Author: Business Bureau

স্কোডা অটো ইণ্ডিয়া সম্পূৰ্ণ-নতুন অক্টেভিয়া ৰেড স্প’ৰ্ট (আৰএছ) মুকলি কৰিছে

স্কোডা অটো ইণ্ডিয়াই ভাৰতত ২৫ বছৰীয়া ব্যৱসায়িক যাত্ৰা উদযাপনৰ লগতে নিজৰ আচল ৰূপ পুনৰ প্ৰদৰ্শন কৰিছে, সম্পূৰ্ণ-নতুন অক্টেভিয়া ৰেড স্প’ৰ্ট (আৰএছ) মুকলি কৰি সকলোকে চমক দিলে। সীমিত সংখ্যক সম্পূৰ্ণৰূপে নিৰ্মিত…

গড্ৰেজ এয়াৰমেটিক ৰয়েল ফেষ্টিভ এচেন্স মুকলিৰ জৰিয়তে নিজৰ স্বয়ংক্ৰিয় ঘৰ সতেজ কৰা সামগ্ৰীৰ পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (জিচিপিএল)ৰ অধীনৰ ভাৰতৰ অগ্ৰণী গৃহ সুগন্ধী ব্ৰেণ্ড গড্ৰেজ এয়াৰে গড্ৰেজ এয়াৰমেটিক ৰয়েল ফেষ্টিভ এচেন্স মুকলিৰ জৰিয়তে নিজৰ স্বয়ংক্ৰিয় ঘৰ সতেজ কৰা সামগ্ৰীৰ পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে। ফেষ্টিভ…

দ্ৰুত বাণিজ্যই সমগ্ৰ ভাৰততে মানসিক চাপমুক্ত দীপাৱলী উদযাপনৰ শক্তি প্ৰদান কৰে

দীপাৱলীৰ ওচৰ চাপি অহাৰ লগে লগে দ্ৰুত বাণিজ্যই উৎসৱমুখৰ উদযাপনৰ বাবে এক প্ৰধান পৰিপূৰক বা বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে মানুহক শেষ মুহূৰ্তত উপহাৰ দিয়া, আতিথ্য প্ৰদান কৰা আৰু পৰিয়ালৰ…

গড্ৰেজ লা’ফেয়াৰে ‘কান্তা দিদি’ৰ জৰিয়তে #CelebratingAcceptance অভিযান অব্যাহত ৰাখিছে

এই দীপাৱলীত গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ ব্ৰেণ্ড-নিৰপেক্ষ মালিকানাধীন মিডিয়া প্ৰপাৰ্টি গড্ৰেজ লা’ফেয়াৰে ‘কান্তা দিদি’ৰ জৰিয়তে #CelebratingAcceptance অভিযান অব্যাহত ৰাখিছে; এইখন এখন প্ৰচাৰ ছবি, যিয়ে দৈনন্দিন আমাৰ সমাজ জীৱনত চলি থকা ষ্টেৰিঅ’টাইপসমূহক…

নিচান মটৰ ইণ্ডিয়াই নতুন নিচান মেগনাইট বিআৰ১০ ইজেড-শ্বিফ্ট (এএমটি)ৰ বাবে চিএনজি ৰেট্ৰ’ফিটমেণ্ট মুকলি কৰিছে আৰু লগতে  প্ৰৱৰ্তন কৰিছে সংহত ইন্ধন ঢাকনি ডিজাইন

নিচান মটৰ ইণ্ডিয়াই নতুন নিচান মেগনাইট বিআৰ১০ ইজেড-শ্বিফ্ট(এএমটি)ৰ বাবে চৰকাৰী অনুমোদিত চিএনজি ৰেট্ৰ’ফিটমেণ্ট মুকলি কৰি নিজৰ চিএনজি ৰেট্ৰ’ফিটমেণ্ট কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। এই বছৰৰ আৰম্ভণিতে নতুন নিচান মেগনাইট বিআৰ১০…

নতুন দিল্লীত ২০২৬ বৰ্ষৰ ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰশিক্ষণ ল’ব অসমৰ দ্বিতীয় বেটচৰ জিএপিপিৱাই জলপানিপ্ৰাপকে

অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ২০২৪ বৰ্ষত আৰ্য প্ৰতিভা বিকাশ সংস্থা(এপিভিএছ-অখিল ভাৰতীয় দয়ানন্দ সেৱাশ্ৰম সংঘৰ উদ্যোগ)ৰ সহযোগত আৰম্ভ কৰা ৰাজ্যপাল অসম প্ৰতিভা প্ৰোত্সাহন যোজনা(জিএপিপিৱাই)ই ৰ নিৰ্বাচিত জলপানি(স্কলাৰ)সকলৰ দ্বিতীয়টো দলৰ…

বিংগো! তেধে মেধে ৰকঞ্জলিৰ সৈতে অসমৰ যুৱ সমাজৰ মনোভাৱ উদযাপন

এই দুৰ্গা পূজাত আইটিচিৰ বিংগো! তেধে মেধেই ৰক সংগীতৰ নিভাঁজ শক্তিৰে ফেষ্টিভ ছিজন অধিক মাদকতাময় আৰু উদযাপনেৰে ভৰি কৰি তুলিবলৈ আগবঢ়ালে ৰকঞ্জলি। ৰক মিউজিকৰ থিমৰ সৈতে এই হাই-ভল্টেজ মিউজিক-অন-হুইল উদযাপনে…

গুৱাহাটীত সম্পূৰ্ণ স্বয়ংক্ৰিয় নিৰ্মাণ সেৱা কেন্দ্ৰ: টাটা ষ্টীলৰ শেহতীয়া পদক্ষেপ

টাটা ষ্টীলে প্ৰথমটো মোবাইল ব’ৰ পাইল কেজ মেচিন মুকলি কৰাৰ লগতে গুৱাহাটীত সম্পূৰ্ণ স্বয়ংক্ৰিয় নিৰ্মাণ সেৱা কেন্দ্ৰ উদ্বোধন কৰি ভাৰতৰ নিৰ্মাণ খণ্ডক আধুনিকীকৰণৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। টিজেকে…

তানিষ্কে এই ফেষ্টিভ ছিজনত উদযাপনৰ বাবে মুকলি কৰিছে ‘মৃগাংক’

ফেষ্টিভ ছিজন অব্যাহত থকাৰ সময়ছোৱাত হাউছ অৱ টাটাৰ ভাৰতৰ সৰ্ববৃহৎ গহণা খুচুৰা ব্ৰেণ্ড তানিষ্কে এই ফেষ্টিভ ছিজনত উদযাপনৰ বাবে মুকলি কৰিছে ‘মৃগাংক’, যি পৌৰাণিক জগত আৰু কল্পনাপ্ৰসূত ক্ষেত্ৰৰ পৰা অনুপ্ৰাণিত…

ইঞ্জিনীয়াৰৰ ক্লীন ছুইপ : আইআইটি গুৱাহাটীৰ ৱংগাউইটছৰ মঞ্চত চমক

দিল্লী, হায়দৰাবাদ, পুনে আৰু লক্ষ্ণৌত দৰ্শকক আপ্লুত কৰাৰ পিছত ৱংগাউইটছ ছিজন ২-য়েছ চিকিউৰিটীজৰ ধ্বজাবাহী পদক্ষেপ ‘ভাৰতৰ প্ৰিমিয়াৰ ফাইনেন্স এণ্ড ষ্টক মাৰ্কেট কুইজ’ উঃ-পূবৰ প্ৰৱেশদ্বাৰ গুৱাহাটীত আয়োজন কৰা হয়। ভাৰতৰ অন্যতম…