Month: October 2025

আইকনিক ডাষ্টাৰ উভতি অহাৰ কথা ঘোষণা ৰেনল্টৰ

ফ্ৰান্সৰ গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠান ৰেনল্ট গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেনল্ট ইণ্ডিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে প্ৰতিষ্ঠানটোৰ বহু প্ৰত্যাশিত নতুন এছইউভিখনে আইকনিক নেমপ্লেট – ডাষ্টাৰৰ উত্তৰাধিকাৰ আগুৱাই নিব। মূলতঃ ২০১২…

অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ বিয়োগ

বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক চৈয়দ চাদুল্লাৰ বিয়োগত। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩৩ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে চৈয়দ ছাদুল্লাই। ৭৭ বছৰ…

৭ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰিব গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট

গুৱাহাটী বাসীৰ বাবে সুখবৰ। নৱেম্বত মুকলি হ’ব গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা এই প্ৰকল্প পৰিদৰ্শন কৰি মুকলিৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে…

৪০০ বিছনাযুক্ত চিকিৎসালয়ৰ জৰিয়তে গুৱাহাটীত স্বাস্থ্যসেৱাত বৈপ্লৱিক পৰিৱৰ্তন আনিব মেদান্তাই

মেদাণ্ট নামেৰে জনপ্ৰিয় গ্লবেল হেল্থ লিমিটেড সদৰি কৰিছে যে ২০২৫ চনৰ ৩১ অক্টোবৰত গুৱাহাটীৰ সৰুসজাইৰ ঔদ্যোগিক ক্ষেত্ৰত আগন্তুক ৪০০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলী হাস্পতালৰ বাবে ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত কৰিব। এই…

মহাবাহু ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ ছিটা ভস্ম বিসৰ্জন

জুবিন গাৰ্গৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিনৰ চিতাভস্ম । ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে এই কাৰ্য সম্পন্ন কৰা হয় । ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে…

জনজাতিকৰণৰ দাবীত কঁপাই তোলে মৰাণৰ ৰাজপথ

৬০০ বছৰ ৰাজ শাসন কৰা টাই আহোম সকলে নিজৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে ৰাজপথত নামিবলগা হৈছে । জনগোষ্ঠীটোৰ ৰাইজে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে আহিছে । প্ৰতিখন চৰকাৰে…

বাঁহৰ চুঙাৰ দৈৰ উপকাৰিতা

বাঁহৰ চুঙাৰ দৈ অসমত খুবেই জনপ্ৰিয়, বিশেষকৈ জলপানৰ সৈতে ইয়াক উপভোগ কৰা হয় কিন্তু ই সুস্বাদু হোৱাৰ লগতে আপোনাৰ শৰীৰৰ বাবে উপকাৰী বুলি আপুনি জানেনে-ভাৰতত যুগ যুগ ধৰি দৈক স্বাস্থ্যকৰ…

অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান

অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান। এতিয়ালৈকে এই অভিযানত প্ৰায় ৮০ জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে।এই অভিযানত চাৰিজন আৰক্ষী বিষয়া আৰু প্ৰায় ৮০জন লোক…

ভয়ংকৰ গতি লৈছে মন্থাই

ভয়ংকৰ গতি লৈছে মন্থাই।অন্ধ্রপ্রদেশত ধাৰাষাৰ বৰষুণ হোৱাৰ লগতে ৰাজ্যখনৰ ৪৩ হাজাৰ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰে। অন্ধ্রপ্ৰদেশ আৰু য়ানামৰ ঠায়ে ঠায়ে আজি পাতলিয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো…

“ৰৈ ৰৈ বিনালে”ক কৰমুক্ত ঘোষণা কৰিবলৈ অসম চৰকাৰক আহ্বান গৌৰৱ গগৈৰ

অহা ৩১ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি “ৰৈ ৰৈ বিনালে”ক কৰমুক্ত কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ প্ৰত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি…