Month: April 2026

নিৰ্বাচনৰ মাজতেই বিতৰ্ক; কুংকী চৌধুৰীৰ বিৰুদ্ধে বিধি ভংগৰ অভিযোগত এজাহাৰ

ভোটগ্ৰহণৰ দিনা ভোটকেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰি ভোটাৰক প্ৰভাৱিত কৰাৰ অভিযোগ উঠিছে এজেপি প্ৰাৰ্থী কুংকী চৌধুৰীৰ বিৰুদ্ধে। এই সন্দৰ্ভত বৃহস্পতিবাৰে পানবজাৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা হয় প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে এক গোচৰ। গুৱাহাটী…

পৱন খেড়াৰ গ্ৰেপ্তাৰীৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন সুৰক্ষাৰ আবেদন; তেলেংগানা উচ্চ ন্যায়ালয়ত সম্পন্ন হ’ল শুনানিৰ প্ৰক্ৰিয়া

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এক গোচৰক কেন্দ্ৰ কৰি আজি তেলেংগানা উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই আৰক্ষীৰ…

অসমত ৮৪.৪২ শতাংশ ভোটদানৰে শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল নিৰ্বাচন; দক্ষিণ শালমাৰাত সৰ্বাধিক ৯৪ শতাংশ ভোটাৰৰ উপস্থিতি

অসম বিধানসভাৰ ১২৬ খন আসনৰ ভাগ্য নিৰ্ণয়ৰ বাবে আজি ৰাজ্যজুৰি শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱাৰে পৰা ভোটাৰৰ ব্যাপক উৎসাহৰ মাজতে বিয়লি ৫ বজালৈ ৰাজ্যত ৮৪.৪২ শতাংশ ভোটদান ৰেকৰ্ড কৰা…

হৰ্ষিত ৰাণাক সম্পূৰ্ণ আইপিএল ২০২৬-ৰ পৰা বাহিৰ কৰা হৈছে

কলকাতা নাইট ৰাইডাৰ্ছৰ (KKR) বাবে এক ডাঙৰ আঘাতস্বৰূপ, শুকুৰবাৰে পেচাৰ হৰ্ষিত ৰাণাক সম্পূৰ্ণ আইপিএল ২০২৬-ৰ পৰা বাহিৰ কৰা হৈছে। শেহতীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত এক অনুশীলন মেচত তেওঁ লিগামেণ্টত লাভ…

কাইলৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ প্ৰতীক্ষাৰ অন্ত পেলাই কাইলৈ অৰ্থাৎ ১০ এপ্ৰিলত ঘোষণা কৰা হ’ব চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি এই কথা নিশ্চিত কৰি কয়…

এচিয়ান কাপৰ বাবে থাইলেণ্ডত উপস্থিত ভাৰতীয় অনূৰ্ধ্ব-২০ মহিলা দল

অহা মাহৰ আৰম্ভণিতে থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এ এফ চি (AFC) অনূৰ্ধ্ব-২০ মহিলা এচিয়ান কাপৰ পূৰ্বে প্ৰায় ১৫ দিনীয়া এক জলবায়ু অনুকূলন (acclimatisation) শিবিৰত অংশ ল’বলৈ ভাৰতীয় অনূৰ্ধ্ব-২০ মহিলা ফুটবল দলৰ…

মণিপুৰৰ পাঁচখন জিলাত সান্ধ্য আইন নেওচি বিশাল প্ৰতিবাদ; দুই শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত উপত্যকাৰ পৰিৱেশ

বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত দুটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চেপা উত্তেজনাই আজি মণিপুৰৰ উপত্যকাৰ পাঁচখন জিলাত এক ভয়ংকৰ ৰূপ ধাৰণ কৰে। সান্ধ্য আইন নেওচি হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাজপথলৈ…

এষ্টন ভিলাই লিলেক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে, পেনাল্টিৰ জৰিয়তে নটিংহাম ফৰেষ্ট আগুৱাই গ’ল

জন মেকগিনৰ গ’লৰ সহায়ত এষ্টন ভিলাই একেৰাহে তৃতীয় বছৰৰ বাবে ইউৰোপীয় প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে লিলেৰ বিৰুদ্ধে ২-০ ব্যৱধানত জয়লাভ কৰে। ভিলাই প্ৰথম লেগৰ ১-০ অগ্ৰগতি ৰক্ষা কৰি…

চাহিদা বৃদ্ধিৰ মাজতে শক্তিশালী ইন্ধন আৰু এলপিজি যোগান অব্যাহত ৰাখিছে এইচপিচিএলে

হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(এইচপিচিএল)-এ শেহতীয়াকৈ কিছুমান অঞ্চলত চাহিদা বৃদ্ধিৰ পাছতো সমগ্ৰ দেশতে নিৰৱচ্ছিন্নভাৱে ইন্ধন আৰু এলপিজিৰ যোগান অব্যাহত ৰাখিছে। ১ এপ্ৰিলৰ পৰা ৬ এপ্ৰিলৰ ভিতৰত কোম্পানীটোৱে পেট্ৰ’লৰ বিক্ৰী ২,২৭,০৮৬ কেএল…

মণিপুৰত ৩ ইউকেএনএ কেডাৰ গ্ৰেপ্তাৰ; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ উদ্ধাৰ

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত যোৱা নিশা আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত আটক কৰে ইউনাইটেড কুকি নেচনেল আৰ্মীৰ তিনিজনকৈ সন্দেহযুক্ত কেডাৰক। ত্ৰংলৌবীৰ শেহতীয়া হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা এই অভিযানত বৃহৎ পৰিমাণৰ…