Assam যদি বাপু জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ অসমীয়া মানুহৰ সৈতে থিয় দিলেহেঁতেনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা January 31, 2026 Paromita অসমৰ খিলঞ্জীয়াৰ পৰিচয় আৰু সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ সংগ্ৰামক সাম্প্ৰদায়িকতাৰ সৈতে তুলনা কৰিব নোৱাৰি বুলি আজি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। “মিঞা মুছলমান” সন্দৰ্ভত তেওঁ কৰা মন্তব্যক…
Business বেংগালুৰুৰ এটা ভাৰাঘৰৰ বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ ৪ জনকৈ যুৱকৰ মৃতদেহ January 31, 2026 Dipshikha বেংগালুৰুৰ এটা ভাৰাঘৰৰ বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ ৪ জনকৈ যুৱকৰ মৃতদেহ । বেংগালুৰু চুলিবেলে আৰক্ষী থানাৰ অধীনস্থ মুটছান্দ্ৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ নিশা শুই থকা…
Business আজি পৱিত্ৰ মে-ডাম-মে-ফী January 31, 2026 Dipshikha টাই আহোম ধৰ্মাৱলম্বী লোকসকলৰ আজি পৱিত্ৰ মে-ডাম-মে-ফী । পূৰ্বপুৰুষক স্মৰণ কৰিবৰ কাৰণে আৰু দেশ-জাতিৰ মংগলৰ কাৰণে আজিৰ দিনটোতে মে-ডাম-মে-ফী অৰ্থাৎ উপৰিপুৰুষক স্মৰণ কৰা হয় ।মে-ডাম-মে-ফী ধর্মীয় অনুষ্ঠানতে চাওফী (পূৰ্বপুৰুষসকল) আৰু…
Business পুনৰ এখন বিমানে লাভ কৰিছে বোমা তথা হাইজেকৰ ভাবুকি January 31, 2026 Dipshikha পুনৰ এখন বিমানে লাভ কৰিছে বোমা তথা হাইজেকৰ ভাবুকি। কুৱেইটৰ পৰা দিল্লীলৈ আহি থকা ইণ্ডিগ’ৰ এখন বিমানত বোমাৰ ভাবুকি লাভ কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিমানখনত বোমা থকাৰ ভাবুকি…
Business গান্ধীৰ নাম মচাৰ চক্ৰান্তৰ বিৰোধিতাৰে ডিগবৈত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, বিজেপিক লক্ষ্য কৰি কঠোৰ আক্রমণ January 31, 2026 Sonakshi Sarkar গ্ৰাম্য অৰ্থনীতিৰ মূল স্তম্ভ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন (এমজিএনৰেগা) নাম সলনি কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে কংগ্ৰেছ দল বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। গতিসম্পন্ন বিধানসভা নিৰ্বাচনৰ আগতে,…
Business স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী January 31, 2026 Dipshikha স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শপত ল’ব প্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰে। এন চি পি দলৰ বিধায়িনী।উল্লেখ কৰা প্ৰয়োজন যে, বিমান দুৰ্ঘটনাত অজিত…
Business ‘ৱাউজাৰ্ছ চীজি নেহি চীজিয়াৰ’ প্ৰতিটো বাইটতে ”ওৱাও” ৰ অনুভৱ দিয়াৰ প্ৰতিশ্ৰুতিৰে মুকলি হ’ল চানফিষ্ট ৱাউজাৰ্ছৰ নতুন অভিযান January 31, 2026 Business Bureau আনন্দ-কেন্দ্ৰিক জলপান বিকশিত হোৱাৰ লগে লগে, যুৱ গ্ৰাহকসকলে কেৱল সোৱাদেই নহয়, তীব্ৰতা, ব্যক্তিত্ব আৰু ভাগ-বতৰা কৰিব পৰা মুহূৰ্ত প্ৰদান কৰা জলপান বিচাৰিছে। এই পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনাই আইটিচি লিমিটেডৰ ছানফিষ্ট…
Business সলনি হ’ব বুৰঞ্জী! হাইস্কুলৰ পাঠ্যপুথিত থকা বাঘ হাজৰিকাৰ তথ্য সলনি কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ চৰকাৰৰ January 31, 2026 Sonakshi Sarkar অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় শৰাইঘাটৰ যুদ্ধৰ বিৱৰণক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। হাইস্কুলৰ পাঠ্যপুথিত বৰ্ণনা কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ সহযোগী বাঘ হাজৰিকাৰ অস্তিত্বক লৈ প্ৰশ্ন…
Business চাঞ্চল্যকৰ! আয়কৰ বিভাগৰ তালাচী চলি থকাৰ মাজতে নিজকে গুলীয়াই প্ৰাণ দিলে ব্যৱসায়ীয়ে January 31, 2026 Sonakshi Sarkar আয়কৰ বিভাগৰ ধাৰাবাহিক তালাচী আৰু মানসিক চাপৰ মাজতে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে। কৰ্ণাটকৰ ৰাজধানী চহৰ বাংগালুৰুৰ লেংফৰ্ড ৰোডত অৱস্থিত নিজ কাৰ্যালয়ত কনফিডেণ্ট গ্ৰুপৰ অধ্যক্ষ ৰয় চিৰিয়ানকাণ্ডথ যোচেফ…
Business মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আদালত অবমাননাৰ অভিযোগঃ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ আক্ৰমণ গৌৰৱ গগৈৰ January 31, 2026 Sonakshi Sarkar উচ্চতম ন্যায়ালয়ৰ মন্তব্যক বিকৃতভাৱে উপস্থাপন কৰাৰ গুৰুতৰ অভিযোগ তুলি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লয় সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নাম লৈ মিছা তথ্য প্ৰচাৰ…