Month: December 2024

এনএছডিচি আনষ্টপ সহযোগিতা কৰি উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে প্ৰতিভাক একাকাৰ কৰিবলৈ

ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত দক্ষতাৰ ব্যৱধান দূৰ কৰিবলৈ আৰু নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগম(এনএছডিচি)-এ বিভিন্ন সম্প্ৰদায়ৰ সংযোগ আৰু নিযুক্তি প্লেটফৰ্ম আনষ্টপৰ সৈতে এক বুজাবুজিৰ চুক্তিত…

এনএছডিচি দক্ষতা বিকাশৰ পেমেণ্ট বৃদ্ধিৰ বাবে জুস্পে অংশীদাৰ

সমগ্ৰ ভাৰততে পেমেণ্ট আন্তঃগাঁথনি আৰু দক্ষতা বিকাশ পদক্ষেপসমূহৰ সমাধানৰ বাবে পেমেণ্টৰ আন্তঃগাঁথনি আৰু সমাধানৰ বাবে আগশাৰীৰ পেমেণ্ট প্ৰযুক্তি প্ৰদানকাৰী জুস্পে টেকন’লজিৰ সৈতে ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগম(এনএছডিচি)-এ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।…

ভি-এ অসম আৰু উত্তৰ-পূব চক্ৰত প্ৰথম আহিছে

দেশৰ অগ্ৰণী টেলিকম অপাৰেটৰ, ভোডাফোন আইডিয়া(ভি)ই অসম তথা উত্তৰ-পূব চক্ৰত ৪জি নেটৱৰ্কৰ ব্যতিক্ৰমী অভিজ্ঞতাৰ বাবে স্বীকৃতি লাভ কৰাৰ কথা ঘোষণা কৰিছে। অপেন ছিগনেলৰ ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহৰ ৪জি নেটৱৰ্ক এক্সপেৰিয়েঞ্চ…

২০২৬ৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ নকৰে পাকিস্তানে

২০২৬ চনৰ আইচিচি টি-২০ বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিব। এই প্ৰতিযোগিতাৰ সন্দৰ্ভত, পাকিস্তানৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে তেওঁলোকে ভাৰত ভ্ৰমণ নকৰে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ইয়াৰ চৰ্ত বিশেষ…

হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫

হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। এই কথাটো স্পষ্ট হৈ পৰিছে। এক প্ৰতিবেদন অনুসৰি প্ৰতিযোগিতাখনৰ বাবে হাইব্ৰিড মডেল অনুমোদিত হৈছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও (পিচিবি) হাইব্ৰিড মডেলৰ অধীনত চেম্পিয়নছ ট্ৰফী…

সোমবাৰে ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় চৰকাৰে ১৬ ডিচেম্বৰত লোকসভাত ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় দুখন বিধেয়ক উত্থাপন কৰিব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নিম্ন সদনত সংবিধান (১২৯ তম সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত…

মহিন্দ্ৰা বাউমা কনএক্সপো দিল্লীত চিইভি-ভি পৰিসৰৰ নিৰ্মাণ সঁজুলি মুকলি কৰে

মহিন্দ্ৰা গ্ৰুপৰ অন্যতম অংশ মহিন্দ্ৰা নিৰ্মাণ সঁজুলি বিভাগে (এমচিই) উদ্ভাৱন আৰু নিৰ্ভৰযোগ্যতাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি বাউমা কনএক্সপো ২০২৪-ত নিজৰ শেহতীয়া সামগ্ৰী আৰু অফাৰসমূহ মুকলি কৰিছে। নিৰ্মাণ সঁজুলিৰ নতুন…

১৪ ডিচেম্বৰৰ পৰা গাব্বাত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট

এডিলেডত পৰাজয়ৰ পিছত গাব্বাত ইয়াৰ প্ৰতিশোধ লোৱাৰ উদ্দ্যেশ্যৰে কাইলৈ ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয় টেষ্টত অবতীৰ্ণ হ’ব। ইয়াৰ পূৰ্বে গাব্বাত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰিছিল। তাৰে পুনৰাবৃত্তি কৰিব…

মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত ইডিয়ে ৰুজু কৰা গোচৰৰ দোষী সাব্যস্তৰ হাৰ ৫%

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনত স্বীকাৰ কৰিছে যে বিত্তীয় আৰু অৰ্থনৈতিক অপৰাধৰ তদন্ত কৰা ভাৰতৰ মুখ্য সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)ৰ দ্বাৰা পঞ্জীয়ন কৰা মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (পিএমএলএ) গোচৰত দোষী সাব্যস্ত…

হাতী মানুহৰ এক ব্যতিক্ৰমী দৃশ্য

তিতাবৰ বান্দৰচলিয়া চামগুৰি কাঢ়শলি অঞ্চলৰ প্ৰায় ৪ ফুট দ এটি পৰিত্যক্ত পানীভৰ্তি পুখুৰীত পৰিছিল ৪টাকৈ বন্যহস্তী। পুখুৰীটোত কেইবাঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল ৪ টাকৈ বন্যহস্তী। এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজৰ…