Author: Business Bureau

পিএনবি মেটলাইফে অসমত শক্তিশালী কৰিলে উপস্থিতি, নতুন শাখা মুকলি

দেশৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান পিএনবি মেটলাইফ ইণ্ডিয়া ইঞ্চুৰেন্স কোম্পানী লিমিটেডে আজি লখিমপুৰত নতুন শাখা উদ্বোধন কৰাৰ কথা সদৰি কৰিছে। এই সম্প্ৰসাৰণৰ লগে লগে কোম্পানীটোৰ এতিয়া অসমত মুঠ ৪টা…

‘মেড ইন ইণ্ডিয়া’ নিছানৰ ১.২ মিলিয়ন ৰপ্তানি অতিক্ৰম

নিছান মটৰ ইণ্ডিয়াই ভাৰতৰ পৰা ১.২ মিলিয়নসংখ্যক বাহন ৰপ্তানিৰে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জনৰ কথা সদৰি কৰিছে। এই সাফল্যই নিছানৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৰ্শনৰ প্ৰতি অটল…

৫০০ কোটি টকাৰ ব্যয়সাপেক্ষ গুৱাহাটীৰ হাস্পতালৰ ভূমি পূজন মেদাণ্টৰ, উত্তৰ-পূবৰ স্বাস্থ্যসেৱাত পদাংকৰ সম্প্ৰসাৰণ

মেদাণ্ট ছুপাৰ স্পেচিয়েলিটি হাস্পতালে গুৱাহাটীত ভূমি পূজন অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূবৰ চিকিত্সা খণ্ডত নতুন যুগৰ সূচনা কৰিলে, আজি ৪০০+ বিছনাযুক্ত এখন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণৰ কামৰ শুভাৰম্ভণি ঘটিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব…

মেদাণ্ট ছুপাৰ স্পেচিয়েলিটি হাস্পতালে গুৱাহাটীত মুকলি কৰিলে ৪০০+ বিচনাযুক্ত অত্যাধুনিক চিকিৎসালয়

দেশৰ অন্যতম প্ৰাইভেট মাল্টি স্পেচিয়েলিটি চিকিত্সা সেৱা আগবঢ়োৱা প্ৰতিষ্ঠান গ্লবেল হেল্থ লিমিটেড-মেদাণ্টই গুৱাহাটীত এখন অত্যাধুনিক ৪০০+ বিচনাযুক্ত হাস্পতাল স্থাপনৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। গুৱাহাটী মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ…

ভাৰতৰ অৱসৰৰ সূচকাংক ৪৮ লৈ বৃদ্ধি: এক্সিছ মেক্স লাইফ আই আৰ আই এছ ৫.০ত নগৰীয়া ভাৰতীয়সকলৰ মাজত সজাগতা আগতীয়া পৰিকল্পনা অধিক শক্তিশালী

ভাৰতৰ অৱসৰৰ প্ৰস্তুতিৰ ক্ৰমাগত উন্নতি হৈছে, এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্সৰ ইণ্ডিয়া ৰিটায়াৰমেণ্ট ইণ্ডেক্স ষ্টাডী (আইআৰআইএছ) ৫.০ত ৪ বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় সূচকাংক স্ক’ৰ ৪৪ৰ পৰা ৪৮লৈ উৰ্ধ্বগামী হোৱাৰ কথা প্ৰকাশ পাইছে।…

এই ফেষ্টিভ ছিজনত মহিন্দ্ৰাই ট্ৰাক আৰু বাছৰ গ্ৰাহকৰ বাবে মুকলি কৰিলে ১০টা নতুন ডিলাৰশ্বিপ

বিগত ৪ বছৰত এক শক্তিশালী ব্যৱসায়িক বৃদ্ধিৰ পিছত ট্ৰাক আৰু বাছ ব্যৱসায়ত নিজৰ পদাংক আৰু অধিক শক্তিশালী কৰাৰ আকাংক্ষাৰে মহিন্দ্ৰাই এই ফেষ্টিভ ছিজনত ১০টা নতুন ডিলাৰশ্বিপ উদ্বোধন কৰিছে। এই দহটা…

আইকনিক ডাষ্টাৰ উভতি অহাৰ কথা ঘোষণা ৰেনল্টৰ

ফ্ৰান্সৰ গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠান ৰেনল্ট গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেনল্ট ইণ্ডিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে প্ৰতিষ্ঠানটোৰ বহু প্ৰত্যাশিত নতুন এছইউভিখনে আইকনিক নেমপ্লেট – ডাষ্টাৰৰ উত্তৰাধিকাৰ আগুৱাই নিব। মূলতঃ ২০১২…

৪০০ বিছনাযুক্ত চিকিৎসালয়ৰ জৰিয়তে গুৱাহাটীত স্বাস্থ্যসেৱাত বৈপ্লৱিক পৰিৱৰ্তন আনিব মেদান্তাই

মেদাণ্ট নামেৰে জনপ্ৰিয় গ্লবেল হেল্থ লিমিটেড সদৰি কৰিছে যে ২০২৫ চনৰ ৩১ অক্টোবৰত গুৱাহাটীৰ সৰুসজাইৰ ঔদ্যোগিক ক্ষেত্ৰত আগন্তুক ৪০০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলী হাস্পতালৰ বাবে ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত কৰিব। এই…

গ্লোবেল পপ সংগীতৰ জ্বৰত আক্ৰান্ত শ্বিলং-মহম্বি লাইভ!

মেঘালয়ৰ পাহাৰবোৰত ছন্দ, শক্তি আৰু সাংস্কৃতিক সম্প্ৰীতিৰ এটা মায়াময় নিশালৈ উদ্ভৱ হৈছিল যেতিয়া আন্তঃৰাষ্ট্ৰীয় পপ চাঞ্চল্য মহম্বিয়ে ২৫ অক্টোবৰত ম’কাছিয়াঙৰ লাৰিতিত এক শ্বাসৰুদ্ধকাৰী লাইভ কনচাৰ্টৰ জৰিয়তে ভাৰতত আত্মপ্ৰকাশ কৰিছিল, যিয়ে…

উত্তৰ-পূব ভাৰতৰ ২১,০০০ৰো অধিক লোকক উপকৃত কৰিবলৈ অপ্ৰভা এনাৰ্জীয়ে আগবঢ়াইছে সৌৰশক্তিচালিত সমাধান

উত্তৰ-পূৰ্বাঞ্চলৰ জীৱনক বহনক্ষমভাৱে সবলীকৰণৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে ভাৰতৰ আগশাৰীৰ সংহত শক্তি সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান অপ্ৰাভ এনাৰ্জীয়ে চলাৰ ইনষ্টলেচনৰ জৰিয়তে অসম আৰু নাগালেণ্ডৰ সম্প্ৰদায়, স্বাস্থ্য আৰু শৈক্ষিক স্থলসমূহক শক্তি…