Business পুনৰ বিমান অঘটন December 22, 2025 Dipshikha আহমেদাবাদৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ হৃদয় বিদাৰক দৃশ্যই এতিয়াও কঁপাই তোলে প্ৰতিজন মানুহৰ হৃদয়। আজি পুৱা যেন তেনে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰাই কথমপি প্ৰাণ ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। কোনো…
Business জেলৰ পৰা ওলাব পাৰে অমৃতপ্ৰভা মহন্ত December 22, 2025 Dipshikha শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত আজিৰ পৰা কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ মাজতে গোচৰটোৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ…
Business কাবুলি বুটৰ উপকাৰী গুণৰ বিষয়ে জানেনে December 22, 2025 Dipshikha দুৰ্বল জীৱনশৈলী, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ আৰু ভুল খাদ্যাভ্যাসৰ বাবেই সম্প্ৰতি অধিকাংশ লোক ৰোগীয়া হৈ পৰিছে। যদি এই স্বাস্থ্য সমস্যাবোৰ সময়মতে সমাধান কৰা নহয়, তেনেহ’লে ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ…
Business আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ আৰম্ভঃ এছআইটিৰ গাফিলতিৰ সুযোগ লৈ জামিনৰ যুঁজত দেহৰক্ষী December 22, 2025 Sonakshi Sarkar অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাঞ্চল্যৰ মাজতে আজিৰে পৰা ছেচন আদালতত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া। ২৫৬/২০২৫ নম্বৰৰ এই হাই-প্ৰফাইল গোচৰটোৰ প্ৰথমটো দিনৰ শুনানি ছেচন জাজৰ আদালতত আজি…
Business বাংলাদেশত ৰাজনৈতিক হিংসা অব্যাহত, ছাত্ৰ নেতাক গুলী December 22, 2025 Sonakshi Sarkar বাংলাদেশে ইনকিলাব মঞ্চের মুখপাত্র উছমান হাদীর মৃত্যুর পর রাজনৈতিক উত্তেজনা বৃদ্ধি পাওয়ার প্রেক্ষাপটে, সোমবার ছাত্রী নেতৃত্বাধীন নেশ্যনেল চিটিজেন পার্টির (এনসিপি) নেতা মহম্মদ মুত্তালিব শিকদারের ওপর একটি গুরুতর হামলার ঘটনা ঘটে।…
Business অসম ভ্ৰমণৰ সময়ত মোদীৰ ভাষণত স্থান নাপালে জুবিন গাৰ্গে! ক্ষোভ প্ৰকাশ গৌৰৱ গগৈৰ December 22, 2025 Sonakshi Sarkar অসমৰ জনসাধাৰণৰ আৱেগ আৰু দুখক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি সোমবাৰে সৰৱ হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ। যোৱা ২০ আৰু ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে চলোৱা…
Sports ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলা দখল নিউজিলেণ্ডৰ December 22, 2025 Sonakshi Sarkar তৃতীয় টেষ্টত নিউজিলেণ্ডে ৱেষ্ট ইণ্ডিজক ৩২৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডে তিনিখন মেচৰ টেষ্ট শৃংখলা ২-০ত জয়লাভ কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) পইণ্ট টেবুলত দ্বিতীয় স্থানলৈ…
Business নেচনেল হেৰাল্ড গোচৰঃ ছোনিয়া আৰু ৰাহুল গান্ধীলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ December 22, 2025 Sonakshi Sarkar দেশৰ ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি কৰা নেচনেল হেৰাল্ড গোচৰে সোমবাৰে এক নতুন মোৰ লয়। বলবৎকাৰী সঞ্চালকালয়ৰ এখন আবেদনৰ ভিত্তিত দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্যান্য…
Sports ২০২৫ চনত ভাৰতীয় এথলেটিকছঃ নীৰজ চোপ্ৰাৰ ৯০ মিটাৰৰ স্থান স্পৰ্শ December 22, 2025 Sonakshi Sarkar ফৰ্মৰ উত্থান-পতনৰ সত্ত্বেও অৱশেষত ভাৰতৰ তাৰকা এথলীট নীৰজ চোপ্ৰাই ৯০ মিটাৰ পৰ্যন্ত জেভেলিন থ্ৰ’ স্পৰ্শ কৰাত সফল হয় যদিও ইয়াৰ মাজতে ২০২৫ চনতো ড’পিঙৰ ঘটনাই ভাৰতীয় এথলেটিকছ সংবাদ মাধ্যমৰ চৰ্চাত…
Business কেলিফৰ্ণিয়া আলমণ্ডৰ ঋতুভিত্তিক উপকাৰিতাৰ প্ৰচাৰ December 22, 2025 Business Bureau বৰদিন উদযাপনৰ বাবে প্ৰস্তুতি চলোৱা গুৱাহাটীৰ পৰিয়ালসমূহে ক্ৰমান্বয়ে স্বাস্থ্যসন্মত উৎসৱমুখৰ ৰন্ধন আৰু উপহাৰৰ বিকল্পৰ সন্ধানত আছে, এই সময়ছোৱাত কেলিফৰ্ণিয়া আলমণ্ডছে হৃদযন্ত্ৰৰ স্বাস্থ্য, শক্তি আৰু তৃপ্তিৰ বাবে আলমণ্ডৰ ঋতুভিত্তিক উপকাৰিতাৰ প্ৰচাৰ…