গুৱাহাটীৰ ৰে’ল ষ্টেচনত জব্দ ব্ৰাউন চুগাৰসহ গাঞ্জা। জব্দ ৪ পেকেট ব্ৰাউন চুগাৰ, ৬ কেজি গাঞ্জা। ৰঙিয়া-শিলচৰ এক্সপ্ৰেছৰ পৰা জব্দ ব্ৰাউন চুগাৰখিনি। কাছাৰৰ নীহাৰুদ্দিন বৰভূঞা নামৰ যুৱকজনক আটক। । লগতে গুৱাহাটী-বাংগালুৰু এক্সপ্ৰেছৰ পৰা জব্দ গাঞ্জা। শ্বিলঙৰ পৰা ক্ৰয় কৰি বাংগালুৰুলৈ সৰবৰাহৰ চেষ্টা কৰোঁতে আটক এজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *