Business গুৱাহাটীত মিৰে এছেট ইনভেষ্টমেণ্ট মেনেজাৰ্ছৰ নতুন কাৰ্যালয় মুকলি September 24, 2025 Business Bureau মিৰে এছেট ইনভেষ্টমেণ্ট মেনেজাৰছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে গুৱাহাটীৰ জি এছ ৰোডৰ দিহাং আৰ্কেডত অসমৰ প্ৰথমটো কাৰ্যালয় আৰু দেশজুৰি ২৫ নং কাৰ্যালয় উদ্বোধন কৰি উত্তৰ-পূবত নিজৰ উপস্থিতি শক্তিশালী কৰিছে। এই নতুন…
Business ফ্লিপকাৰ্ট মিনিটছে দ্য বিগ বিলিয়ন ডে’জক ভাৰতৰ আটাইতকৈ দ্ৰুত শ্বপিং ফেষ্টিভেল হিচাপে গঢ়ি তুলিছে—মাজনিশাৰ পৰা আৰম্ভ হ’ব ১০ মিনিটতে দুৱাৰমুখত ডেলিভাৰী September 22, 2025 Business Bureau ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে নিজৰ ফ্লেগশ্বিপ শ্বপিং ফেষ্টিভেল দ্য বিগ বিলিয়ন ডে’জ ২০২৫(টিবিবিডি)ৰ দ্বাদশ সংস্কৰণৰ বাবে সাজু হোৱাৰ সময়ছোৱাত নিজৰ দ্ৰুত বাণিজ্যিক অফাৰ ফ্লিপকাৰ্ট মিনিটছে মাজনিশাৰ পৰা আৰম্ভ হোৱা…
Business বাজাজ ফিনচাৰ্ভ ফ্লেক্সি কেপ ফাণ্ডৰ ব্যৱসায়িক সাফল্য: মাত্ৰ ২ বছৰতে অতিক্ৰম কৰিলে ৫,৪১০ কোটি এইউএমৰ ঘৰ September 22, 2025 Business Bureau বাজাজ ফিনছাৰ্ভ AMCয়ে ইয়াৰ ফ্লেগশ্বিপ ইকুইটী ফাণ্ড, বাজাজ ফিনছাৰ্ভ ফ্লেক্সি কেপ ফাণ্ডৰ দ্বিতীয় বাৰ্ষিকী উদযাপন কৰিছে, য’ত ‘মেগাট্ৰেণ্ডছ’ত বিনিয়োগ কৰাৰ কৌশল নিৰ্ধাৰণ কৰা হৈছে। ফাণ্ডটোৱে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি প্ৰাপ্ত…
Business গ্ৰাহকসকলে আধুনিক জীৱনশৈলীত সামগ্ৰিক সুস্থতা বিচৰাৰ লগে লগে বৃদ্ধি হৈছে আয়ুৰ্বেদৰ চাহিদা September 22, 2025 Business Bureau ২৩ ছেপ্টেম্বৰত সমগ্ৰ দেশে ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালনৰ বাবে সাজু হোৱাৰ সময়ছোৱাত বিশেষজ্ঞসকলে আধুনিক জীৱনশৈলীৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত আয়ুৰ্বেদৰ ক্ৰমবৰ্ধমান প্ৰাসংগিকতাৰ কথা পোহৰাই তুলিছে। মানসিক চাপ, নিদ্ৰাহীনতা বা টোপনিৰ…
Business আজি ওৰে নিশা আৰু কাইলৈ সৰুসজাইত ৰখা হ’ব জুবিনৰ নশ্বৰ দেহ September 21, 2025 Dipshikha আজি ওৰে নিশা আৰু কাইলৈ সৰুসজাইত ৰখা হ’ব জুবিনৰ নশ্বৰ দেহ। তাতেই জুবিনক সকলোৱে জনাব পাৰিব শেষ শ্ৰদ্ধা। সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক…
Business প্ৰবল ভূমিকম্পই জোকাৰি তুলিছে ম্যানমাৰ আৰু বাংলাদেশ September 21, 2025 Dipshikha বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এই ভূমিকম্পৰ অভিকেন্দ্ৰ বাংলাদেশৰ সীমান্তৰ সমীপৰ ম্যানমাৰৰ মাণ্ডালয়ত। অৰ্থাৎ ঢাকাৰ পৰা ৫৯৭ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।এক প্ৰবল…
Business সৰুসজাইত অনুৰাগীক উদ্দেশ্যি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ক’লে এইদৰে…. September 21, 2025 Dipshikha ভাষাৰে বুজাব নোৱাৰা অনুভৱ। জুবিন দাৰ শেষ যাত্ৰাত জনসমুদ্ৰত পৰিণত হ’ল গুৱাহাটী। বৰঝাৰ বিমান বন্দৰৰ পৰা জুবিন দা লগত লৈ আহিল লাখ লাখ অনুৰাগীয়ে। সৰুসজাইত অনুৰাগীক উদ্দেশ্যি জুবিনৰ পত্নী গৰিমা…
Business কাইলৈ অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন September 21, 2025 Dipshikha কাইলৈ অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন । এই পৰিষদীয় নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বিটিআৰৰ আনকেইখন জিলাৰ লগতে বাক্সা জিলা প্ৰশাসনো হৈছে সাজু । জিলাখনৰ সদৰ মুছলপুৰস্থিত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়…
Business গুৰগাঁওস্থিত মেডাণ্ট হাস্পতালে এআই আৰু ডাটা এনালাইটিক্স ব্যৱহাৰ কৰি নিখুঁত কৰ্কট ৰোগৰ শেহতীয়া অগ্ৰগতিৰ ওপৰত বৃদ্ধি কৰে সজাগতা September 21, 2025 Business Bureau নিউজউইকে একেৰাহে ছয় বছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা গুৰগাঁওস্থিত মেদাণ্ট– দ্য মেডিচিটীয়ে কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু তথ্য বিশ্লেষণ ব্যৱহাৰ কৰি নিখুঁত কৰ্কট ৰোগৰ চিকিত্সাৰ ওপৰত…
Business অসমীয়াৰ বুকু শুধা কৰি অচিন দেশলৈ গ’লগৈ মৰমৰ জুবিন September 20, 2025 Dipshikha অসমীয়াৰ বুকু শুধা কৰি অচিন দেশলৈ গ’লগৈ মৰমৰ জুবিন। অকালতে হাৰ্টথ্ৰৱক হেৰুৱাই ভাগি পৰিছে সকলো। আজি নিৰৱে হৈ ৰৈছে গুৱাহাটী মহানগৰ।জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ২০২৫ চনৰ ২০-২২ ছেপ্টেম্বৰলৈ ৰাজ্যিক…