Month: July 2025

অসমত ব্যৱসায়িক শুভাৰম্ভণিৰ কথা ঘোষণা মুথূট মাইক্ৰ’ফিনৰ

ভাৰতৰ দ্বিতীয় বৃহত্তম এনবিএফচি-এমএফআই মুথূট মাইক্ৰ’ফিনে অসমত প্ৰথমটো শাখা মুকলি কৰি উত্তৰ-পূবত পদচিহ্নৰে বিত্তীয় অন্তৰ্ভুক্তি সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। সমগ্ৰ ভাৰতৰ ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত উপস্থিতি থকা প্ৰতিষ্ঠানটোৱে…

জাইকা আৰু অসম চৰকাৰে সহযোগিতাৰে ক্ৰীড়াৰ জৰিয়তে সবলীকৰণ কৰিছে ৰাজ্যৰ নিৰ্বাচিত মহিলা ক

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগিতাত জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা)ই মঙলবাৰে গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত “জাইকা-অসমত মহিলা নেতৃত্ব আৰু প্ৰশিক্ষণ সবলীকৰণ কাৰ্যসূচী” সামৰণি পৰে। এই…

ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ প্ৰাবল্যৰ ভূমিকম্প

ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত জাপানৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ পশ্চিম উপকূললৈকে সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ভূমিকম্পটো ভূপৃষ্ঠৰ…

বাৰিষাৰ এই সময়ছোৱাত শিশুৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা বৃদ্ধিাৰ সম্ভাৱনাৰ কথা উল্লেখ মেদাণ্ট হাস্পতালৰ

মেদাণ্ট হাস্পতালে ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্স (আইএপি) গুৱাহাটী চহৰ শাখা আৰু আইএপি ইনটেনচিভ কেয়াৰ চেপ্টাৰ, অসমৰ সহযোগত গুৱাহাটীত শিশুৰ জটিল যত্নৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এক চিকিৎসা শিক্ষা অব্যাহত ৰখা(চি…

ভাৰততে প্ৰস্তুত নতুন নিছান মেগনাইটক জিএনচিএপি-এ প্ৰদান কৰিছে ৫ ষ্টাৰ সামগ্ৰিক যাত্ৰী ৰেটিং

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে গ্লবেল নিউ কাৰ এচেছমেণ্ট প্ৰগ্ৰেম(জিএনচিএপি)ৰ দ্বাৰা নতুন নিছান মেগনাইটক ৫ ষ্টাৰ সামগ্ৰিক সুৰক্ষা ৰেটিং প্ৰদান কৰাৰ কথা সদৰি কৰিবলৈ পাই অতিশয় আনন্দিত হৈছে। চেন্নাইস্থিত প্লাণ্টত…

পেহেলগাম আক্ৰমণৰ সৈতে জড়িত ৩ সন্ত্ৰাসবাদীক হত্যা: অমিত শ্বাহ

লোকসভাত পেহেলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনাৰ দ্বিতীয় দিনা গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ বক্তব্য দাঙি ধৰে। আলোচনাৰ একেবাৰে আৰম্ভণিতে গৃহমন্ত্ৰী অমিত শ্বাহে সদনত ঘোষণা কৰে যে পেহেলগাম আক্ৰমণৰ লগত…

গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কিন্তু মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈৰ নাম পোনপটীয়াকৈ নোলোৱাকৈ লোকসভা সমষ্টিৰ…

টাটা এআইএৰ অসমত ৫০গৰাকী মিলিয়ন ডলাৰ ৰাউণ্ড টেবুল অৰ্হতাসম্পন্ন এডভাইজৰৰ কৰিলে পঞ্জীয়ন

টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(টাটা এআইএ)-এ অসমত ৫০ মিলিয়ন ডলাৰৰ ৰাউণ্ড টেবুল(এমডিআৰটি)-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰি বিত্তীয় পৰামৰ্শদাতা উৎকৰ্ষতাৰ ক্ষেত্ৰত নিজৰ নেতৃত্ব সুদৃঢ় কৰি তুলিছে, য’ত ২টা এমডিআৰটি, ৬টা ক’ৰ্ট…

একেৰাহে দ্বিতীয়বাৰলৈ মহিলা ইউৰো কাপৰ চেম্পিয়ন ইংলেণ্ড

ইংলেণ্ডৰ মহিলা ফুটবল দলে দেওবাৰে ইউএফএ মহিলা ইউৰো ২০২৫ৰ ফাইনেলত পেনাল্টি শ্বুটআউটত স্পেইনক ৩-১ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰে। ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ খিতাপ দখল কৰিবলৈ সক্ষম…

বন্ধ থাকিব পুৰণি শৰাইঘাট দলং

৫ দিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। মেৰামতিৰ বাবে সাময়িকভাৱে বন্ধ থাকিব শৰাইঘাট দলং। ৰে’ল বিভাগে দলংখন বন্ধ ৰখাৰ বাবে জিলা প্রশাসনৰ পৰা বিচাৰিছে অনুমতি ।এই সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে…