Month: October 2025

প্ৰতিৰক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ বিভাগ নৰখাৰেই সাহসী সিদ্ধান্ত লৈছে এই দেশকেইখনে

প্ৰতিৰক্ষাৰ বাবে দেশসমূহে বৃহৎ হাৰত খৰচ কৰাৰ বিপৰীতে কিন্তু এইক্ষেত্ৰত সম্পূৰ্ণ উদাসীন হৈ থাকে কেইখনমান দেশ। উদাসীন বুলি ক’লেও প্ৰকৃততে ভুল কোৱা হ’ব, কিয়নো এই দেশকেইখনৰ কোনো সেনা বা প্ৰতিৰক্ষা…

চাহ জনগোষ্ঠীক ২.৯০ লাখ বিঘা ভূমি বিতৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেলত বহু গুৰুত্বপূর্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২৫ নৱেম্বৰৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হ’ব, য’ত…

হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক

আজি নগাঁৱৰ হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চেক প্ৰদান কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে এই ধন।এই আঁচনিৰ অধীনত…

ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ। তাৰ মাজতেই আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে এক বিশেষ প্ৰতিবাদ। “ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী” শীৰ্ষক এই কাৰ্যসূচীত অংশ লৈছে…

অৰুণাচলৰ নামচাইত আছাম ৰাইফলছ আৰু আলফা স্বাধীনৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়

অৰুণাচলৰ নামচাইত আছাম ৰাইফলছ আৰু আলফা স্বাধীনৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। আছাম ৰাইফলছৰ গুলীত নিহত তিনিচুকীয়াৰ আলফা(স্বাঃ)ৰ এজন কেডাৰ। নিহত কেডাৰজন আইৱান অসম বুলি জানিব পৰা গৈছে। আইৱান অসমৰ…

দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ

ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান ! দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ । বিশেষজ্ঞসকলৰ মতে এই…

প্ৰথমবাৰৰ বাবে দীপিকা-ৰণবীৰ সিঙে দেখুৱালে কন্যাৰ চেহেৰা

অৱশেষত তাৰকা দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে নিজৰ কন্যা দুৱাৰ মুখখন সকলোৰে আগত প্ৰকাশ কৰে ।দীপিকা পাডুকনে ইনষ্ট্ৰাগ্ৰামৰ এটা পোষ্টৰ জৰিয়তে দুৱাৰ মুখ ৰিভিল কৰে । দুৱাৰ মুখমণ্ডল দীপিকা…

২৩ অক্টোবৰত এডিলেইডত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয় এদিনীয়া

অষ্ট্ৰেলিয়া ভ্ৰমণত থকা ভাৰতীয় দলটোৱে দ্বিতীয়খন এদিনীয়া এডিলেইড অ’ভেল খেলিব। বৃহস্পতিবাৰে ইয়াত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া, যি পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব। প্ৰথমখন এদিনীয়াত জয়লাভ কৰি…

গৰুৰ গোবৰ বিশ্বৰ বহু দেশে ভাৰতৰ পৰা ক্ৰয় কৰে

ভাৰতত দীপাৱলীৰ পিছত অনুষ্ঠিত হোৱা গোবৰ্ধন পূজাত গৰুৰ গোবৰে উল্লেখযোগ্য ভূমিকা পালন কৰে। পূজাৰ সময়ত ইয়াক গোবৰ্ধন পৰ্বত নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ধৰ্মীয় আৰু সাংস্কৃতিক তাৎপৰ্যৰ উপৰিও কৃষিক্ষেত্ৰতো গৰুৰ…

দেৱালীৰ পাছতে বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু

দেৱালীৰ পাছতে বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু। শেহতীয়াকৈ দিল্লীৰ AQI বিপদজনক শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। বহু ঠাইত এ কিউ আই ৯০০ পাৰ কৰিছে। যি এতিয়া দিল্লীবাসীৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।সোমবাৰে…