Month: March 2026

৮৬.৫% হ্ৰাস পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এক বিশেষ চৰকাৰী পৰিসংখ্যাৰ উল্লেখ কৰি কৈছে যে ৰাজ্যত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ ৮৬.৫ শতাংশ হ্ৰাস পাইছে। তেওঁ নাৰী সুৰক্ষা প্ৰশাসনৰ মূল লক্ষ্য বুলি উল্লেখ…

মণিপুৰত অভিযান: নিষিদ্ধ সংগঠনৰ তিনি সদস্য ধৰা পৰিল, জব্দ মাৰাত্মক অস্ত্ৰ

মণিপুৰত চলি থকা উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত থাকি আছে, য’ত নিৰাপত্তা বাহিনীয়ে তিনিজন নিষিদ্ধ সংগঠনৰ সদস্যক আটক কৰিছে আৰু বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰিছে। এই অভিযানৰ অংশ হিচাপে,…

নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টীয়ে তৎপৰতা বৃদ্ধি কৰিছে আৰু মঙলবাৰৰ দিনা ছয়টা গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবে দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দিছপুৰ আৰু যোৰহাটৰ দৰে হাই-প্ৰফাইল আসনসমূহত ‘আপ’ৰ পদক্ষেপ…

কংগ্ৰেছক ডাঙৰ ঝাঁটকা: সাংসদ প্ৰদ্যুতো এৰিলে দল

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ দলৰ ভিতৰ চাপৰ আওতাত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দলৰ সভাপতিৰ ওচৰলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলের সৈতে সম্পর্ক শেষ কৰিছে। দলৰ ভিতৰৰ থকা মতানৈক্য আৰু অব্যাহত অপমানৰ…

ৰাজ্যৰ ১২৬টা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূ়ড়ান্ত কৰাৰ লক্ষ্য; আজি দিল্লীত অনুষ্ঠিত সংসদীয় বোৰ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম বিধানসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণৰ বাবে দেশৰ ৰাজধানীত মঙলবাৰে অনুষ্ঠিত হৈছে এক বিশেষ বৈঠক। ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় বোৰ্ডৰ এই উচ্চস্তৰীয় বৈঠকত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম…

ইউপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা; তামুলপুৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰমোদ বড়ো

ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰতৰ হৈ পৰিছে বিটিআৰৰ ৰাজনৈতিক কুচকাৱাজ। আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল)ৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা…

ব্যৱসায়িক চিলিণ্ডাৰৰ নাটনিৰে মহানগৰীত হাহাকাৰ! বন্ধ হৈ পৰিব গুৱাহাটীৰ হোটেল-ৰেস্তোৰাঁ

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱত এতিয়া ৰাজ্যৰ শক্তিখণ্ডত তীব্ৰ সংকটৰ সৃষ্টি হৈছে। বিশেষকৈ বাণিজ্যিক চিলিণ্ডাৰৰ যোগান ব্যাহত হোৱাৰ ফলত গুৱাহাটী মহানগৰীৰ প্ৰায় ৭,০০০ সৰু-ডাঙৰ হোটেল-ৰেস্তোৰাঁৰ ভৱিষ্যত এতিয়া অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে। সোমবাৰে…

ছুটি দিবলৈ অস্বীকাৰ কৰিছিল বেংক মেনেজাৰে! খঙৰ ভমকতে ছিকিউৰিটি গাৰ্ডে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

ছুটী বিচৰাত দিবলৈ অস্বীকাৰ কৰিছিল বেংক মেনেজাৰে। খঙৰ ভমকতে গুলীয়াই হত্যা কৰিলে ছিকিউৰিটি গাৰ্ডে। উত্তৰ প্ৰদেশৰ লোনী বৰ্ডাৰ থানা এলেকাৰ বলৰাম নগৰস্থিত পঞ্জাৱ এণ্ড সিন্ধ বেংকত সোমবাৰে সংঘটিত হৈছে এই…

পলাশবাৰীৰ আৱৰ্জনা ব্যৱস্থাপনাক ৰূপান্তৰিত কৰিছে জিচিপিএলে, অন্য দিশলৈ লৈ যোৱা হ’ল ৩,২০০ টন আৱৰ্জনাক

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ অসমৰ অন্যতম পুৰণি চহৰ পলাশবাৰীত ৩ বছৰীয়া সম্প্ৰদায়কেন্দ্ৰিক এক পদক্ষেপৰ জৰিয়তে আৱৰ্জনা ব্যৱস্থাপনাক সফলতাৰে ৰূপান্তৰিত কৰি ৩২০০ টনতকৈ অধিক আৱৰ্জনা অন্য দিশলৈ লৈ যোৱাৰ লগতে স্থানীয়…

যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলত ১৫৩ ডলাৰলৈ বৃদ্ধি তেলৰ মূল্য

আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ চলাই যুদ্ধ সূচনা কৰা আজি ১৮ দিন হল। এই যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে। তেলৰ মূল্য প্ৰতি বেৰেলত…