰ বিচাৰি ঘন্টাৰ ওপৰত ঘন্টা শাৰী পাতিবলগীয়া হোৱা সময়তে আকৌ ভূতৰ ওপৰত দানহ পৰাদি পেট্ৰ’ল-ডিজেলৰ নাটনিয়ে দেখা দিছে অসমত।প্ৰায় প্ৰতিটো পেট্ৰ’ল…

কাজিৰঙাত ভয়ংকৰ ঘটনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা (কহঁৰা) বনাঞ্চলত বৃহস্পতিবাৰে এজন বনকৰ্মী গুলীবিদ্ধ হয় ৷ গৰৈমাৰী বনশিবিৰত ‘পেট্ৰলিঙ’ কৰি বেঙা বনশিবিৰৰ পিনে আহি থকা সময়তে পিচল পৰি দুৰ্ঘটনাবশত বনকৰ্মীজন গুলীবিদ্ধ হয় ৷ কাজিৰঙা…

চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে ৰাইজৰ দলে

মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে ৰাইজৰ দলে । ঘোষণা কৰিলে ১৩ টা সমষ্টিৰ ভিতৰত ১২ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ।কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত ১৩…

অমৰাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

অসমৰ জলবায়ুত প্ৰচুৰ পৰিমাণে উৎপাদিত এবিধ ফল হৈছে অমৰা। টেঙা আৰু কেঁহা সোৱাদৰ এইবিধ ফল স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী । ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন চি, আইৰণ আৰু কেলচিয়াম থাকে।অমৰাৰ…

নাটনি হৈছে গেছৰ ছিলিণ্ডাৰৰ

হঠাৎ বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ নাটনিয়ে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত খাদ্য ব্যৱসায়ত ব্যাঘাত জন্মাইছে । ফলত বহুতে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলগা হৈছে নাইবা খৰি ব্যৱহাৰ কৰিবলগীয়া হৈছে ।আমেৰিকা, ইজৰাইল, ইৰাণৰ সৈতে জড়িত বিশ্বজনীন…

এবিধ উপকাৰী খাদ্য

তিতা কেৰেলা (Bitter Gourd) স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, যি তেজৰ চেনি (sugar) নিয়ন্ত্ৰণ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু পাচন তন্ত্ৰ উন্নত কৰাত সহায় কৰে। ইয়াত থকা পলিটেপটাইড-পি, এণ্টিঅক্সিডেন্ট, আৰু ভিটামিন-বি…

বুধবাৰে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

বুধবাৰে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা ।একে দিনাই মিত্ৰ দলৰ প্ৰাৰ্থীসহ বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ।১২৬ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব দলটোৱে ।তাৰ পূৰ্বে দিল্লীত বুধবাৰে আবেলি অনুষ্ঠিত…

মধ্য প্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা

মধ্য প্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা। ইৰানৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণে ১৬ টা দিন অতিক্ৰম কৰিলে।ইপিনে যুদ্ধ ইমানেই ভয়াবহ হৈছে যে, সোমবাৰে ইউ এ ইৰ ৰাজধানী আবুধাবিৰ উপকণ্ঠ অঞ্চলত ক্ষেপণাস্ত্ৰ…

ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত

ওমানৰ সোহৰত শুকুৰবাৰে ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে ১০ জন আহত হয় ৷ ২৮ ফেব্ৰুৱাৰীৰ পৰা ইৰাণ-আমেৰিকা-ইজৰাইলৰ সংঘাত আৰম্ভ হোৱাৰ পিছত স্থল অঞ্চলত ভাৰতীয় লোকৰ মৃত্যুৰ এয়া…

ৰাজ্যৰ ৰাজনীতিত আন এক জোকাৰণি

ৰাজ্যৰ ৰাজনীতিত আন এক জোকাৰণি ৷ পিছে এয়া ভূমিকম্পৰ জোকাৰণি নহয় ৷ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগৰহে চিহ্ন ৷ অৱশেষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বহু চৰ্চিত মিত্ৰতাৰ আলোচনা অমীমাংসিতভাৱে…