Author: Dipshikha

GMCHত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ

পুৱা ৭.০৮ বজাত GMCHত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শেষকৃত্য। GMCHৰ পৰা আমবাৰীস্থিত অগপৰ কাৰ্যালয়লৈ নিয়া হ’ব নশ্বৰদেহ। অসম বিধানসভাৰ চৌহদলৈও নিয়া…

গোৱালপাৰাত শিক্ষকৰ বিৰুদ্ধে দালালিৰ অভিযোগ

গোৱালপাৰাৰ লক্ষীপুৰত চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে দালালিৰ অভিযোগ। নিদানপুৰ দ্বিতীয় খণ্ডৰ শান্তিপুৰ এল পি স্কুলৰ শিক্ষক তছিৰউদ্দিন শ্বেইখ। বসুন্ধৰা আঁচনিত নাম অন্তৰ্ভুক্তিকৰণৰ নামতো লৈছিল ধন। লক্ষীপুৰ-ইটাখুলিৰ ৪০টা পৰিয়ালৰ পৰা লৈছিল…

ৰহাৰ পচলাবড়ীত নিশা চোৰৰ আতংক

ৰহাৰ পচলাবড়ীত নিশা চোৰৰ আতংক। বিদ্যুৎ দাস নামৰ লোকজনো বাহনখনেৰে গৈছিল চোৰৰ সন্ধানত । গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বিদ্যুতৰ বাহনখন। বিদ্যুতক চোৰ বুলি সন্দেহ কৰি উত্তম-মধ্যম দিয়ে ৰাইজে।…

চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা

তামাৰহাটৰ উজানপেটলাত চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা। দীৰ্ঘদিনৰ পৰা দুটা পৰিয়ালৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক বিবাদ। বিবাদ আছিল দীনেশ চেত্ৰী আৰু গোবিন ৰায়ৰ মাজত। দীনেশক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে…

কটন বিশ্ববিদ্যালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড

কটন বিশ্ববিদ্যালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড। ৰাজহ সংগ্ৰহৰ বাবে বিশ্ববিদ্যালয়ৰ মাটি দিব অন্য প্ৰতিষ্ঠানক আবণ্টন দিয়াৰ যো-জা। ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। কটন বিশ্ববিদ্যালয়ৰ…

নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি

নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি। দুটাকৈ আত্মসহায়ক গোটৰ নামত ১১ লাখৰো অধিক টকা আত্মসাৎ। ধন আত্মসাৎ কৰিয়েই বেংকটোৰ পৰা আন শাখালৈ বদলি হৈছিল কিৰণ দাস। বেংকৰ পাছবুক আপটুডেট কৰিবলৈ…

নগাঁৱত ড্ৰাগছ সহ এজন গ্ৰেপ্তাৰ

নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰ অংশ হিচাবে আজি দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মৰিকলং অঞ্চলত নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই। অভিযানৰ সময়ত আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ছয়গাঁৱৰ টকৰাদিয়া মাজপাৰাত উদ্ধাৰ হৈছে এটা মৃতদেহ

ছয়গাঁৱৰ টকৰাদিয়া মাজপাৰাত উদ্ধাৰ হৈছে এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো হেমন্ত কলিতা। ৯ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল হেমন্ত কলিতা। মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত…

জালুকবাৰী আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী

জালুকবাৰী আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী। ঘোঁৰামাৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক। ধৃত সৰবৰাহকাৰীটোৰ নাম অমৰেন্দ্ৰ কলিতা। জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট। বৃহস্পতি বাৰে গ্ৰেপ্তাৰ হৈছিল হিতেশ্বৰ কলিতা…

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। শিলচৰৰ ৰামনগৰ- ISBT ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰৰ আৰক্ষীৰ এটা দলে। অভিযানত ISBT ৰ পৰা জব্দ কৰে ৫৭২ গ্ৰাম হেৰʼইন। অভিযানত তিনিজন সৰবৰাকাৰীৰ…