চাপৰৰ ৰঙামাটিত নৃশংস হত্যাকাণ্ড। স্বামীৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ। পত্নী নাছমিনা খাতুনক দাৰে ঘপিয়াই হত্যা ছাইদুল ৰহমানৰ। যুগলীকান্দাত সংঘটিত হৈছে এই ঘটনা। হত্যাকাণ্ডৰ পাছতে পলাতক হৈ থকা স্বামীক আটক আৰক্ষীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *