মুকালমুৱাত বজ্ৰপাতত এটা পৰিয়ালৰ ১০টাকৈ পশুধনৰ মৃত্যু। কপিল আলী নামৰ লোকজনৰ বাসগৃহত বজ্ৰ পৰি জুইৰ সূত্ৰপাত। ২নং কাপলাবড়ী চৰত নিশা সংঘটিত এই ঘটনা।ভস্মীভূত প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে নগদ ১০ হাজাৰ টকা। Share this:FacebookX Related Post navigation গুৱাহাটীৰ ৰেল ষ্টেচনত জব্দ ব্ৰাউন চুগাৰ জব্দ এক আশা আৰু জীৱন সলনি কৰা প্ৰতিষ্ঠানৰ নাম হৈছে আৰ্য নাৰ্চিং কলেজ