Business বিদ্যালয়ৰ পিছত এইবাৰ RBIলাভ কৰিলে বোমা ভাবুকি December 13, 2024 Dipshikha দিল্লীৰ বিদ্যালয়সমূহৰ পিছত, এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে লাভ কৰিছে বোমাৰ ভাবুকি। ভাবুকিভৰা মেইলটো ৰাছিয়ান ভাষাত প্ৰেৰণ কৰা হৈছে। মেইলটো পোৱাৰ লগে লগে এক আলোড়নৰ সৃষ্টি হৈছিল। তাৰ পাছতে আৰক্ষীয়ে অজ্ঞাত…
Business চুইটছ মবিলিটী ভাৰত আৰু ইউৰোপৰ বজাৰত সম্প্ৰসাৰণৰ লক্ষ্যৰে শেহতীয়া বৈদ্যুতিক বাছ আৰম্ভ কৰিছে December 13, 2024 Business Bureau অশোক লেলেণ্ডৰ সহযোগী প্ৰতিষ্ঠান চুইটছ মবিলিটী লিমিটেডে সমগ্ৰ ভাৰত, ইউৰোপ আৰু জিচিচিৰ নগৰীয়া গতিশীলতাত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে শেহতীয়া বৈদ্যুতিক বাছ চুইটছ ইভ১২ আৰু চুইটছ ই১ মুকলি কৰিছে। ভাৰতৰ বাবে…
Sports ২০৩৪ত চৌদি আৰবে আয়োজন কৰিব ফিফা বিশ্বকাপ December 12, 2024 Sonakshi Sarkar ফুটবল প্ৰেমীসকলৰ বাবে ডাঙৰ খবৰ। চৌদি আৰবে ফুটবল বিশ্বকাপ আয়োজন কৰিব। ফেডাৰেচন ইণ্টাৰনেচনেল ফুটবল এছ’চিয়েশ্যনে (ফিফা) ঘোষণা কৰিছে যে চৌদি আৰবে ২০৩৪ৰ বিশ্বকাপ আয়োজন কৰিব। ২০৩০ চনৰ বিশ্বকাপ স্পেইন, পৰ্তুগাল…
Business ৰেল বিভাগৰ বিৰুদ্ধে শ শ লোকৰ প্ৰতিবাদ December 12, 2024 Dipshikha ৰেল বিভাগৰ বিৰুদ্ধে ৰঙিয়াত সহস্ৰাধিক লোকৰ প্ৰতিবাদ । ৰেল বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী সমদল । সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, নাগৰিক মঞ্চ,…
Political বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দৰে মনোভাৱ জগদীপ ধনখড়ৰৰ: মল্লিকাৰ্জুন খাৰ্গে December 12, 2024 Sonakshi Sarkar ভাৰতৰ উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰৰ বিৰুদ্ধে পুনৰ সৰব হৈছে বিৰোধী। তেওঁৰ বিৰুদ্ধে বিৰোধীয়ে আনিছে অনাস্থা প্ৰস্তাৱ। এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতিলৈ জাননী জাৰি কৰা হৈছে। ইয়াক লৈ সংসদ উত্তাল…
Business ইলন মাস্কৰ নতুন অভিলেখ December 12, 2024 Dipshikha বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ নতুন অভিলেখ। ৪০০ বিলিয়ন ডলাৰ সম্পত্তি আহৰণ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিণত হ’ল ইলন মাস্কৰ। ২০২১ চনৰ পাছত প্ৰথমবাৰৰ বাবে ৪০০ বিলিয়ন ডলাৰ সম্পত্তি…
Latest ২০৩৫ ৰ ভিতৰত ভাৰতে মহাকাশত স্থাপন কৰিব নিজা মহাকাশ কেন্দ্ৰ December 12, 2024 Sonakshi Sarkar কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি আৰু মহাকাশ ৰাজ্যিক মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে বুধবাৰে ঘোষণা কৰে যে ভাৰতে ২০৩৫ চনৰ ভিতৰত নিজা মহাকাশ কেন্দ্ৰ স্থাপন কৰিব। ইয়াক ‘ইণ্ডিয়া স্পেচ ষ্টেচন’ নাম দিয়া…
Business নিছানে জ্যেষ্ঠ ব্যৱস্থাপনা নিযুক্তি ঘোষণা কৰিছে December 12, 2024 Business Bureau নিছান মটৰ কোম্পানী লিমিটেডে ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন নেতৃত্বক দায়িত্ব প্ৰদানৰ কথা ঘোষণা কৰিছে। নিছানে শেহতীয়াকৈ নিজৰ টাৰ্ণআউট পদক্ষেপসমূহ অব্যাহত ৰাখিছে, যিবোৰে নিছানৰ সেৱা-ব্যৱসায়ক ন ৰূপত প্ৰতিষ্ঠিত কৰি…
Business মুখ্য ভূমিকাত সম্প্ৰসাৰণেৰে নেতৃত্ব প্ৰদানকাৰী দলটো শক্তিশালী কৰিলে নিছানে December 12, 2024 Business Bureau নিছান মটৰ ইণ্ডিয়া(এনএমআইপিএল)ই ২০২৪ৰ ১৪ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অভিষেক আৰোৰাক ডিলাৰ নেটৱৰ্ক ডেভেলপমেণ্ট এণ্ড কাষ্টমাৰ কোৱালিটি ট্ৰেইনিং(ডিএনডি-চিকিউটি) বিভাগৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ কথা সগৌৰৱৈ প্ৰকাশ কৰিছে। ২০২৪ৰ ছেপ্টেম্বৰ মাহত…
Business বৈদেশিক সচিব বাংলাদেশ ভ্ৰমণ কৰি সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে December 12, 2024 Business Bureau বাংলাদেশ ভ্ৰমণৰ সময়ত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড০ মহম্মদ ইউনুছ আৰু বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনক সাক্ষাৎ কৰে। এই বৈঠকৰ সময়ত মিশ্ৰীয়ে চুবুৰীয়া দেশখনত…