Author: Business Bureau

গড্ৰেজ জাৰ্চিৰ ‘গড্ৰেজ জাৰ্চি ইণ্ডিয়া লেক্ট’গ্ৰাফ ফাইণ্ডিংছ ২০২৫-২৬ বিত্তীয় বৰ্ষ’ উন্মোচন

গড্ৰেজ জাৰ্চিয়ে ‘গড্ৰেজ জাৰ্চি ইণ্ডিয়া লেক্ট’গ্ৰাফ ফাইণ্ডিংছ ২০২৫-২৬ বিত্তীয় বৰ্ষ’ উন্মোচন কৰিছে, যিয়ে সমগ্ৰ দেশতে গাখীৰ খোৱাৰ ধৰণ, অনুষ্ঠান আৰু অনুপ্ৰেৰণা কেনেদৰে বিকশিত হৈ আছে তাৰ পৰিমাপ কৰা এক অধ্যয়ন।…

ব্যতিক্ৰম ৪.০-এ বিশ্ব সাহিত্য আৰু সাংস্কৃতিক বিনিয়োগৰ উদীয়মান কেন্দ্ৰ হিচাপে উন্নীত কৰিছে গুৱাহাটীক

উত্তৰ–পূব ভাৰতৰ বিখ্যাত সামাজিক আৰু সাহিত্যিক সংগঠন ব্যতিক্ৰমৰ উদ্যোগত আয়োজিত চাৰিদিনীয়া “ব্যতিক্ৰম আন্তঃৰাষ্ট্ৰীয় লেখক সন্মিলন ৪.০” অহা ২৪ নৱেম্বৰ পৰা আৰম্ভ হৈ ২৭ নৱেম্বৰলৈ সফলভাৱে সম্পন্ন হয়। বহুভাষিক সাহিত্য, সংস্কৃতি…

মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছৰ ১৫ সংখ্যক ‘ব্ৰাইডছ অৱ ইণ্ডিয়া’ সংস্কৰণৰ ঘোষণা

বিশ্বৰ অন্যতম বৃহৎ গহনা খুচুৰা বিক্ৰেতা মালাবাৰ গল্ড এণ্ড ডাইমণ্ডছে ভাৰতৰ অন্যতম প্ৰত্যাশিত ব্রাইডেল শ্ব’কেছ হিচাপে পৰিচিত ফ্লেগশ্বিপ ব্রাইডছ অৱ ইণ্ডিয়া অভিযানৰ ১৫ সংখ্যক সংস্কৰণ মুকলি কৰিছে৷ চলিত বৰ্ষৰ অভিযানত…

ডিএছপি মিউচুৱেল ফাণ্ডে চাৰিখন নতুন পেচিভ আঁচনি মুকলি কৰাৰ কথা ঘোষণা কৰিছে

ডিএছপি মিউচুৱেল ফাণ্ডে সোমবাৰে চাৰিটা নতুন পেছিভ ইনভেষ্টমেণ্ট আঁচনি মুকলি কৰিছে-ডিএছপি নিফটি মিডকেপ ১৫০ ইণ্ডেক্স ফাণ্ড, ডিএছপি নিফটি মিডকেপ ১৫০ ইটিএফ, ডিএছপি নিফটি স্মলকেপ ২৫০ ইণ্ডেক্স ফাণ্ড আৰু ডিএছপি নিফটি…

বিনিয়োগকাৰী শিক্ষাত যুৱ মনক সবলীকৰণৰ বাবে চিডিএছএলে আৰম্ভ কৰিলে আইডিয়াথন

এছিয়াৰ প্ৰথমটো তালিকাভুক্ত ডিপ’জিটৰী(পুঁজি ৰক্ষক) আৰু ১৬.৭ কোটিৰো অধিক ডিমেট একাউণ্টৰ বিশ্বাসযোগ্য ৰক্ষক চেণ্ট্ৰেল ডিপ’জিটৰী চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেডে (“চিডিএছএল”) শিক্ষাৰ্থীৰ বাবে উদ্ভাৱনৰ প্ৰত্যাহ্বান হিচাপে প্ৰথমবাৰৰ বাবে আইডিয়াথন আৰম্ভ কৰিছে। ৰিইমাজিন…

মেক্স হেল্থকেয়াৰে সুষম নিৰামিষ জীৱনশৈলীৰ বাবে মূল কৌশলসমূহৰ ওপৰত আলোকপাত কৰে

দিল্লীৰ মেক্স হেল্থকেয়াৰৰ ডায়েটেটিক্স বিভাগৰ আঞ্চলিক মুৰব্বী ঋত্বিকা ছমাদ্দাৰৰ মতে, নিৰামিষ জীৱনশৈলী চিন্তাশীলভাৱে গ্ৰহণ কৰিলে স্বাস্থ্যসন্মত আৰু বহনক্ষম দুয়োটাই হ’ব পাৰে। ছমাদ্দাৰে আধা ফল-মূল, এক চতুৰ্থাংশ স্বাস্থ্যকৰ প্ৰটিন যেনে মাহজাতীয়…

এক্সিছ মিউচুৱেল ফাণ্ডে এক্সিছ মাল্টি-এচেট এক্টিভ ফাণ্ড অৱ ফাণ্ডৰ প্ৰৱৰ্তন কৰিছে

ভাৰতৰ অন্যতম আগশাৰীৰ সম্পদ ব্যৱস্থাপনা প্ৰতিষ্ঠান এক্সিছ মিউচুৱেল ফাণ্ডে ইকুইটিমুখী আৰু ঋণমুখী মিউচুৱেল ফাণ্ড প্লেন আৰু পণ্য ভিত্তিক ইটিএফৰ ইউনিটত বিনিয়োগ কৰা ফাণ্ড আঁচনিৰ মুক্ত আঁচনি এক্সিছ মাল্টি এচেট এক্টিভ…

কানাৰা ৰবেকো এচেট মেনেজমেণ্ট কোম্পানী লিমিটেডে অসমত ‘নিৱেশ বাছ যাত্ৰা’ আৰম্ভ কৰিছে

মিউচুৱেল ফাণ্ডত বিনিয়োগ সন্দৰ্ভত সজাগতা বিয়পোৱাৰ বাবে ভাৰতৰ দ্বিতীয় পুৰণি সম্পদ ব্যৱস্থাপনা প্ৰতিষ্ঠান কানাৰা ৰবেকো এচেট মেনেজমেণ্ট কোম্পানী লিমিটেডে অসমত ‘নিৱেশ বাছ যাত্ৰা’ আৰম্ভ কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে গুৱাহাটীৰ…

ভাৰতৰ ইভি বজাৰখন পুনৰ সংজ্ঞায়িত কৰি ৪০০ দিনৰ ভিতৰত ৫০ হাজাৰ ইউনিট বিক্ৰী কৰে এম জি উইণ্ডছৰে

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ এমজি উইণ্ডছৰ বাহনখনে ৪০০ দিনৰ ভিতৰতে ৫০,০০০ বাহন বিক্ৰী অতিক্ৰম কৰি মাইলৰ খুঁটি অৰ্জন কৰা ভাৰতৰ প্ৰথমখন চাৰিচকীয়া ইলেক্ট্ৰিক বাহন(ইভি) হিচাপে পৰিগণিত হোৱাৰ কথা সদৰি…

নিছান মটৰ ইণ্ডিয়াই টেষ্ট ড্ৰাইভ কাৰ্নিভেলৰ শুভাৰম্ভ

নিছান মটৰ ইণ্ডিয়াই টেষ্ট ড্ৰাইভ কাৰ্নিভেলৰ শুভাৰম্ভৰ জৰিয়তে উদযাপনবোৰ সজীৱ কৰি ৰাখিছে, যি হৈছে গ্ৰাহকৰ উত্তেজনা বজাই ৰাখিবলৈ আৰু সমগ্ৰ দেশৰ ডিলাৰশ্বিপলৈ নিৰন্তৰ পদচিহ্ন কঢ়িয়াই আনিবলৈ ডিজাইন কৰা দেশজোৰা পদক্ষেপ।…