ছয়গাঁৱৰ টকৰাদিয়া মাজপাৰাত উদ্ধাৰ হৈছে এটা মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো হেমন্ত কলিতা।

৯ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল হেমন্ত কলিতা।

মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটোৰ সন্দৰ্ভত ছয়গাওঁ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *