Month: December 2025

গ্ৰ’ মাল্টিকেপ ফাণ্ডৰ প্ৰথম বৰ্ষৰ শক্তিশালী প্ৰদৰ্শন অনুসৰণ গুৱাহাটীৰ বিনিয়োগকাৰীৰ

গ্ৰ’ মাল্টিকেপ ফাণ্ডে ২০২৪ চনৰ ডিচেম্বৰ মাহত শুভাৰম্ভৰ এবছৰ সম্পূৰ্ণ কৰিছে, মাল্টি-কেপ শিতানৰ আগশাৰীৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, যি বছৰত বজাৰত তীব্ৰ পৰিৱৰ্তন, অসমান উপাৰ্জনৰ পুনৰুদ্ধাৰ আৰু বিশ্বব্যাপী অনিশ্চয়তাৰ সূচনা হৈছিল।…

বিমানত ধুম্ৰপান! পাকিস্তান হকী দলৰ মেনেজাৰক উভতি পঠিওৱা

আন্তৰ্জাতিক ক্ৰীড়া জগতত খেলুৱৈ বা বিষয়ববীয়াসকলৰ পৰা সদায় এক উচ্চ পৰ্যায়ৰ অনুশাসন আশা কৰা হয়, কিন্তু কেতিয়াবা কিছুমানৰ দায়িত্বজ্ঞানহীন কামে সমগ্ৰ দেশৰ বাবেই লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰে। পাকিস্তান হকী দলৰ…

‘দেশৰ বাবে নৈতিক পৰাজয়’— MGNREGA বিলুপ্তি লৈ কেন্দ্ৰক কটাক্ষ ছোনিয়া গান্ধীৰ

দেশৰ দৰিদ্ৰ জনসাধাৰণৰ কৰ্মসংস্থাপন অধিকাৰৰ বিষয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী কেন্দ্ৰীয় চৰকাৰৰ নীতি সমালোচনা কৰিছে, বিশেষকৈ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন (MGNREGA) লৈ। তেওঁ অভিযোগ কৰা যে, চৰকাৰে…

বংগত নিৰ্বাচনী যুঁজত নতুন শক্তিৰ উত্থান! ‘জনতা উন্নয়ন পাৰ্টি’ ঘোষণা তৃণমূলৰ নিলম্বিত নেতাৰ

পশ্চিম বংগৰ ৰাজনৈতিক প্ৰেক্ষাপটত অহা বছৰ হ’বলগীয়া বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়াৰে পৰাই নতুন সমীকৰণৰ সৃষ্টি হৈছে। বিশেষকৈ মুৰ্শিদাবাদ জিলাত বাবৰি মছজিদৰ আৰ্হিত মছজিদ নিৰ্মাণৰ ঘোষণাই চৰ্চালৈ অনা তৃণমূল কংগ্ৰেছৰ…

মহাকাশ যাত্ৰাৰ আগতে তিৰুমালাত ইছৰোৰ মুৰব্বীৰ পূজা অৰ্চনা, ল’লে ঈশ্বৰৰ আশীৰ্বাদ

ভারতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) যিকোনো গুৰুত্বপূৰ্ণ মহাকাশ অভিযানৰ পূৰ্বে আধ্যাত্মিক আশীৰ্বাদ বিচৰাৰ পৰম্পৰা পালন কৰি আসিছে। সোমবার, ইছৰোৰ মুৰব্বী ড° ভি নাৰায়ণন আৰু বিজ্ঞানীৰ দলে অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা তিৰুপতি দেৱস্থানমত…

নগাঁও–কাৰ্বি আংলঙত অভিযানঃ সীমান্তত কটকটীয়া পহৰাৰ মাজতে ১৯ অনুপ্ৰৱেশকাৰী বিতাড়িত

অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে নগাঁও আৰু কাৰ্বি আংলং জিলাত তীব্ৰ অভিযান চলিয়ে ১৯ জন অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰে। আটক অধীনস্থ ব্যক্তিসকলক ভাৰতীয় ভূখণ্ডত নিৰাপত্তা নিশ্চিত কৰাত সহায়ৰ বাবে…

বিকশিত ভাৰত-জি আৰ এ এম জি আইনত ৰাষ্ট্ৰপতিৰ মোহৰঃ ১২৫ দিনলৈ বৃদ্ধি পালে গ্ৰাম্য নিয়োগৰ নিশ্চয়তা

দেশৰ গ্ৰাম্য অৰ্থনীতিৰ আমূল পৰিৱৰ্তন আৰু কৰ্মসংস্থাপনৰ অধিকাৰক অধিক সুৰক্ষিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এক ঐতিহাসিক পদক্ষেপত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মতি প্ৰদান কৰিছে। সংসদৰ শীতকালীন অধিৱেশনত গৃহীত হোৱা…

বক্স অফিচত ‘ধুৰন্ধৰ’ৰ ধুমুহাঃ ৮০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰি গঢ়িলে নতুন অভিলেখ

ভাৰতীয় চিনেমাৰ ইতিহাসত কেতিয়াবা কিছুমান এনে ছবিয়ে মুক্তি লাভ কৰে যিয়ে উপাৰ্জনৰ সকলো পুৰণি অভিলেখ নিমিষতে ধূলিস্যাৎ কৰি দিয়ে। আদিত্য ধৰৰ পৰিচালনাত মুক্তি লাভ কৰা স্পাই থ্ৰিলাৰ ‘ধুৰন্ধৰ’ৰ ক্ষেত্ৰতো এতিয়া…

দিল্লীৰ বায়ু প্ৰদূষণৰ ভয়াৱহ ৰূপ! বিষাক্ত ধোঁৱা আৰু কুঁৱলীৰ আৱৰ্তত স্তব্ধ জনজীৱন

দেশৰ ৰাজধানী চহৰখনৰ আকাশত এতিয়া কেৱল ধোঁৱা আৰু কুঁৱলীৰ ডাঠ আৱৰণ। শীতৰ আগমনৰ লগে লগে দিল্লীৰ বায়ুৰ মানদণ্ড যি দৰে নিম্নগামী হয়, এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। সোমবাৰে পুৱা দিল্লীৰ বায়ুৰ…

বংগৰ পৰিস্থিতি সলনিৰ আহ্বানঃ কলকাতাত হিন্দু সমাজ একত্ৰিত হোৱাৰ কথা ক’লে মোহন ভাগৱতে

পশ্চিম বঙ্গৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেক্ষাপটত হিন্দু সমাজৰ একত্ৰীকৰণৰ তাৎপৰ্যৰ বিষয়ে বক্তব্য ৰাখিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। কলকাতাত আৰ এছ এছৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ উল্লেখ…