Author: Business Bureau

ভাৰতৰ ইভি বজাৰখন পুনৰ সংজ্ঞায়িত কৰি ৪০০ দিনৰ ভিতৰত ৫০ হাজাৰ ইউনিট বিক্ৰী কৰে এম জি উইণ্ডছৰে

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ এমজি উইণ্ডছৰ বাহনখনে ৪০০ দিনৰ ভিতৰতে ৫০,০০০ বাহন বিক্ৰী অতিক্ৰম কৰি মাইলৰ খুঁটি অৰ্জন কৰা ভাৰতৰ প্ৰথমখন চাৰিচকীয়া ইলেক্ট্ৰিক বাহন(ইভি) হিচাপে পৰিগণিত হোৱাৰ কথা সদৰি…

নিছান মটৰ ইণ্ডিয়াই টেষ্ট ড্ৰাইভ কাৰ্নিভেলৰ শুভাৰম্ভ

নিছান মটৰ ইণ্ডিয়াই টেষ্ট ড্ৰাইভ কাৰ্নিভেলৰ শুভাৰম্ভৰ জৰিয়তে উদযাপনবোৰ সজীৱ কৰি ৰাখিছে, যি হৈছে গ্ৰাহকৰ উত্তেজনা বজাই ৰাখিবলৈ আৰু সমগ্ৰ দেশৰ ডিলাৰশ্বিপলৈ নিৰন্তৰ পদচিহ্ন কঢ়িয়াই আনিবলৈ ডিজাইন কৰা দেশজোৰা পদক্ষেপ।…

বিনিয়োগকাৰীৰ শিক্ষা আৰু নিয়োজিততা বৃদ্ধিৰ বাবে চিডিএছএলে প্ৰথমবাৰৰ বাবে আইডিয়াথন আৰম্ভ কৰিছে

এছিয়াৰ প্ৰথমটো তালিকাভুক্ত ডিপজিটৰী আৰু ১৬.৭ কোটিৰো অধিক ডিমেট একাউণ্টৰ বিশ্বস্ত ৰক্ষক চেণ্ট্ৰেল ডিপজিটৰী চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেডে (“চিডিএছএল”) শিক্ষাৰ্থীৰ বাবে উদ্ভাৱনৰ প্ৰত্যাহ্বান হিচাপে প্ৰথমবাৰৰ বাবে আইডিয়াথন আৰম্ভ কৰিছে। ৰিইমাজিন আইডিয়াথন…

গডৰেজ ইণ্ডাষ্ট্ৰীজে কৰ্মক্ষেত্ৰৰ স্বাস্থ্যৰ ওপৰত গ্ল’বেল ছামিট আয়োজন কৰিব ২০৩০ চনত কৰ্মচাৰীৰ মংগলৰ নতুন যুগৰ তালিকা প্ৰস্তুত কৰা হৈছে

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে দ্য গ্লবেল চেণ্টাৰ ফৰ হেল্থী ৱৰ্কপ্লেছ (জিচিএইচডব্লিউ) আৰু আৰোগ্য ৱৰ্ল্ডৰ সহযোগত ২০২৫ চনৰ ২০–২১ নৱেম্বৰত মুম্বাইৰ গড্ৰেজ ৱানত গ্লবেল ছামিট ২০২৫ আৰু চতুৰ্দশ বাৰ্ষিক স্বাস্থ্যকৰ কৰ্মক্ষেত্ৰ সন্মিলন…

মেদাণ্ট –দ্য মেডিচিটী, গুৰগাঁৱে অঞ্চলটোৰ ৰোগীসকলৰ বাবে এক নিৰ্দিষ্ট হেল্পলাইন মুকলি কৰিছে

উত্তৰ-পূৰ্বাঞ্চলত গুণগত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে নিউজউইকে একেৰাহে ছবছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে নিৰ্বাচিত কৰা মেদাণ্ট –দ্য মেডিচিটী, গুৰগাঁৱে অঞ্চলটোৰ ৰোগীসকলৰ বাবে এক…

মিউচুৱেল ফাণ্ডৰ বিষয়ে বিনিয়োগকাৰীক জ্ঞান দিবলৈ অসমত ‘নিবেশ বাছ যাত্ৰা’ আৰম্ভ কৰিছে কেনাৰা ৰ’বেকোৱে

সমগ্ৰ ৰাজ্যতে মিউচুৱেল ফাণ্ড বিনিয়োগৰ সজাগতা বিয়পোৱাৰ লক্ষ্যৰে কেনাৰা ৰবেকো এচেট মেনেজমেণ্ট কোম্পানী লিমিটেডে অসমত বিনিয়োগকাৰী শিক্ষাৰ পদক্ষেপ ‘নিবেশ বাছ যাত্ৰা’ আৰম্ভ কৰিছে। এই ভ্ৰাম্যমান অভিযানে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় আৰু…

বিমা গ্ৰাম এপিআইয়ে গ্ৰাম্য বীমা শক্তিশালী কৰাৰ আশা কৰা হৈছে, আইএচি-জীৱনে অৰ্থনৈতিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে

ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ(আইআৰডিএআই)ই ইঞ্চুৰেন্স এৱাৰনেছ কমিটী(বীমা সজাগতা সমিতি)ৰ দ্বাৰা বীমা গ্ৰাম এপিআইৰ শুভাৰম্ভণিক আদৰণি জনাইছে, ইয়াক গ্ৰাম্য বীমাৰ প্ৰৱেশৰ ক্ষেত্ৰত যুগান্তকাৰী বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰ,…

ভাৰতত বিশ্বাসযোগ্য বিত্তীয় পৰামৰ্শৰ প্ৰসাৰৰ বাবে টাটা এআইএ জীৱন বীমা আৰু চিএনবিচি-টিভি১৮ অংশীদাৰ

দেশৰ বিত্তীয় পৰামৰ্শদাতা পৰিৱেশ শক্তিশালী কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে টাটা এআইএ লাইফ ইঞ্চুৰেন্সে চিএনবিচি-টিভি১৮ৰ সৈতে অংশীদাৰিত্ব কৰি বিশ্বাসযোগ্য আৰু দায়িত্বশীল বিত্তীয় পৰামৰ্শৰ ক্ৰমবৰ্ধমান গুৰুত্বক উজ্জ্বল কৰি তুলিছে। ভাৰতত দ্ৰুত…

এপ’ল’ ফাৰ্মাচীয়ে পূব ভাৰতত ১০০০সংখ্যক ষ্ট’ৰ মুকলি কৰি সম্প্ৰসাৰণৰ এক বৃহৎ মাইলৰ খুঁটি চিহ্নিত কৰিছে

ভাৰতৰ সৰ্ববৃহৎ আৰু বিশ্বাসযোগ্য ফাৰ্মাচী নেটৱৰ্ক এপ’ল’ ফাৰ্মাচীয়ে পূব ভাৰতত ১০০০সংখ্যক ষ্ট’ৰ মুকলি কৰি সম্প্ৰসাৰণৰ এক বৃহৎ মাইলৰ খুঁটি চিহ্নিত কৰিছে। ১৭ নৱেম্বৰত দাৰ্জিলিঙত মুকলি কৰা এই নতুন আউটলেটটোৱে বাসিন্দাসকলক…

টিভিএছ ৰনিনে শিশু দিৱসত ‘সুৰক্ষাৰ কলা’ৰ জৰিয়তে বৃদ্ধি কৰিলে পথ সুৰক্ষা সজাগতা

টিভিএছ মটৰ কোম্পানীয়ে এই শিশু দিৱসৰ সৈতে সংগতি ৰাখি ১৪–১৬ নৱেম্বৰলৈ নয়ডাৰ কিডজেনিয়াত আয়োজন কৰা “সুৰক্ষাৰ কলা” পদক্ষেপৰ জৰিয়তে পথ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতাক শক্তিশালী কৰে। টিভিএছ ৰেচিং এক্স কিডজেনিয়া…