Month: July 2025

হীৰুদা নোহোৱা হোৱা আজি ১৩ টা বছৰ হ’ল

হীৰুদা নোহোৱা হোৱা আজি ১৩ টা বছৰ হ’ল। মৃত্যুৰ দিনটোত অনুৰাগীসকলৰ সশ্ৰদ্ধ সোঁৱৰণ প্ৰিয় কবিগৰাকীক, ৰাজ্যৰ ভিন্ন প্ৰান্তত গীতে-মাতে স্মৰণ ‘সুগন্ধি পখিলা’ৰ কবিক।শব্দৰ যাদুৰে সকলোকে মোহাৱিষ্ট কৰি ৰখা এইগৰাকী কবিয়ে…

বাহন বিক্ৰীৰ অভিলেখ স্কোডাৰ

স্কোডা অটো ইণ্ডিয়াই ডেৰ বছৰৰ সৰ্বাধিক বিক্ৰীৰ অভিলেখ গঢ়িছে, ২০২৫ৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত ৩৬,১৯৪খন বাহন বিক্ৰী কৰিছে—২০২৪ চনৰ একে সময়ছোৱাত ১৩৪% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এই মাইলৰ খুঁটি…

কোন হ’ব দালাই লামাৰ উত্তৰাধিকাৰী ?

তিব্বতী বৌদ্ধ ধৰ্মৰ সৰ্বোচ্চ আধ্যাত্মিক নেতা দালাই লামাই বুধবাৰে কয় যে দালাই লামাৰ অনুষ্ঠান অব্যাহত থাকিব।ইয়াৰ অৰ্থ এইটোৱেই যে বৰ্তমানৰ দালাই লামাৰ মৃত্যুৰ পিছতো তেওঁৰ উত্তৰাধিকাৰী হ’ব। হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ…

এই বিশ্ব ছালৰ স্বাস্থ্য দিৱস, কেলিফ’ৰ্নিয়া আলমণ্ডৰ মঙ্গলৰ সৈতে আপোনাৰ ছালক পুষ্টি প্ৰদান কৰক

এইবাৰ বিশ্ব চৰ্ম স্বাস্থ্য দিৱসৰ দিনা “ছালৰ স্বাস্থ্য অবিহনে কোনো স্বাস্থ্য নাই” শীৰ্ষক থিমটোৱে শৰীৰৰ সামগ্ৰিক সুস্থতাত ছালৰ ভূমিকাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। ছালৰ স্বাস্থ্য এতিয়া বাহ্যিক ছালৰ যত্নৰ…

অসম সন্তানৰ সাফল্য

আমেৰিকাত অসম সন্তানৰ সাফল্য। লং জাম্পত সোণৰ পদক অৰ্জন এথলীট ৰিম্পী বুঢ়াগোহাঁইৰ। WORLD POLICE MEETৰ প্ৰতিযোগিতাত এই সাফল্য। আলাবামাৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। ২৭ জুনৰ পৰা ৬ জুলাইলৈ…

ভি-এ নিজৰ ২জি হেণ্ডছেট ব্যৱহাৰ কৰা গ্ৰাহকৰ বাবে ভি গেৰাণ্টি সুবিধা মুকলি কৰিছে

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি-এ নিজৰ ২জি হেণ্ডছেট ব্যৱহাৰ কৰা গ্ৰাহকৰ বাবে ভি গেৰাণ্টি সুবিধা মুকলি কৰিছে। এই ভি গেৰাণ্টিৰ অধীনত ২৪ দিনৰ অতিৰিক্ত ভেলিডিটীৰ সুবিধা ১২ মাহৰ ভিতৰত লাভ…

প্ৰথম ৰাউণ্ডতে পৰাজিত হৈ উইম্বলডনৰ পৰা বাহিৰ কোকো গ’ফ

আমেৰিকাৰ ২ নং স্থানৰ গ’ফক ইউক্ৰেইনৰ অছিড দায়ানা য়াষ্ট্ৰেমস্কাই ৭-৬ (৩), ৬-১ ছেটত পৰাস্ত কৰে। কালি প্ৰতিষ্ঠিত ১ নং ক’ৰ্টত অনুষ্ঠিত হয় এই খেলখন। এই পৰাজয়ৰ লগে লগে ২১ বছৰীয়া…

হলিউডৰ ‘ৱাক অৱ ফেম’ৰ বাবে নিৰ্বাচিত ভাৰতৰ প্ৰথম অভিনেত্ৰী দীপিকা পাডুকন

হলিউডৰ ‘ৱাক অৱ ফেম’ৰ বাবে নিৰ্বাচিত হৈছে অভিনেত্ৰী দীপিকা পাডুকন আৰু সম্ভৱতঃ তেওঁ এই সন্মানীয় সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী। বুধবাৰে নিশা হলিউড ৱাক অৱ ফেম পৰিচালনা কৰা চৰকাৰী…

টেটলীয়ে শেহতীয়া অভিনৱ-টেটলী গ্ৰীন টি শ্লিম কেয়াৰ মুকলি কৰিছে

টাটা কনজিউমাৰ প্ৰডাক্টছৰ অধীনত গ্ৰীন টিৰ এক বিশ্বাসী নাম টেটলীয়ে শেহতীয়া অভিনৱ-টেটলী গ্ৰীন টি শ্লিম কেয়াৰ মুকলি কৰিছে। এই অনন্য মিশ্ৰণ আধুনিক ভাৰতীয় মহিলাৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছে, প্ৰিমিয়াম…

চনী ইণ্ডিয়াই দুটা নতুন নিমজ্জিত চাউণ্ডবাৰ মুকলি কৰি ব্ৰেভিয়া থিয়েটাৰৰ পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰিছে

চনী ইণ্ডিয়াই দুটা নতুন নিমজ্জিত চাউণ্ডবাৰ মুকলি কৰি ব্ৰেভিয়া থিয়েটাৰৰ পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰিছে; ব্ৰেভিয়া থিয়েটাৰ বাৰ ৬ (এটা ৱায়াৰলেছ চাবউফেৰৰ সৈতে ৩.১.২ চেনেল চাউণ্ডবাৰ) আৰু ব্ৰেভিয়া থিয়েটাৰ চিষ্টেম ৬ (ৱায়াৰলেছ…