Author: Dipshikha

নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা

নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা৷ বোকাখাতৰ যুৱ ব্যৱসায়ী দেৱজিৎ কলিতাক মাৰপিট৷ CCTVত বন্দী ঘটনাৰ সমগ্ৰ দৃশ্য৷ NRLৰ কৰ্মচাৰী ত্ৰিনয়ন শইকীয়াৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ৷ ত্ৰিনয়নৰ সৈতে আছিল কাজিৰঙাৰ জান গগৈ নামৰ আন এজন…

পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক

পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক। দিল্লীৰ পৰা সন্ধানহীন হৈছে নগাঁৱৰ চকীটোপৰ মুন্না বৰ্মন। মুন্নাই যোৱা ৬ বছৰ ধৰি পঞ্জাৱৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল। যোৱা ৫ এপ্ৰিলত অবাধ আসাম…

বানৰ মাজতে অঘটন

বানৰ মাজতে হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী ঠেপলাগুৰিত অঘটন৷ বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে দুচকীয়া বাহনৰ চালকসহ এগৰাকী মহিলাক৷ বাঢ়নী পানীৰ বাবে পথছোৱাৰে প্ৰশাসনে বন্ধ কৰি দিছিল যাতায়াত৷ প্ৰশাসনৰ নিৰ্দেশনাক অৱজ্ঞা…

বতৰক লৈ ডাঙৰ আপডেট

বতৰক লৈ ডাঙৰ আপডেট। ৰাজ্যৰ ১৭খন জিলাত অৰেঞ্জ এলাৰ্ট। বৰষুণৰ লগতে হ’ব ধুমুহা-বজ্ৰপাত! অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহত মূষলধাৰ বৰষুণৰ লগতে ৪০-৫০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা ইয়াৰ উপৰি বিজুলি-ঢেৰেকনি…

অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো জোৱানক নিলম্বন

অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো জোৱানক নিলম্বন৷ বিপদত পৰিল অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো পাপৰি কলিতা অনলাইন জুৱাৰ এপ প্ৰচাৰ কৰাৰ বাবে বিপদত পৰিল এতিয়া পাপৰি কলিতা ওৰফে কুঁহি সামাজিক মাধ্যমত জনপ্ৰিয়তা…

সৰ্থেবাৰীত চোৰৰ তাণ্ডৱ

সৰ্থেবাৰীত চোৰৰ তাণ্ডৱ ।বৰপেটা জিলাৰ অন্তৰ্গত কাপলা গাঁৱত নিশা চুৰি কৰে গেছ ছিলিণ্ডাৰনিশা এন্ধাৰৰ সুযোগ লৈ মঙলবাৰে নিশা সৰ্থেবাৰী থানাৰ অন্তৰ্গত কাপলা গাঁৱৰ নিপম নাথৰ দোকানৰ পৰা ১৮ টাকৈ ছিলিণ্ডাৰ…

নগাঁৱৰ পুৰণিগুদাম গড়মূৰত বিধ্বংধী অগ্নিকাণ্ড

নগাঁৱৰ পুৰণিগুদাম গড়মূৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল পুৰণিগুদাম হাৰ্ডৱেৰৰ আৰু মেহেৰাব হুছেইনৰ ঘৰৰ লগতে কেইবাখনো দোকান। বৰ্তমান মূহুৰ্ততো জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অগ্নিনিৰ্বাপকক বাহিনী। ওচৰৰ দোকান আৰু…

মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পাহাৰৰ পৰা শিলৰ কুৱেৰী খহি পৰি ১০জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক নিৰুদ্দেশ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত…

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন অভিযুক্তৰ। চুৰিৰ গোচৰত কৰায়ত্ব কৰি থানালৈ লৈ আনিছিল সোন আহমেদ নামৰ এটা চোৰক। লকআপত সোমাব লওতেই আৰক্ষীৰ বেহু ফালি পালয়ন অভিযুক্ত চোৰটোৰ। চোৰটোক…

নগাঁৱত বিদ্যুতৰ লুকাভাকু

সমগ্ৰ ৰাজ্যকে এতিয়া উৎকট গৰমে দহিছে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চলিছে বিদ্যুতৰ সঘন লুকাভাকু। অতিষ্ঠ হৈছে ৰাইজ।নিশা উজাগৰে কটাবলগীয়া হৈছে ৰাইজে।২৪ ঘন্টাৰ ভিতৰত দুই তিনি ঘন্টাহে বিদ্যুত থাকে। বিদ্যুতৰ সঘন…