লামডিং ৰে’ল জংচনত অঘটন। লামডিং ৰে’ল জংচনত যাত্ৰীৰ মৃত্যু। ৩ নম্বৰ প্লেটফৰ্মত হঠাৎ ঢলি পৰি মৃত্যু যাত্ৰীগৰাকীৰ। মৃত্যু হোৱা যাত্ৰীগৰাকীৰ উত্তৰপ্ৰদেশৰ নৰেশ ৰাজপুত। প্ৰচণ্ড গৰমৰ বাবে ৰক্তচাপ বৃদ্ধি হোৱাৰ ফলত মৃত্যু হোৱাৰ সন্দেহ। মৃতদেহটো উদ্ধাৰ কৰে ৰে’ল আৰক্ষী আৰু RPF- এ। Share this:FacebookX Related Post navigation টাটা মটৰ্ছৰ লক্ষ্ণৌৰ গোটৰ পৰা ৯,০০,০০০ সংখ্যক বাহন গ্ৰাহকলৈ মুকলি কৰাৰ অভিযোগ আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা