সোৱণশিৰিত ডুব গ’ল এখন কোটিটকীয়া জাহাজ। কোনোমতে ৰক্ষা পৰিল জাহাজখনত শুই থকা ১১ জনকৈ লোকৰ জীৱন। এই জাহাজখনত আছিল ঘাগৰ-ঘূনাসুঁতি ঘাটত পকী দলং নিৰ্মাণৰ বাবে কঢ়িয়াই অনা নিৰ্মাণ সামগ্ৰী।উল্লেখ্য যে, লখিমপুৰ জিলাৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত মংগলবাৰে সংঘটিত হয় এই ঘটনা। জাহাজখন উদ্ধাৰৰ বাবে অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থাটোৱে চেষ্টা কৰে যদিও এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। Share this:FacebookX Related Post navigation ইউবিএল অসম আৰু মেঘালয়ত কুইনফিছাৰ বিয়েৰ মুকলি কৰিছে সুদখোৰৰ হাৰাশাস্তিৰ বাবে চৰম পন্থা