Author: Dipshikha

ভয়ংকৰ পথ দুৰ্ঘটনা

হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ পিছতে কঠোৰ হৈছে প্ৰশাসন। হাৰিয়ানা চৰকাৰেও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীয়ে আটক কৰিছে বিদ্যালয়ৰ অধ্যক্ষ দীপ্তী ৰাওক। পোহৰলৈ আহিছে…

মহানগৰীত STFৰ সফল অভিযান

মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছবিৰোধী অভিযান। উৰণসেতুৰ সমীপত অভিযানত জব্দ হেৰ’ইন। হেৰ’ইনভৰ্তি ৫৫টা কণ্টেইনাৰৰ লগতে নিচাযুক্ত টেবলেট জব্দ। প্ৰায় ৭৫ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩টা ড্ৰাগছ ব্যৱসায়ীক। ধৃত ছানিদুল আলী, শুকুৰ আলী,…

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কানিখিনি। বিহাৰৰ এজন লোকে সৰবৰাহ কৰিছিল প্ৰায় ৪ কেজি কানি। ধৃত লোকজনৰ নাম মনোহৰ কুমাৰ ৰায়। GRPৰ অভিযানত…

মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ

মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ। বন্ধুৱে হত্যা কৰি নদীৰ পাৰত পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ। লুলু বাবু, চনু নামৰ দুই যুৱকে মাতি লৈ গৈছিল অজয় বৰুৱাক। ইতিমধ্যে জালুকবাৰী…

ভয়ংকৰ নাও দুৰ্ঘটনা

মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু। নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই ঘটনা। ফেৰীখনত আছিল সৰ্বমুঠ ১২০জন যাত্ৰী। এই পৰ্যন্ত উদ্ধাৰ ৫জন যাত্ৰীক। লুংগাৰ পৰা মোজাম্বিক দ্বীপলৈ অহাৰ…

হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ

ৰুক্মিণীগাঁৱত হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ। ব্যস্ত পথটোৰ এটা অংশ ওফন্দি উঠাৰ লগতে মেলিছে ফাট। ফুলি উঠা পথৰ অংশটোৰ পৰা ওলাই আছে বোকা-পানী। ঘটনাস্থলী পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ।

আমিনগাঁৱত STFৰ অভিযান

আমিনগাঁৱত STFৰ অভিযান। ISISৰ লিংক বিচাৰি মৰিয়াপট্টি জামে মছজিদত চলিছে STFৰ অভিযান। কেইদিনমান পূ্ৰ্বে STFৰ হাতত গ্ৰেপ্তাৰ হৈছিল গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী। তৌছিফ আলী ফাৰুকীয়ে নিয়মীয়াকৈ গৈছিল মছজিদটোলৈ।

মহানগৰীত পুনৰ চুৰি সোণ জব্দ কৰা হৈছে

মহানগৰীত পুনৰ চুৰি সোণ জব্দ কৰা হৈছে।উল্লেখযোগ্য যে মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনত চুৰি সোণসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ জানিব পৰা মতে ধৃত যুৱকজন পশ্চিমবংগৰ সাগৰ প্ৰসাদ ৰায়৷ কাপোৰৰ বেগৰ…

কাজিৰঙাত দর্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ

কাজিৰঙাত দৰ্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ। এবছৰত সৰ্বাধিক সংখ্যক দৰ্শনাৰ্থীয়ে ভ্ৰমণ কৰিছে কাজিৰঙা। ২০২৩-২৪ত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৩,২৭,৪৯৩ পৰ্যটকৰ আগমন। ইয়াৰে ৩,১৩,৫৭৪ গৰাকী আছিল ভাৰতীয় পৰ্যটক। বিপৰীতে ১৩,৯১৯ গৰাকী আছিল বিদেশী…

ৰাহুল গান্ধীৰ হাতত নগদ হাজাৰ হাজাৰ টকা টকা জমা আছে

৫৫ হাজাৰ নগদ ধন জমা আছে ৰাহুল গান্ধীৰ হাতত। দুটাকৈ বেংক একাউণ্টত জমা আছে ২৬.২৫ লাখ টকা। ৰাহুল গান্ধীৰ স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ক্ৰমে ৯.২৪ কোটি আৰু ১১.১৪ কোটি। ৱায়ানাড…